VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আই পি এলৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল পাঁচবাৰৰ চেম্পিয়ন মুম্বাই, কিয় বুধবাৰেই সমাপ্ত হ’ল হার্দিকৰ সপোন?

voicedesk by voicedesk
May 9, 2024
in ক্ৰীড়া
আই পি এলৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল পাঁচবাৰৰ চেম্পিয়ন মুম্বাই, কিয় বুধবাৰেই সমাপ্ত হ’ল হার্দিকৰ সপোন?
0
SHARES
2.8k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ খেলখন সমাপ্ত হোৱাৰ পিছতে চলিত আই পি এলৰ পৰা বিদায় লোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হয় মুম্বাই ইণ্ডিয়ানছ। যদিও বুধবাৰে কোনো মেচ নাছিল, তথাপিও অন্ত পৰিল হাৰ্দিক পাণ্ডিয়াৰ সপোন।

 

বুধবাৰে ঘৰুৱা ফিল্ডত লক্ষ্ণৌক পৰাস্ত কৰে হায়দৰাবাদে। ফলত পেট কামিন্সে ১২খন মেচ খেলি ১৪ পইণ্ট লাভ কৰে। আই পি এলৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰা কলকাতা নাইট ৰাইডাৰ্ছৰ ১৬ পইণ্ট। দ্বিতীয় স্থানত থকা ৰাজস্থান ৰয়েলছৰো ১৬ পইণ্ট। হায়দৰাবাদ তিনি নম্বৰত আছে।

 

চতুৰ্থ স্থানত আছে চেন্নাই ছুপাৰ কিংছ। মহেন্দ্ৰ সিং ধোনিৰ পইণ্ট ১২। ৫ স্থানত থকা লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ১২ পইণ্টো আছে। ছয় নম্বৰত আছে দিল্লী কেপিটেলছ। ঋষভ পন্থৰ পইণ্টো ১২। নৱম স্থানত আছে মুম্বাই ইণ্ডিয়ানছ। ১২খন মেচত তেওঁলোকৰ পইণ্ট ৮।

 

হাৰ্দিক পাণ্ডিয়াৰ দুখন মেচ বাকী আছে। সেই দুখন মেচত জয়ী হ’লেও তেওঁলোকৰ সৰ্বাধিক ১২ পইণ্ট লাভ কৰিব। ইতিমধ্যে তিনিটা দলৰ পইণ্ট তেওঁলোকতকৈ বেছি। অহা মঙলবাৰে দিল্লী বনাম লক্ষ্ণৌৰ খেল। সেই মেচত জয়ী হোৱা দলটোৱে ১৪ পইণ্ট লাভ কৰিব। কিবা কাৰণত খেলখন পৰাস্ত হ’লেও তেওঁলোকৰ ১৩ পইণ্ট থাকিব। মুম্বাইয়ে কেতিয়াও ১২ পইণ্টতকৈ বেছি লাভ নকৰিব ৷

 

অৰ্থাৎ এই মেচৰ পিছত মুম্বাইৰ প্লে অফৰ আশাৰ অন্ত পৰিল। তেওঁলোকৰ পৰৱৰ্তী দুখন মেচ হৈছে ৰেগুলেচন মেচ। পাঁচবাৰৰ আই পি এল চেম্পিয়ন দলটোৱে আকৌ এবাৰ খালী হাতেৰে উভতি আহিবলগীয়া হ’ল৷

Previous Post

ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, নাই পূর্বৰ দৰে স্থান

Next Post

টি-২০ বিশ্বকাপৰ পিছতো আঁতৰিব দ্ৰাবিড়? দলৰ নতুন প্ৰশিক্ষকৰ বাবে বিজ্ঞাপন দিব ব’ৰ্ডে

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
টি-২০ বিশ্বকাপৰ পিছতো আঁতৰিব দ্ৰাবিড়? দলৰ নতুন প্ৰশিক্ষকৰ বাবে  বিজ্ঞাপন দিব ব’ৰ্ডে

টি-২০ বিশ্বকাপৰ পিছতো আঁতৰিব দ্ৰাবিড়? দলৰ নতুন প্ৰশিক্ষকৰ বাবে বিজ্ঞাপন দিব ব’ৰ্ডে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7