VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আয়ৰালেণ্ডৰ শূন্য ৰাণত আউট হোৱাৰ পাছতো বাবৰৰ বিশ্ব অভিলেখ, পাকিস্তানৰ অধিনায়কগৰাকীয়ে কি নজিৰ গঢ়িলে !

voicedesk by voicedesk
May 13, 2024
in ক্ৰীড়া
আয়ৰালেণ্ডৰ  শূন্য ৰাণত আউট হোৱাৰ পাছতো বাবৰৰ বিশ্ব অভিলেখ, পাকিস্তানৰ অধিনায়কগৰাকীয়ে কি নজিৰ গঢ়িলে !
0
SHARES
5.6k
VIEWS
Share on FacebookShare on Twitter

আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টি-২০ মেচত পাকিস্তানৰ অধিনায়ক বাবৰ আজম শূণ্য ৰাণত আউট হোৱাৰ পিছতো বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। দ্বিতীয়খন টি-২০ মেচত আয়াৰলেণ্ডক পৰাস্ত কৰি পাকিস্তানে শৃংখলাৰ সমতা স্থাপন কৰে। এই জয়ৰ ফলস্বৰূপে পাকিস্তানৰ অধিনায়কগৰাকীয়ে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।

 

আয়াৰলেণ্ডৰ বিৰুদ্ধে বাবৰৰ এই জয় আছিল টি-২০ত ৪৫ সংখ্যক জয়। বিশ্ব ক্ৰিকেটত ইমানবোৰ টি-২০ মেচত কোনো অধিনায়কে জয়ী হোৱা নাই। বাবৰে ইমান দিনে উগাণ্ডাৰ অধিনায়ক ব্রায়ান মাছাবাৰ সৈতে যৌথভাৱে এই অভিলেখৰ শীৰ্ষত আছিল। মাছাবাই ৫৬খন খেলৰ ভিতৰত ৪৪খন খেলত জয়লাভ কৰিছে ৷ বাবৰে ৭৮খন মেচত অধিনায়কত্ব কৰি ৪৫খন মেচত জয়লাভ কৰে।

 

ইংলেণ্ডৰ অধিনায়ক ইয়ন মৰ্গান এই তালিকাত তৃতীয় স্থানত আছে। ৭২খন খেলৰ ভিতৰত ৪২খন খেলত জয়লাভ কৰিছে তেওঁ । আফগানিস্তানৰ অধিনায়ক আছঘৰ আফগানে ৫২খন খেলৰ ভিতৰত ৪২খন খেলত জয়লাভ কৰিছে। ইয়াৰ পিছতে আছে ভাৰতৰ অধিনায়ক দুগৰাকী। মহেন্দ্ৰ সিং ধোনীয়ে ৭২ খন খেলৰ ভিতৰত ৪১ খন খেলত জয়লাভ কৰিছে। ৰোহিতে ৪১খন মেচতো জয়লাভ কৰিছে।  অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিঞ্চে ৭৬খন খেলৰ ভিতৰত ৪০খন খেলত জয়লাভ কৰিছে

 

দ্বিতীয়খন টি-২০ মেচত প্ৰথম বেটিং কৰি আয়াৰলেণ্ডে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৯৩ ৰান সংগ্ৰহ কৰে। লৰ্কান টাকাৰে ৩৪টা বলত ৫১ ৰান সংগ্ৰহ কৰে। শ্বাহীন আফ্ৰিদীয়ে ৩টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ১৯টা বল বাকী থকা অৱস্থাত পাকিস্তানে মেচখনত জয়লাভ কৰে। চাৰিটা বলত শূন্য ৰাণত বাবৰ আউট হৈছিল যদিও মহম্মদ ৰিজৱান আৰু ফখৰ জামানৰ ১৪০ ৰানৰ বৰঙনিয়ে দলটোক যুঁজত ৰাখিছিল। জামানে ৭৮ ৰান সংগ্ৰহ কৰে। ৰিজৱানে ৭৫ ৰানত অপৰাজিত হৈ থাকে। শেষত আজম খানে ১০টা বলত ৩০ ৰানৰ ইনিংছ খেলে।

 

Previous Post

ইউ পি এছ চি ৰেংক হোল্ডাৰ মেজৰ অভিনন্দনৰ পৰিচালনাত গুৱাহাটীত চাণক্য আই এ এছ একাডেমীৰ কৰ্মশালা

Next Post

স্বাস্থ্যসন্মত খাদ্য খালেই নিৰোগী হৈ থাকিব নোৱাৰে, কি বাচনত ৰান্ধিছে তাৰ ওপৰতো নির্ভৰ কৰে স্বাস্থ্য , নতুন গৱেষণাই দিছে ইয়াৰ উপায়

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
স্বাস্থ্যসন্মত খাদ্য খালেই নিৰোগী হৈ থাকিব নোৱাৰে, কি বাচনত ৰান্ধিছে তাৰ ওপৰতো নির্ভৰ কৰে স্বাস্থ্য , নতুন গৱেষণাই  দিছে ইয়াৰ উপায়

স্বাস্থ্যসন্মত খাদ্য খালেই নিৰোগী হৈ থাকিব নোৱাৰে, কি বাচনত ৰান্ধিছে তাৰ ওপৰতো নির্ভৰ কৰে স্বাস্থ্য , নতুন গৱেষণাই দিছে ইয়াৰ উপায়

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7