VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দবাৰ ইতিহাস ১৭ বছৰ বয়সত বিশ্ব চেম্পিয়নক প্ৰত্যাহ্বান জনাবলৈ যোগ্যতা অৰ্জন ভাৰতীয় খেলুৱৈৰ, পুনৰ ভাৰতৰ অভিলেখ

voicedesk by voicedesk
April 22, 2024
in ক্ৰীড়া
দবাৰ ইতিহাস ১৭ বছৰ বয়সত বিশ্ব চেম্পিয়নক প্ৰত্যাহ্বান জনাবলৈ যোগ্যতা অৰ্জন ভাৰতীয় খেলুৱৈৰ, পুনৰ ভাৰতৰ অভিলেখ
0
SHARES
46
VIEWS
Share on FacebookShare on Twitter

বিশ্ব দবাত ভাৰতে ৰছিলে ইতিহাস। ভাৰতৰ ১৭ বছৰীয়া গুকেশ ডোম্মাৰাজুৱে বিশ্ব চেম্পিয়নগক প্ৰত্যাহ্বান জনাবলৈ যোগ্যতা অৰ্জন কৰে। এই কৃতিত্ব অৰ্জন কৰা তেওঁ পৃথিৱীৰ আটাইতকৈ কম বয়সীয়া ব্যক্তি।

 

কানাডাৰ টৰন্টোত অনুষ্ঠিত হোৱা  দবা প্ৰতিযোগিতাত জয়ী হৈ গুকেশে এই সাফল্য লাভ কৰে। ১৪ ৰাউণ্ডৰ প্ৰতিযোগিতাৰ অন্তত সোমবাৰে পুৱাৰ ভাগত ভাৰতীয় সময় অনুসৰি গুকেশক চেম্পিয়ন ঘোষণা কৰা হয় ৷তেওঁ এইবাৰ বিশ্ব চেম্পিয়নশ্বিপত বিশ্ব চেম্পিয়ন ডিং লিৰেনক প্ৰত্যাহ্বান জনাব।

 

যোৱা ৰাউণ্ডত গুকেশে আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ হিকাৰু নাকামুৰাৰ ড্ৰ’ কৰিছিল। ফেবিয়ানো কাৰুয়ানা আৰু ইয়ান নেপামনিয়াচিৰ মেচখন ড্ৰ’ হোৱাৰ বাবে গুকেশে খিতাপ দখল কৰিবলৈ ড্ৰ’ৰ প্ৰয়োজন হৈছিল। গুকেশ চেম্পিয়ন হোৱাৰ পিছত টৰন্টোৰ গ্ৰেট হলত সকলোৱে তেওঁক অভিনন্দন জনায়।

 

শনিবাৰে ভাৰতৰ তাৰকাগৰাকীয়ে ফ্ৰান্সৰ আলিৰেজা ফিৰুজাক পৰাস্ত কৰে। এই সন্দৰ্ভত কিংবদন্তি দবা খেলুৱৈ বিশ্বনাথন আনন্দই কয়, “এই ১৭ বছৰীয়া ল’ৰাটোৱে কি কৰিব পাৰে, কোনেও কল্পনা কৰিব নোৱাৰে। চূড়ান্ত ৰাউণ্ডৰ ফলাফল যিয়েই নহওক কিয়, গুকেশে যি কৰে সেয়া ভাৰতীয় দবাৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিব।” চীনৰ লিৰেনক পৰাস্ত কৰিলে গুকেশ হৈ পৰিব বিশ্বৰ আটাইতকৈ কম বয়সীয়া চেম্পিয়ন। এই অভিলেখ মেগনাছ কাৰ্লচেন আৰু গেৰী কাছপাৰভৰ হাতত আছে। ২২ বছৰ বয়সত দুয়োজনেই বিশ্ব চেম্পিয়ন হৈছিল।

 

বিশ্বনাথন আনন্দৰ পিছত গুকেশ  দবা চেম্পিয়নশ্বিপত জয়ী হোৱা দ্বিতীয় ভাৰতীয় হিচাপে পৰিগণিত হয়।  আনন্দে নিজৰ এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত লিখিছে, ‘আটাইতকৈ কম বয়সীয়া প্ৰত্যাহ্বানকাৰী গুকেশ। অভিনন্দন আনন্দ একাডেমীৰ সকলোৱে আপোনাক লৈ গৌৰৱ অনুভৱ কৰিছে।“ চেম্পিয়ন হোৱাৰ পিছত গুকেশে কয়, ‘মোৰ ভাল লাগিছে, সকাহ পাইছো। “ দবা চেম্পিয়নশ্বিপত জয়ী হোৱাৰ বাবে গুকেশে লাভ কৰে ৮৮,৫০০ ইউৰো (প্ৰায় ৭৮.৫০ লাখ টকা) পুৰস্কাৰ ধন।

Previous Post

দেশৰ সকলোকে স্বাস্থ্য বীমাৰ অধীনলৈ অনাৰ বাবে বীমা ক্ৰয়ৰ বয়সৰ উচ্চ সীমা প্ৰত্যাহাৰ কেন্দ্ৰৰ, ইয়াৰ প্ৰভাৱ প্ৰিমিয়ামত পৰিবনে?

Next Post

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7