VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব নতুন ষ্টেডিয়াম ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 17, 2023
in ক্ৰীড়া
ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব  নতুন ষ্টেডিয়াম ?
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

ভাৰতত নিৰ্মাণ হ’ব আন এখন নতুন ক্ৰিকেট ষ্টেডিয়াম। এই ষ্টেডিয়াম উত্তৰ প্ৰদেশত নির্মাণ কৰা হ’ব। এইখন হ’ব ৰাজ্যখনত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ তৃতীয়খন ক্ৰিকেট ষ্টেডিয়াম। কানপুৰ আৰু লক্ষ্ণৌৰ পাছত এইবাৰ বাৰাণসীত  নির্মাণ হ’ব ষ্টেডিয়াম। চলিত মাহৰ শেষৰ ফালে আৰম্ভ হ’ব ষ্টেডিয়াম নিৰ্মাণৰ কাম। সেই কাম আৰম্ভ কৰিব  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহ আৰু উপ-সভাপতি ৰাজীৱ শুক্লাই ষ্টেডিয়ামৰ বাবে ভূমি আৰু স্থান পৰিদৰ্শন কৰে। উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থাৰ সৈতে এক বৈঠকত মিলিত হয়। এই ষ্টেডিয়াম বাৰাণসীৰ গঞ্জাৰি নামৰ ঠাইত নির্মাণ কৰা হ’ব। ৩২ একৰ মাটিত নিৰ্মাণ হ’ব নতুন ষ্টেডিয়াম। সেই মাটিৰ মালিকক মুঠ ১২১ কোটি টকা ক্ষতিপূৰণ দিয়া হৈছে। বাৰাণসী উন্নয়ন নিগমে ষ্টেডিয়ামৰ আশে-পাশে থকা অঞ্চলটোৰ উন্নয়নৰ বাবে কাম কৰিব। উত্তৰ প্ৰদেশৰ পূব প্ৰান্তৰ এইখন প্ৰথম আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম।

 

২৪ মাৰ্চত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব মোদীয়ে ৷ ২০১৯ চনত বাৰাণসীৰ পৰা মোদীয়ে নিৰ্বাচনত জয়লাভ কৰিছিল। তাত এইবাৰ নতুন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। গুজৰাটৰ আহমেদাবাদত মোডীৰ নামেৰে এখন ষ্টেডিয়াম আছে। সেই ষ্টেডিয়ামত ১ লাখ ৩২ হাজাৰ লোকে একেলগে খেল চোৱাৰ সুবিধা আছে । বাৰাণসীৰ নতুন ষ্টেডিয়ামত কিমান মানুহ বহিব বা ষ্টেডিয়াম কিমান ডাঙৰ হ’ব, কি হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

ভাৰতত চলিত বৰ্ষত একদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে এই ষ্টেডিয়াম নিৰ্মাণ হ’ব নে নহয় সেয়া স্পষ্ট হোৱা নাই। বিশ্বকাপৰ পূৰ্বে নতুন ষ্টেডিয়াম নিৰ্মাণ কৰি তাত খেল আয়োজন কৰাৰ পৰিকল্পনা ব’ৰ্ডৰ আছে নে নাই সেয়া জানিব পৰা হোৱা নাই।

Previous Post

ঐশ্বৰ্যই ইনষ্টাগ্ৰামত মাত্ৰ এজন ব্যক্তিক অনুসৰণ কৰে! তেওঁ কোন, অনুমান কৰিব পাৰিবনে?

Next Post

চলন্ত গাড়ীৰ চাদত বহি জন্মদিনৰ উদযাপন! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে গ্ৰেপ্তাৰ ইউটিউবাৰ

Related Posts

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ  মৃত্যু, শোক প্ৰকাশ  এআইএফএফৰ
ক্ৰীড়া

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ মৃত্যু, শোক প্ৰকাশ এআইএফএফৰ

March 21, 2023
কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !
ক্ৰীড়া

কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !

March 20, 2023
বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন
ক্ৰীড়া

বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন

March 18, 2023
বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?
ক্ৰীড়া

বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?

March 16, 2023
অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত
ক্ৰীড়া

অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত

March 16, 2023
ৰেলৱে ষ্টেচনৰ পৰা চুৰি হ’ল বেন ষ্টোকছৰ  বেগ, কি ক’লে ক্ৰিকেটাৰ জনে !
ক্ৰীড়া

ৰেলৱে ষ্টেচনৰ পৰা চুৰি হ’ল বেন ষ্টোকছৰ বেগ, কি ক’লে ক্ৰিকেটাৰ জনে !

March 13, 2023
Next Post
চলন্ত গাড়ীৰ চাদত বহি জন্মদিনৰ উদযাপন! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে গ্ৰেপ্তাৰ ইউটিউবাৰ

চলন্ত গাড়ীৰ চাদত বহি জন্মদিনৰ উদযাপন! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে গ্ৰেপ্তাৰ ইউটিউবাৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7