VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ প্ৰথম সোণঃবিশ্ব ৰেকৰ্ড গঢ়িলে শ্বুটিং চেম্পিয়ন অবনীয়ে

voicedesk by voicedesk
August 30, 2021
in ক্ৰীড়া
টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ প্ৰথম সোণঃবিশ্ব ৰেকৰ্ড গঢ়িলে শ্বুটিং  চেম্পিয়ন অবনীয়ে
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

টকিঅ’ পেৰা অলিম্পিকত ইতিহাস গঢ়িলে ভাৰতৰ অবনী লেখাৰাই।টকিঅ’ত অনুষ্ঠিত হৈ থকা পেৰা অলিম্পিকত প্ৰথমটো সোণৰ পদকৰ সোৱাদ দিলে এই গৰাকী শ্বুটাৰে।

১০ মিটাৰ এয়াৰ ৰাইফলত এই জয় সাব্যস্ত কৰিছে খেলুৱৈ গৰাকীয়ে।পেৰা অলিম্পিকত প্ৰথম ভাৰতীয় মহিলা হিচাপে নিজৰ নাম খোদিত কৰিলে অবনীয়ে।

পেৰা অলিম্পিকত প্ৰথম বাৰৰ বাবে সোণৰ পদক লাভ কৰা অবনীৰ বয়স মাত্ৰ ১৯ বছৰ।উল্লেখ যোগ্য যে এই জয়ৰ যোগেদি অবনীয়ে বিশ্ব ৰেকৰ্ড গঢ়িবলেও সক্ষম হৈছে ।

ফাইনেললৈ যোগ্যতা অৰ্জন কৰা খেল খনত ৭ নম্বৰ স্থানত থকা অবনীয়ে ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে ২৪৯.৬ পইন্ট অৰ্জন কৰিবলৈ সক্ষম হ’য়।ইউক্ৰেইনৰ ইৰিনাৰ লগত যুগ্মভাৱে এই বিশ্ব ৰেকৰ্ড গঢ়ে অবনীয়ে।

 উল্লেখ যোগ্য যে টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ এইয়া চতুৰ্থটো বিজয়।ইয়াৰপূৰ্বে টেবুল টেনিছত ভাবিনা পেটেলে ৰূপ, হাই জাম্পত নিষাদ কুমাৰে ৰূপ পদক জয় কৰিছিল। একেদৰে ডিছকাছ থ্ৰ’ত বিনোদ কুমাৰে পদক লাভ কৰিছিল যদিও ফলাফলৰ এক বিসংগতি হোৱাত পুনৰ পৰ্যালোচনা কৰাৰ পিছতহে পদক জয়ৰ নিশ্চয়তা প্ৰদান কৰিব।

Previous Post

প্ৰথমে একেলগে চাহঃ তাৰ পাছতেই হত্যা

Next Post

ভাৰতৰ এইখন চিকিৎসালয়ত ৰবটৰ দ্বাৰা কৰোৱা হ’ব মেদবহুলতা অপাৰেচনঃ পঢ়ক আৰু জানক

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
ভাৰতৰ এইখন চিকিৎসালয়ত ৰবটৰ দ্বাৰা কৰোৱা হ’ব মেদবহুলতা অপাৰেচনঃ পঢ়ক আৰু জানক

ভাৰতৰ এইখন চিকিৎসালয়ত ৰবটৰ দ্বাৰা কৰোৱা হ’ব মেদবহুলতা অপাৰেচনঃ পঢ়ক আৰু জানক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7