VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?

voicedesk by voicedesk
November 30, 2023
in ক্ৰীড়া
দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?

Cricket - ICC Cricket World Cup 2023 - Final - India v Australia - Narendra Modi Stadium, Ahmedabad, India - November 19, 2023 India's Rohit Sharma looks dejected after losing the ICC Cricket World Cup final REUTERS/Adnan Abidi

0
SHARES
117
VIEWS
Share on FacebookShare on Twitter

ৰাহুল দ্ৰাবিড় ভাৰতৰ প্ৰশিক্ষক হ’ব নে নহয় সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। সেই সমস্যা বুধবাৰে সমাধান হয়। ব’ৰ্ডে দ্ৰাবিড়ৰ চুক্তি বৃদ্ধি কৰিছে। এইবাৰ সমস্যা আৰম্ভ হৈছে ৰোহিত শৰ্মাক লৈ। টি-২০ মেচ তেওঁ খেলিব নে নেখেলে সেয়া এতিয়াও স্পষ্ট কৰা নাই ৰোহিতে । কিন্তু টি-২০ বিশ্বকাপত অধিনায়ক হিচাপে ৰোহিতক বিচাৰে ব’ৰ্ডে।

 

বিশ্বকাপ খেলি এতিয়া জিৰণি লৈছে ৰোহিতে। শেহতীয়াকৈ তেওঁক টি-২০ ফৰ্মেটত বিশেষ খেলা দেখা পোৱা নাই। কিন্তু ব’ৰ্ডে বিচাৰে যে ৰোহিতে টি-২০ বিশ্বকাপত দলটোক নেতৃত্ব দিয়ক।

 

লিগামেণ্টৰ আঘাতৰ বাবে হাৰ্দিক পাণ্ডিয়াক বিশ্বকাপৰ পৰা বাদ দিয়া হৈছে। শেহতীয়াকৈ টি-২০ত তেওঁ ভাৰতক নেতৃত্ব দি আছিল। তেওঁৰ অনুপস্থিতিত ভাৰতৰ নেতৃত্ব দি আছে সূৰ্যকুমাৰ যাদৱে। যদিহে ৰোহিতে দক্ষিণ আফ্ৰিকাত টি-২০ খেলিবলৈ সন্মত নহয় তেন্তে সূৰ্য্যক নেতৃত্বৰ দায়িত্ব দিয়া হ’ব পাৰে। ৰোহিতে পূৰ্বে কৈছিল যে তেওঁ টি-২০ ফৰ্মেটত খেলিবলৈ ইচ্ছুক নহয়। কিন্তু ব’ৰ্ডে বিচাৰে যে তেওঁ অন্ততঃ টি-২০ বিশ্বকাপলৈকে এই ফৰ্মেটত খেলি থাকক ৷

 

ব’ৰ্ডৰ এক সূত্ৰই সংবাদ সংস্থাটোক জনোৱা মতে, ‘এতিয়া প্ৰশ্নটো হ’ল হাৰ্দিক ঘূৰি আহিলে কি হ’ব। ব’ৰ্ডে বিচাৰে যে ৰোহিতে টি-২০ খেলিবলৈ সন্মত হ’লে বিশ্বকাপত দলটোক নেতৃত্ব দিব। বিশ্বকাপ পৰ্যন্ত টি-২০ত দলৰ অধিনায়ক  হিচাপে থাকিব ৰোহিতে। যদিহে ৰোহিতে এই কথাত সন্মতি নিদিয়ে তেন্তে সূৰ্য্যই দলটোক দক্ষিণ আফ্ৰিকা ভ্ৰমণত নেতৃত্ব দিব।’

 

উল্লেখযোগ্য যে বিৰাট কোহলীয়ে ইতিমধ্যে টি-২০ৰ পৰা নিজকে আঁতৰাই নিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে। ​

 

Previous Post

তিনিমাহৰ বাবে বৃদ্ধি কৰা হ’ল মুখ্য সচিব পৱন বৰঠাকুৰৰ কার্যকাল

Next Post

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত মহিলাৰ সিদ্ধান্ত গ্ৰহনৰ ভূমিকা’ শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনাচক্ৰ সম্পন্ন

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত মহিলাৰ সিদ্ধান্ত গ্ৰহনৰ ভূমিকা’ শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনাচক্ৰ সম্পন্ন

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত মহিলাৰ সিদ্ধান্ত গ্ৰহনৰ ভূমিকা' শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনাচক্ৰ সম্পন্ন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7