VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোপাৰ ছেমি ফাইনেলত অঘটন , ১৫ বাৰৰ চেম্পিয়ন উৰুগুৱে পৰাস্ত, ফাইনেলত আৰ্জেণ্টিনা বনাম কলম্বিয়া

voicedesk by voicedesk
July 11, 2024
in ক্ৰীড়া
কোপাৰ ছেমি ফাইনেলত অঘটন , ১৫ বাৰৰ চেম্পিয়ন উৰুগুৱে পৰাস্ত, ফাইনেলত আৰ্জেণ্টিনা বনাম কলম্বিয়া
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

কোপাৰ ছেমিত অঘটন ৷ কলম্বিয়াই ১৫ বাৰৰ চেম্পিয়ন  উৰুগুৱেক পৰাস্ত কৰে। আৰ্জেণ্টিনাৰ বিৰুদ্ধে ফাইনেল খেলিব কলম্বিয়াই ৷  ছেমি ফাইনেলত উৰুগুৱেক ১-০ গ’লত পৰাস্ত কৰে কলম্বিয়াই।

 

প্ৰথমাৰ্ধত কলম্বিয়াই ১-০ গ’লত অগ্ৰগতি লয় ৷ জেফাৰচন লেৰ্মাই গ’ল দিয়ে। তেওঁক সহায় কৰিছিল জেমছ ৰড্ৰিগেজে। এই প্ৰতিযোগিতাত তেওঁ ষষ্ঠবাৰৰ বাবে গ’ল দিয়াত সহায় কৰিছিল।

 

উৰুগুৱেই শেষবাৰৰ বাবে ২০১১ চনত কোপা জয় কৰিছিল। সেই বছৰ ফাইনেলত লুইছ ছুৱেৰেজে গ’ল দিছিল। কলম্বিয়াই সমগ্ৰ দ্বিতীয়াৰ্ধ ১০ জনীয়া সৈতে খেলিবলগীয়া হৈছিল। প্ৰথমাৰ্ধৰ একেবাৰে শেষত কলম্বিয়াৰ ডেনিয়েল মুনোজক ৰেড কার্ড দিয়ে   ১০ জন সদস্যৰে কলম্বিয়া খেলাৰ পিছতো উৰুগুৱেই গ’লটো ঘূৰাই দিব নোৱাৰিলে।

 

ব্ৰাজিলক পৰাস্ত কৰি উৰুগুৱে ছেমি ফাইনেলত প্ৰৱেশ কৰে। কোপা ফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছিল দলটোৰ । কিন্তু কলম্বিয়াৰ বিৰুদ্ধে পৰাস্ত হয়। ফলত কলম্বিয়াই আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব লাগিব। ইতিমধ্যে লিয়নেল মেছিৰ দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে। সেই মেচখন অনুষ্ঠিত হ’ব অহা সোমবাৰে পুৱা।

Previous Post

মাজুলীৰ ঐতিহাসিক বৰ এলেঙী সত্রৰ সত্রাধিকাৰৰ শ্রীশ্রী ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসান, মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ

Next Post

হতাশ অনুভৱ কৰিলে সুস্বাদু খাদ্য ভাল পায় নেকি? জাংক খাদ্যই বৃদ্ধি কৰে মানসিক চাপ , গৱেষণাত নতুন তথ্য

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
হতাশ অনুভৱ কৰিলে সুস্বাদু খাদ্য ভাল পায় নেকি? জাংক খাদ্যই বৃদ্ধি কৰে  মানসিক চাপ , গৱেষণাত নতুন তথ্য

হতাশ অনুভৱ কৰিলে সুস্বাদু খাদ্য ভাল পায় নেকি? জাংক খাদ্যই বৃদ্ধি কৰে মানসিক চাপ , গৱেষণাত নতুন তথ্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7