VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আইপিএলৰ ট্ৰফীৰ দৌৰৰ পৰা বাহিৰ, প্লে অফত লজ্জাজনক নজিৰ আৰচিবিৰ

voicedesk by voicedesk
May 23, 2024
in ক্ৰীড়া
আইপিএলৰ ট্ৰফীৰ দৌৰৰ পৰা বাহিৰ, প্লে অফত লজ্জাজনক নজিৰ আৰচিবিৰ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on Twitter

আন এক আই পি এলত ব্যৰ্থ হ’ল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু। এইবাৰো ট্ৰফীৰ দৌৰৰ পৰা বাহিৰ হ’ল বেংগালুৰু ৷ চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি বিৰাট কোহলিয়ে প্লে অফত স্থান লাভ কৰে যদিও এলিমিনেটৰত ৰাজস্থান ৰয়েলছৰ হাতত পৰাস্ত হয়। ইয়াৰ লগে লগে আৰ চি বিয়ে এক লজ্জাজনক অভিলেখ গঢ়িলে।

 

প্লে অফত সৰ্বাধিক মেচত পৰাজয় হোৱা দলৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে বেংগালুৰুৱে। ২০০৮ চনৰ পৰা আই পি এল খেলি আছে বেংগালুৰুৱে। প্রতিযোগিতাৰ আৰম্ভনিৰ পৰাই খেলি অহা দলটোৱে প্লে অফত ১৬খন খেল খেলিছে৷ য’ত ১০ বাৰ পৰাস্ত হৈছে ৷বেংগালুৰুৰ বাহিৰে আন কোনো দলে প্লে অফত ইমান মেচত পৰাস্ত হোৱা নাই।

 

লীগ পৰ্যায়ৰ অন্তিমখন খেলত চেন্নাইক পৰাস্ত কৰি বেংগালুৰুৱে নেট ৰান ৰেটত পিছ পৰি ৰৈছে। সেই জয়ৰ ওপৰত অনুৰাগীসকলে দলটোৰ প্ৰতি নতুন আশা দেখিছিল । কিন্তু এইবাৰৰ আই পি এলত প্ৰথম আঠখন খেলৰ ভিতৰত ৭খন খেলত পৰাস্ত হোৱা বেংগালুৰুৱে প্লে অফৰ প্ৰথমখন মেচত পৰাজয়ৰ পাছত ওলাই আহিছিল।

 

প্লে অফত পৰাজিত মেচৰ তালিকাত বেংগালুৰুৰ পিছতে আছে চেন্নাই। ২৬খন খেলৰ ভিতৰত ৯ খন খেলত পৰাস্ত হৈছে চেন্নাই । তেওঁলোকতকৈ বেছি প্লে অফ মেচ আন কোনো দলে খেলা নাই। ১১খন খেলৰ ভিতৰত ৯খন খেলত পৰাস্ত হয় দিল্লী কেপিটেলছ। ২০খন খেলৰ ভিতৰত ৭খন খেলত পৰাস্ত হয় মুম্বাই ইণ্ডিয়ানছ। ছানৰাইজাৰ্ছ হায়দৰাবাদে ১২খন খেলৰ ভিতৰত ৭খন খেলত পৰাস্ত হৈছে প্লে অফ পর্যায়ত ।

 

Previous Post

এন্টিবায়টিকৰ অবাধ ব্যৱহাৰে আনিছে ভয়াৱহ সংকট,গৱেষণা পত্ৰতো সতৰ্কবাণী

Next Post

সৰ্বাধিক ৰান কৰা আনকেপড খেলুৱৈৰ তালিকাত তিনি নম্বৰ স্থানত ৰিয়ান পৰাগ, আইপিএলত ভংগ কৰিলে ঋষভ পণ্টৰ অভিলেখ

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
সৰ্বাধিক ৰান কৰা আনকেপড খেলুৱৈৰ তালিকাত তিনি নম্বৰ স্থানত ৰিয়ান পৰাগ, আইপিএলত ভংগ কৰিলে ঋষভ পণ্টৰ অভিলেখ

সৰ্বাধিক ৰান কৰা আনকেপড খেলুৱৈৰ তালিকাত তিনি নম্বৰ স্থানত ৰিয়ান পৰাগ, আইপিএলত ভংগ কৰিলে ঋষভ পণ্টৰ অভিলেখ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7