VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল দীপক চাহাৰ; অষ্ট্ৰেলিয়াত ভাৰতীয় দলত যোগদান কৰিব মহম্মদ ছামী, মহম্মদ ছিৰাজ আৰু শ্বাৰদুল ঠাকুৰে

voicedesk by voicedesk
October 12, 2022
in ক্ৰীড়া
টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল দীপক চাহাৰ; অষ্ট্ৰেলিয়াত ভাৰতীয় দলত যোগদান কৰিব  মহম্মদ ছামী, মহম্মদ ছিৰাজ আৰু শ্বাৰদুল ঠাকুৰে
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

পিঠিত আঘাত পোৱাৰ বাবে আগন্তুক টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিব নোৱাৰিব দীপক চাহাৰ। ষ্টেণ্ড বাই খেলুৱৈৰ ভিতৰত থকা চাহাৰে যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিত মূল দলত স্থান লাভ কৰিব বুলি আশা কৰা হৈছিল ৷ কিন্তু তেওঁৰ পিঠিৰ আঘাত ভাল হ’বলৈ সময়ৰ প্ৰয়োজন হ’ব ৷ অহা ২৩ অক্টোবৰত ভাৰতীয়  দলটো চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচত মুখামুখি হ’ব ৷ এই মেচৰ  পূৰ্বে  অষ্ট্ৰেলিয়াত ভাৰতীয় দলত যোগদান কৰিব পেচাৰ মহম্মদ ছামী, মহম্মদ ছিৰাজ আৰু শ্বাৰদুল ঠাকুৰে।

বিচিচিআইৰ এজন বিষয়াই সংবাদ মাধ্যমক সদৰী কৰা অনুসৰি দীপকে চাহাৰ সম্পূর্ণ সুস্থ হ’বলৈ কিছু সময় লাগিব। তেওঁৰ পিঠিৰ সমস্যা পুনৰ বাঢ়িছে ৷ তেওঁৰ গোৰোহা ঠিকেই আছে আৰু তাত কোনো সমস্যা হোৱা নাই । চাহাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পিঠিৰ সমস্যাত ভোগাত এদিনীয়া শৃংখলা এৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পাছতে তেওঁ নেচনেল ক্ৰিকেট একাডেমিত এই কথা অৱগত কৰে ৷

ছামীয়ে অভিজ্ঞতাৰ ফালৰ পৰা প্ৰথম শাৰীত আছে যদিও শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সমাপ্ত হোৱা এদিনীয়া শৃংখলাত ছিৰাজে উৎকৃষ্ট প্ৰদৰ্শন কৰিছিল ৷ ৰাঁচী এদিনীয়াত ৩টা উইকেটসহ ৫টা উইকেট দখল কৰিছিল ছিৰাজে ৷শ্বাৰদুলক সম্ভৱতঃ ষ্টেণ্ড বাই তালিকাত ৰখা হ’ব  ৷

ৰবি বিষ্ণয় আৰু শ্ৰেয়াছ আয়াৰে দলত যোগদান  কৰাৰ সম্ভাৱনা নাই আৰু দলটোৱে বেটছমেনৰ শক্তিশালীকৰণৰ বাবে প্ৰয়োজন অনুভৱ কৰিলেহে দলত যোগদান কৰিব। যুজবেন্দ্ৰ চাহালৰ কোনো ধৰণৰ আঘাত হ’লে অষ্ট্ৰেলিয়ালৈ যাত্ৰা কৰিব বিষ্ণয়ে।

Previous Post

গোৱাত নিয়মীয়া উৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত নৌসেনাৰ মিগ-২৯কে, কোনোমতে প্ৰাণ ৰক্ষা পাইলটৰ

Next Post

নীলা খামৰ চিঠি

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
নীলা খামৰ চিঠি

নীলা খামৰ চিঠি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7