VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেশৰ বাবে ১১ নম্বৰ জাৰ্চি পিন্ধিলেও ইংলেণ্ডৰ ফডেনে ক্লাবৰ হৈ ৪৭ নম্বৰ জার্চী কিয় পিন্ধে ?

voicedesk by voicedesk
July 12, 2024
in ক্ৰীড়া
দেশৰ বাবে ১১ নম্বৰ জাৰ্চি পিন্ধিলেও ইংলেণ্ডৰ ফডেনে ক্লাবৰ হৈ ৪৭  নম্বৰ জার্চী কিয় পিন্ধে  ?
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

ইউৰো কাপৰ ফাইনেল স্পেইনৰ বিৰুদ্ধে খেলিব ইংলেণ্ড। ইংলেণ্ড দলৰ যুৱ ফুটবলাৰজন হৈছে ফিল ফডেন। ভাৰতত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধ বিশ্বকাপত খেলা ইংৰাজ ফুটবলাৰগৰাকীয়ে দেশৰ হৈ ১১ নম্বৰৰ জাৰ্চি পিন্ধিছিল। কিন্তু তেওঁ নিজৰ ক্লাব মানচেষ্টাৰ চিটিৰ হৈ খেলি থকাৰ সময়ত ৪৭ নম্বৰৰ জাৰ্চি পিন্ধে। ফডেনৰ এই বিশেষ সংখ্যক জাৰ্চি পছন্দ কিয়?

 

ইউৰো কাপৰ ছেমি ফাইনেলত নেদাৰলেণ্ডক ২-১ গ’লত পৰাস্ত কৰি ইংলেণ্ডে ফাইনেলত প্ৰৱেশ কৰে। ফডেনে প্ৰিমিয়াৰ লীগৰ বছৰৰ শ্ৰেষ্ঠ ফুটবলাৰ বঁটা লাভ কৰে। ২৪ বছৰীয়া ফুটবলাৰগৰাকীয়ে ৪৭ নম্বৰৰ জাৰ্চি পিন্ধি মানচেষ্টাৰ চিটিৰ হৈ খেলে। চেম্পিয়নছ লীগ বিজয়ী মিডফিল্ডাৰগৰাকীয়ে তেওঁ কিয় এই বিশেষ নম্বৰৰ জাৰ্চি পিন্ধে সেয়া প্ৰকাশ কৰিছে ।

 

২০১৭ চনত মানচেষ্টাৰ চিটিত যোগদান কৰিছিল ফ’ডেনে। তেতিয়া তেওঁৰ বয়স আছিল ১৭ বছৰ। ফডেনে কয় “ প্ৰথমতে নিজাববীয়াকৈ নম্বৰ বাছি লোৱাৰ বিশেষ সুযোগ নাছিল। প্ৰথম সুযোগ পোৱাৰ সময়ত মোলৈ মাত্ৰ কেইটামান নম্বৰহে পঠিওৱা হৈছিল। তাৰ পৰাই বাছি ল’বলগীয়া হৈছিল  ৷ ৪৭ৰ বাহিৰে কোনো নম্বৰৰ লগত মোৰ কোনো সম্পৰ্ক নাছিল।”

 

৪৭ নম্বৰটো ফডেনৰ বাবে বিশেষ। এই নম্বৰৰ সৈতে ককাৰ স্মৃতি জড়িত হৈ হৈছে। ফডেনে কয় -মোৰ  ককাৰ মৃত্যু হৈছিল মাত্ৰ ৪৭ বছৰ বয়সতে। আমি তেওঁক খুব কম বয়সতে হেৰুৱালোঁ। মোক ৱেলছলৈ লৈ যোৱাৰ কথা এতিয়াও মনত আছে। দেউতাৰ পৰা শুনিছিলো ককাই মোৰ লগত ফুটবল খেলি ভাল পাইছিল। সেইবাবেই মই ৪৭ নম্বৰৰ জাৰ্চি পিন্ধো। এই সিদ্ধান্তত মোৰ দেউতাও বৰ সুখী।”

 

ফডেনৰ ৪৭ নম্বৰটোও টেটু কৰা হৈছে। তেওঁ ক’লে, “মইও সেই নম্বৰটো টেটু কৰিলোঁ। আৰু মই এই নম্বৰটো সলনি নকৰো। এই নম্বৰটো কোনেও পিন্ধিব নিবিচাৰে। মই বিচাৰো যে খেল এৰিলেও এই ৪৭ নম্বৰৰ জাৰ্চিটোৰ সৈতে মানচেষ্টাৰ চিটিয়ে যাতে ফিল ফডেনক মনত ৰাখে ।’

 

২০২১ চনত ফ’ডেনে নিজৰ জাৰ্চি নম্বৰ সলনি কৰাৰ সুযোগ পাইছিল। ছাৰ্জিঅ’ আগুৱেৰ’ই ক্লাব এৰি যোৱাৰ পিছত ফ’ডেনে ১০ নম্বৰৰ জাৰ্চি লাভ কৰাৰ সুযোগ পাইছিল। কিন্তু ফ’ডেনে ৪৭ নম্বৰৰ জাৰ্চি এৰি নিদিলে।

Previous Post

কেনেদৰে যত্ন ল’লে পুৰণি ষ্টীলৰ ৰন্ধন সামগ্ৰী নতুনৰ দৰে জিলিকি উঠিব?

Next Post

বিশিষ্ট অভিনেত্ৰী জুনু বৰুৱাৰ দেহাৱসান, ১৫ খন ছবিত কৰিছিল অভিনয়

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
বিশিষ্ট অভিনেত্ৰী জুনু বৰুৱাৰ দেহাৱসান, ১৫ খন ছবিত কৰিছিল অভিনয়

বিশিষ্ট অভিনেত্ৰী জুনু বৰুৱাৰ দেহাৱসান, ১৫ খন ছবিত কৰিছিল অভিনয়

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7