VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজিৰ পৰা আৰম্ভ হ’ব মহিলাৰ এছিয়া কাপ, প্ৰথম দিনাই ভাৰত-পাকিস্তানৰ মেচ

voicedesk by voicedesk
July 19, 2024
in ক্ৰীড়া
আজিৰ পৰা আৰম্ভ হ’ব মহিলাৰ এছিয়া কাপ, প্ৰথম দিনাই  ভাৰত-পাকিস্তানৰ মেচ
0
SHARES
61
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা আৰম্ভ হ’ব মহিলা এছিয়া কাপ। যোৱাবাৰৰ চেম্পিয়ন ভাৰতে প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে খেলিব। মহিলা এছিয়া কাপ এতিয়ালৈকে ৮ বাৰ অনুষ্ঠিত হৈছে। ভাৰতে প্ৰতিবাৰেই ফাইনেল খেলিছে। ২০১৮ চনৰ বাহিৰে প্ৰতিবাৰেই জয়লাভ কৰিছে ভাৰতে। ৭ বাৰৰ চেম্পিয়ন ভাৰতে পাকিস্তানৰ বিৰুদ্ধে দুখন ফাইনেল খেলিছে । আজি সন্ধিয়া ৭ বজাৰ পৰা আজিৰ মেচখন আৰম্ভ হ’ব ৷

 

এইবাৰ শ্ৰীলংকাত অনুষ্ঠিত হ’ব এছিয়া কাপ। ভাৰত-পাকিস্তানৰ উপৰিও গ্ৰুপ এত নেপাল আৰু সংযুক্ত আৰব আমিৰশ্বাহী অন্তৰ্ভুক্ত হৈছে । আনটো গোটত আছে বাংলাদেশ, মালয়েছিয়া, শ্ৰীলংকা আৰু থাইলেণ্ড। ভাৰতৰ বাহিৰে এছিয়া কাপত জয়ী হৈছে কেৱল বাংলাদেশে। ২০১৮ চনত ভাৰতক পৰাস্ত কৰি এই ট্ৰফী লাভ কৰিছিল বাংলাদেশে। এছিয়া কাপত বছৰ বছৰ ধৰি আধিপত্য বিস্তাৰ কৰাৰ পিছত ভাৰতে টি-২০ বিশ্বকাপৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে। হৰমনপ্ৰীত কৌৰে এছিয়া কাপক  ইয়াৰ বাবে প্ৰস্তুতিৰ স্থান হিচাপে বাচি লৈছে ৷

 

শুকুৰবাৰে ভাৰত-পাকিস্তানৰ খেলখনৰ পূৰ্বে হৰমনপ্ৰীতে কয়, ‘আমাৰ মূল লক্ষ্য হৈছে টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱা। এছিয়া কাপ আমাৰ বাবে গুৰুত্বপূৰ্ণ। এছিয়ান পৰ্যায়ত আমি উন্নতি কৰিব বিচাৰো। গতিকে প্ৰতিখন মেচ আমাৰ বাবে গুৰুত্বপূৰ্ণ। আগতে এছিয়া কাপত আমি যিদৰে খেলিছো, এইবাৰো আমি একেদৰেই খেলিব বিচাৰো। আমি ক্ৰিকেট উপভোগ কৰিব বিচাৰো।”

 

এছিয়া কাপৰ আৰম্ভণি মেচ হ’ব নেপাল বনাম ইউ এ ইৰ খেলৰ জৰিয়তে। দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব খেলখন। শুকুৰবাৰে সন্ধিয়া ৭ বজাৰ পৰা ডাম্বুল্লাত আৰম্ভ হ’ব ভাৰত-পাকিস্তানৰ খেলখন। এই খেলখন ষ্টাৰ স্প’ৰ্টছত সম্প্ৰচাৰ হ’ব। যোৱা এবছৰত ভাৰতীয় মহিলা দলে ১৭খন টি-২০ মেচ খেলিছে। ইয়াৰে ১০খনত  জয়লাভ কৰে। বিগত এবছৰত পাকিস্তানে ১৯খন খেল খেলিছে। ইয়াৰে ১২ খন মেচত পৰাস্ত হৈছে। শুকুৰবাৰে পাকিস্তানক পৰাস্ত কৰি এছিয়া কাপৰ আৰম্ভণি কৰিব বিচাৰিব হৰমনপ্ৰীতে। স্মৃতি মান্ধনা, শ্বেফালী বাৰ্মাই এই মেচত জয়ী হ’ব বিচাৰিব।

 

Previous Post

প্ৰশিক্ষক হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে জয় শ্বাহ, আগৰকাৰৰ সৈতে সাক্ষাৎ গম্ভীৰৰ, অৱগত কৰিলে দলক লৈ পৰিকল্পনা ?

Next Post

শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া-টি-২০ দলত অসম সন্তান ৰিয়ান পৰাগৰ স্থান লাভ, এদিনীয়া দললৈ ওভতিব কোহলী-ৰোহিত

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী

শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া-টি-২০ দলত অসম সন্তান ৰিয়ান পৰাগৰ স্থান লাভ, এদিনীয়া দললৈ ওভতিব কোহলী-ৰোহিত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7