VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ’ল এছিয়ান গেমছ, কিয় লোৱা হ’ল এই সিদ্ধান্ত ?

voicedesk by voicedesk
May 6, 2022
in ক্ৰীড়া
অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ’ল এছিয়ান গেমছ, কিয় লোৱা হ’ল এই সিদ্ধান্ত ?
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

চীনত ক’ভিডৰ ব্যাপক সংক্ৰমণ অব্যাহত থকাৰ সময়তে চলিত বর্ষৰ ছেপ্টেম্বৰত হাংঝৌত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছ অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে ৷ আয়োজকসকলে  এই প্ৰতিযোগিতা পিছুৱাই দিয়াৰ কোনো কাৰণ উল্লেখ কৰা নাই ৷ এক বিবৃতিত আয়োজক সকলে কয় “এছিয়াৰ অলিম্পিক পৰিষদে ঘোষণা কৰিছে যে ১০ ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া ১৯ তম এছিয়ান গেমছ পিছুৱাই দিয়া হৈছে ৷ ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে নতুন তাৰিখ  ঘোষণা কৰা হ’ব ৷ “

আয়োজক চহৰ হাংঝৌ দেশখনৰ আটাইতকৈ বৃহৎ  চহৰ ছাংহাইৰ পৰা ২০০ কিলোমিটাৰতকৈও কম দূৰত্বত অৱস্থিত ৷ ক’ভিড শূণ্য কৰাৰ বাবে ছাংহাইত ঘোষণা কৰা হৈছিল লকডাউন ৷ আয়োজকসকলে যোৱা মাহত প্ৰকাশ কৰা অনুসৰি   পূৱ চীনত  ১২ নিযুত লোকে বাস কৰা   হাংঝৌত  এছিয়ান গেমছ আৰু এছিয়ান পেৰা গেমছৰ বাবে প্ৰায় ৫৬ টা প্ৰতিযোগিতাৰ স্থান নিৰ্মাণ সম্পূর্ণ কৰা হৈছে ৷

১৯৯০ চনত বেইজিং আৰু ২০১০ চনত গুয়াংঝৌৰ পিছত এই  প্ৰতিযোগিতা আয়োজন কৰা হাংঝৌ  হৈছে চীনৰ তৃতীয় খন চহৰ ৷প্ৰতিযোগিতাৰ অংশ হিচাপে কিছুমান খেল   নিংবো, ৱেনঝৌ, হুঝৌ, শ্বাওক্সিং আৰু জিনহুয়াকে ধৰি অন্যান্য প্ৰাদেশিক চহৰত অনুষ্ঠিত হোৱাৰ কথা আছিল।২০১৯ ৰ শেষৰ ফালে চীনৰ উহান চহৰত ক’ভিডৰ সংক্ৰমণ  হোৱাৰ পিছত প্ৰায় সকলো আন্তৰ্জাতিক ক্ৰীড়া প্ৰতিযোগিতা  চীনত বন্ধ কৰা হৈছিল ৷

 

Previous Post

উচটনিমূলক মন্তব্য দি পাঞ্জাৱ আৰক্ষীৰ জালত বিজেপি নেতা

Next Post

কাৰ লগত বিয়াত বহিল এ আৰ ৰহমানৰ কন্যা খাতিজা ?

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
কাৰ লগত বিয়াত বহিল এ আৰ ৰহমানৰ কন্যা  খাতিজা ?

কাৰ লগত বিয়াত বহিল এ আৰ ৰহমানৰ কন্যা খাতিজা ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7