VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আমেৰিকাই ৫ উইকেটত পৰাজিত কৰিলে বাংলাদেশক

voicedesk by voicedesk
May 22, 2024
in ক্ৰীড়া
আমেৰিকাই ৫ উইকেটত পৰাজিত কৰিলে বাংলাদেশক
0
SHARES
5.1k
VIEWS
Share on FacebookShare on Twitter

টি-২০ বিশ্বকাপৰ পূৰ্বে বাংলাদেশৰ ক্ৰিকেট দল উপস্থিত হৈছে আমেৰিকাত ৷বিশ্বকাপৰ পূর্বে ছাকিব আল হাছানৰ দলটোৱে আমেৰিকাৰ বিৰুদ্ধে খেলি প্ৰস্তুতি চলাইছে। কিন্তু শৃংখলাৰ প্ৰথমখন টি-২০ মেচত পৰাস্ত হয় বাংলাদেশ।

 

মঙলবাৰে বাংলাদেশৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ কৰে আমেৰিকাই। টি-২০ ছিৰিজৰ প্ৰথমখন মেচ আছিল হিউষ্টনত। মনক পেটেলৰ নেতৃত্বত সেই মেচখনত আমেৰিকাই জয়লাভ কৰিছিল। প্ৰথমে বেটিং কৰি বাংলাদেশে ২০ অভাৰত মাত্ৰ ১৫৩ ৰানহে সংগ্ৰহ কৰে।

 

বাংলাদেশৰ ১৫৩ ৰান যথেষ্ট নাছিল। টিম আমেৰিকাত আছে ক’ৰি এণ্ডাৰছনৰ দৰে ক্ৰিকেটাৰ। নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে এতিয়া আমেৰিকাৰ হৈ খেলিছে । তেওঁ ২৫টা বলত ৩৪ ৰান সংগ্ৰহ কৰি বাংলাদেশক পৰাস্ত কৰাত গুৰুত্বপূর্ণ ভূমিকা লয় । হৰমিত সিঙে  তেওঁক সংগ দিয়ে । তেওঁ ১৩টা বলত ৩৩ ৰান সংগ্ৰহ কৰে। আমেৰিকাৰ হৈ খেলাৰ পূর্বে হৰমিতে  মুম্বাই আৰু ত্ৰিপুৰাৰ হৈ ৰঞ্জি খেলিছিল ৷ লগতে আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল তেওঁ । ৩১ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীয়ে  ভাৰতৰ হৈ ১৯ বছৰ অনুৰ্ধ দলতো খেলিছিল। তিনিটা বল বাকী থকা অৱস্থাত হৰমিত আৰু এণ্ডাৰছনে বাংলাদেশক পৰাস্ত কৰে।

Previous Post

খাদ্য খাবলৈ একেবাৰেই মন নকৰে নেকি আপোনাৰ শিশুটিয়ে ? শিশুটিৰ আগ্ৰহৰ বাবে আপুনিও গ্ৰহণ কৰিব পাৰে কেইটামান কৌশল

Next Post

২০০০ টকা পাৰিশ্ৰমিকতো কৰিছিল কাম, প্ৰথম ছবিত অভিনয় কৰি কিমান ধন পাইছিল মনোজ বাজপেয়ীয়ে ?

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
২০০০ টকা পাৰিশ্ৰমিকতো কৰিছিল কাম, প্ৰথম ছবিত অভিনয় কৰি কিমান ধন পাইছিল মনোজ বাজপেয়ীয়ে ?

২০০০ টকা পাৰিশ্ৰমিকতো কৰিছিল কাম, প্ৰথম ছবিত অভিনয় কৰি কিমান ধন পাইছিল মনোজ বাজপেয়ীয়ে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7