VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 23, 2023
in ক্ৰীড়া
এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক,  নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

 

এছিয়া কাপৰ পূৰ্বে নতুন বিপদত পাকিস্তান ক্ৰিকেট ব’ৰ্ড। প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমানৰ ব’ৰ্ডৰ অধ্যক্ষ জাকা আশ্ৰাফক অপসাৰণ কৰা হ’ব। ইয়াৰ পূৰ্বে দায়িত্বত থকা নাজাম শ্বেট্টী পুনৰ ক্ষমতালৈ ঘূৰি আহিব পাৰে। ইয়াৰ কাৰণ হ’ব পাৰে পাকিস্তানৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ।

 

পাকিস্তানৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবেই এই পৰিৱৰ্তন হ’বলৈ গৈ আছে। দেশত শ্বাহবাজ শ্বৰীফৰ চৰকাৰ আছিল। কিন্তু পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে শেহতীয়াকৈ সেই চৰকাৰখন ভংগ কৰে। ফলত পৰৱৰ্তী নিৰ্বাচনলৈ শ্বৰীফৰ চৰকাৰ দায়িত্বত থাকিব। কিন্তু তেওঁলোকৰ কোনো ক্ষমতা নাথাকিব।

 

ইয়াৰ পিছতে পাকিস্তানৰ নিৰ্বাচন আয়োগে এক বিবৃতি প্ৰকাশ কৰি কয় যে বৰ্তমান চৰকাৰে সকলো ৰাজনৈতিক নিযুক্তিপ্ৰাপ্ত ব্যক্তিক অপসাৰণ কৰিব লাগে। মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। পাছত পাকিস্তানৰ এটা মন্ত্ৰালয়ে আশ্ৰাফক ৰাজনৈতিক নিযুক্তিপ্ৰাপ্ত বুলি অভিহিত কৰি পাকিস্তান চৰকাৰক আশ্ৰাফক পদৰ পৰা অপসাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। যদি তেনেকুৱা হয়, তেন্তে নাজাম নিজৰ পুৰণি স্থানলৈ ঘূৰি আহিব পাৰে। জুলাই মাহত দায়িত্ব গ্ৰহণ কৰিছিল আশ্ৰফে। দুমাহৰ ভিতৰত তেওঁক পদৰ পৰা অপসাৰণ কৰিব পাৰে।

 

পাকিস্তান ব’ৰ্ডৰ অধ্যক্ষ পদটো সদায় ৰাজনৈতিক নিযুক্তি হিচাপে পৰিচিত হৈ আহিছে। চৰকাৰত থকা দলটোৱে নিজৰ প্ৰতিনিধিক পাক ব’ৰ্ডৰ অধ্যক্ষ কৰি লয়। আশ্ৰাফৰ ক্ষেত্ৰত বিষয়টো অধিক নাটকীয়। তেওঁ পাকিস্তান পিপলছ পাৰ্টিৰ সদস্য, বৰ্তমানৰ চৰকাৰৰ নহয়। শ্বৰীফৰ চৰকাৰ ক্ষমতাত থাকিলেও যিহেতু পিপিপিয়ে দেশৰ ক্ৰীড়া মন্ত্ৰালয়ৰ দায়িত্বত আছিল, সেয়েহে তেওঁলোকেই আশ্ৰাফক পিচিবিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছত আশ্ৰাফক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।

Previous Post

নতুন দিল্লীত জি-২০ৰ বৈঠক, ৰাজধানীৰ বিদ্যালয়, বেংক আৰু দোকান-পোহাৰ তিনিদিনৰ বাবে বন্ধ ঘোষণা

Next Post

মিজোৰামত নির্মীয়মাণ দলং ভাঙি মৃত্যু ১৭ জন শ্ৰমিকৰ, শোক প্ৰকাশ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ

Related Posts

এছিয়ান গেমছত পুনৰ সাফল্য অসম সন্তানৰ, ছেমিফাইনেলত দৌৰবিদ অম্লান বৰগোহাঁই
ক্ৰীড়া

এছিয়ান গেমছত পুনৰ সাফল্য অসম সন্তানৰ, ছেমিফাইনেলত দৌৰবিদ অম্লান বৰগোহাঁই

October 1, 2023
বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা
ক্ৰীড়া

বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা

September 30, 2023
এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলিনাই, সহজ জয়ৰে ছেমিফাইনেলত প্ৰৱেশ
ক্ৰীড়া

এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলিনাই, সহজ জয়ৰে ছেমিফাইনেলত প্ৰৱেশ

September 30, 2023
বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!
ক্ৰীড়া

বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

September 29, 2023
শ্বুটিঙত  পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান
ক্ৰীড়া

শ্বুটিঙত পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান

September 29, 2023
পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে
ক্ৰীড়া

পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে

September 28, 2023
Next Post
মিজোৰামত নির্মীয়মাণ দলং ভাঙি মৃত্যু ১৭ জন শ্ৰমিকৰ, শোক প্ৰকাশ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ

মিজোৰামত নির্মীয়মাণ দলং ভাঙি মৃত্যু ১৭ জন শ্ৰমিকৰ, শোক প্ৰকাশ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7