VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ক্ৰীড়াক্ষেত্ৰলৈ দুঃখবৰ,অভিলেখ গঢ়োতা টেনিছ তাৰকা মাৰ্টিনা নাভ্ৰাটিলোভা আক্ৰান্ত কর্কটত

voicedesk by voicedesk
January 3, 2023
in ক্ৰীড়া
ক্ৰীড়াক্ষেত্ৰলৈ দুঃখবৰ,অভিলেখ গঢ়োতা টেনিছ তাৰকা  মাৰ্টিনা নাভ্ৰাটিলোভা আক্ৰান্ত কর্কটত
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

নতুন বছৰৰ আৰম্ভনিতে ক্ৰীড়াক্ষেত্ৰলৈ এক বেয়া খবৰ। ডিঙি আৰু স্তনৰ কেন্সাৰ ৰোগত আক্ৰান্ত হৈছে টেনিছ তাৰকা মাৰ্টিনা নাভ্ৰাটিলোভা। সোমবাৰে তেওঁ নিজেই এই কথা  প্ৰকাশ কৰে। শীঘ্ৰে আৰোগ্য লাভ কৰিব বুলিও আশা কৰিছে প্ৰাক্তন টেনিছ তাৰকাগৰাকীয়ে।

মাৰ্টিনাই যোৱা নৱেম্বৰ মাহত ডিঙিৰ অস্বস্তি লক্ষ্য কৰিছিল। ইয়াৰ পিছত পৰীক্ষাৰ সময়ত এটা টিউমাৰ ধৰা পৰে। ইয়াৰ পিছত সমগ্ৰ শৰীৰটো পৰীক্ষা কৰা হয়। যাৰ পৰা কেন্সাৰ স্তনলৈ বিয়পি পৰা বুলি নিশ্চিত হয় ৷ মাৰ্টিনাই ১৩ বছৰ পূৰ্বে ৰেডিয়চন থেৰাপীৰ দ্বাৰা স্তন কেন্সাৰৰ পৰা মুক্তি পাইছিল। তেতিয়া কোৱা হৈছিল যে এই ৰোগ ঘূৰি অহাৰ কোনো সম্ভাৱনা নাই। কিন্তু এই ৰোগে পুনৰ মাৰ্টিনাৰ শৰীৰত ঠাই লৈছে।

মাৰ্টিনাৰ এগৰাকী মুখপাত্ৰই কয় যে কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰিছে আৰু ইয়াৰ বাবে চিন্তাৰ কোনো কাৰণ নাই। সম্পূৰ্ণ সুস্থ হোৱাৰ সম্ভাৱনা বেছি।

মাৰ্টিনাই এই মাহতে ডিঙিৰ কৰ্কট ৰোগৰ চিকিৎসা আৰম্ভ কৰিব। অধ্যয়নত দেখা গৈছে যে প্ৰাৰম্ভিক পৰ্যায়ত ডিঙিৰ কৰ্কট ৰোগ ধৰা পৰিলে ৯০ শতাংশ ৰোগীয়ে পাঁচ বছৰ বা তাতকৈ অধিক সময় জীয়াই থাকে। অৱশ্যে স্তন কেন্সাৰৰ চিকিৎসা কেতিয়াৰ পৰা আৰম্ভ হ’ব সেই সন্দৰ্ভত কোনো তথ্য নাই। সূত্ৰ অনুসৰি ডিঙিৰ কৰ্কট ৰোগ আৰু স্তন কেন্সাৰৰ মাজত কোনো সম্পৰ্ক নাই।

খেলৰ পৰা অৱসৰ লোৱাৰ পিছত মাৰ্টিনাই টেনিছ বিশেষজ্ঞ হিচাপে কাম কৰিছিল। কিছুদিন পিছত তেওঁ মেলবৰ্ণলৈ উৰা মাৰি অষ্ট্ৰেলিয়ান অ’পেনত ধাৰাভাষ্যকৰ হিচাপে অংশগ্ৰহণ কৰিছে ৷

১৯৭৪ চনৰ পৰা ২০০৬ চনলৈকে মাৰ্টিনাই টেনিছ খেলিছিল। একক, ডাবল, মিক্স ডাবলছত ৫৯ খন গ্ৰেণ্ড শ্লেম তেওঁ লাভ কৰিছে । যিকোনো মহিলা খেলুৱৈতকৈ অধিক উইম্বলডন খিতাপ (৯) লাভ কৰি তেওঁ অভিলেখ ৰচনা কৰিছিল ৷মাৰ্গাৰেট ক’ৰ্ট আৰু ডৰিছ হাৰ্টৰ লগতে মাৰ্টিন হৈছে একক, ডাবলছ আৰু মিক্সড ডাবলছত কেৰিয়াৰৰ গ্ৰেণ্ড শ্লেম লাভ কৰা একমাত্ৰ মহিলা টেনিছ খেলুৱৈ। যোৱা বছৰ উইম্বলডনৰ শতবাৰ্ষিকীত তেওঁক সম্বৰ্ধনা জনোৱাৰ পৰিকল্পনা কৰা হৈছিল । কিন্তু প্ৰতিযোগিতাৰ পূৰ্বে তেওঁ ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বাবে তেওঁক সম্বর্ধণা জ্ঞাপন কৰিব পৰা নগ’ল ৷

 

Previous Post

আৰম্ভ হ’ল ‘ক’লা মুকুটা’ৰ অন্তিম যাত্ৰা, শেষ শ্ৰদ্ধা জনাবলৈ ওলাই আহিল ৰাইজ

Next Post

সলাইছে কৌশল, ড্ৰোনেৰে পাকিস্তানৰ পৰা সৰবৰাহ ড্ৰাগছ, ১ কেজি হেৰোইনসহ জব্দ ড্ৰোন

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
সলাইছে কৌশল, ড্ৰোনেৰে পাকিস্তানৰ পৰা সৰবৰাহ ড্ৰাগছ,  ১ কেজি হেৰোইনসহ জব্দ ড্ৰোন

সলাইছে কৌশল, ড্ৰোনেৰে পাকিস্তানৰ পৰা সৰবৰাহ ড্ৰাগছ, ১ কেজি হেৰোইনসহ জব্দ ড্ৰোন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7