VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নতুন ক্লাবলৈ অহাৰ পিছতো প্ৰশিক্ষকৰে মনোমালিন্য ৰোনাল্ডোৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 13, 2023
in ক্ৰীড়া
নতুন ক্লাবলৈ অহাৰ পিছতো প্ৰশিক্ষকৰে মনোমালিন্য ৰোনাল্ডোৰ
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

ক্রিষ্টিয়ানো ৰোনাল্ডোৱে প্রশিক্ষকৰ সৈতে হোৱা সমস্যাৰ বাবে  মানচেষ্টাৰ ইউনাইটেড এৰি থৈ যায়৷ আনকি নতুন ক্লাবলৈ যোৱাৰ পাছতো তেওঁৰ এই সমস্যাৰ অন্ত পৰা নাই ৷ ছৌদি আৰৱৰ আল নাছেৰ ক্লাবৰ প্ৰশিক্ষক ৰুডি গাৰ্চিয়াৰ সৈতেও তেওঁৰ মনোমালিন্য ঘটিছে ৷ ৰোনাল্ডোৱে প্ৰশিক্ষকৰ পৰিকল্পনা গ্ৰহণ কৰিব নোৱাৰে। তেওঁ দলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে প্ৰশিক্ষকক দোষাৰোপ কৰিছে ৷

 

আল নাছেৰে আল ফেয়াৰৰ বিৰুদ্ধে ০-০ গ’লত ড্র কৰে। ইয়াৰ পিছতে ৰোনাল্ডোৱে প্ৰশিক্ষকক লৈ প্ৰশ্ন উত্থাপন কৰে। ছৌদি সংবাদ মাধ্যমৰ মতে ৰোনাল্ডোৱে অনুভৱ কৰিছে যে গাৰ্চিয়াই ফুটবলাৰৰ পৰা শ্ৰেষ্ঠখিনি উলিয়াই আনিবলৈ ব্যৰ্থ হৈছে। ইয়াৰ ফলত বেয়া ফলাফল তেওঁৰ দলটোৱে লাভ কৰিছে ৷  ৰোনাল্ডোৰ মতে, আল নাছেৰৰ ছৌদি প্ৰ’ লীগ জয় কৰাৰ সম্ভাৱনা আছে। কিন্তু প্ৰশিক্ষকৰ বাবে পিছ পৰি আছে।

 

কেৱল ৰোনাল্ডোৱেই নহয়, ক্লাবৰ মালিকো গাৰ্চিয়াক লৈ সুখী নহয়। যোৱা বছৰ গাৰ্চিয়াই প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল। এবছৰত তেওঁ কোনো উল্লেখযোগ্য কাম কৰিব নোৱাৰিলে। ৰোনাল্ডোৰ দৰে ফুটবলাৰক চুক্তিবদ্ধ কৰাৰ পিছতো ক্লাবৰ মালিকে দলৰ ফলাফল আশা কৰা ধৰণে লাভ কৰিব নোৱাৰিব ৷  হয়তো এই ছিজনৰ পিছত গাৰ্চিয়াক বৰ্খাস্ত কৰা হ’ব পাৰে।

 

এতিয়া ছৌদি প্ৰ’ লীগত দ্বিতীয় স্থানত আছে আল নাছেৰ। শীৰ্ষত আল ইত্তেহাদৰ পৰা ৩ পইণ্ট পিছ পৰি আছে। কেৱল সেয়াই নহয়, তিনি আৰু চাৰি নম্বৰত থকা আল শ্বাবাব আৰু আল হিলাল বহু পিছ পৰি থকা নাই। এনে পৰিস্থিতিত ক্লাবৰ ভিতৰতে বিবাদ আৰম্ভ হৈছে ৷

Previous Post

হলিউডত অভিষেক ঘটাৰ পিছত এইবাৰ খলনায়িকাৰ চৰিত্ৰত অভিনয় কৰিব আলিয়া ভাটে

Next Post

মোদীক লৈ তথ্যচিত্ৰ নির্মাণ কৰি পুনৰ বিপদত বিবিচি, বৈদেশিক মুদ্ৰা আইন উলংঘাৰ গোচৰ ৰুজু ইডিৰ

Related Posts

ৰোহিতক দেখিলেও কোহলীক নেদেখিবও পাৰে টি-২০ বিশ্বকাপত ! কি ভাবিছে বিচিচিআইয়ে !!
ক্ৰীড়া

ৰোহিতক দেখিলেও কোহলীক নেদেখিবও পাৰে টি-২০ বিশ্বকাপত ! কি ভাবিছে বিচিচিআইয়ে !!

December 7, 2023
দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?
ক্ৰীড়া

দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?

November 30, 2023
জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক
ক্ৰীড়া

জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক

November 29, 2023
হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!
ক্ৰীড়া

হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!

November 27, 2023
আজি  গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ
ক্ৰীড়া

আজি গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ

November 27, 2023
সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত  কৌশিক ফুকন
ক্ৰীড়া

সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত কৌশিক ফুকন

November 27, 2023
Next Post
মোদীক লৈ তথ্যচিত্ৰ নির্মাণ কৰি পুনৰ বিপদত বিবিচি, বৈদেশিক মুদ্ৰা আইন উলংঘাৰ গোচৰ ৰুজু ইডিৰ

মোদীক লৈ তথ্যচিত্ৰ নির্মাণ কৰি পুনৰ বিপদত বিবিচি, বৈদেশিক মুদ্ৰা আইন উলংঘাৰ গোচৰ ৰুজু ইডিৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7