VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দিল্লীৰ টেষ্টমেচক লৈ উত্তেজিত কোহলি, ঘৰৰ পৰা ষ্টেডিয়ামলৈ অনুশীলনৰ বাবে নিজেই চলাই আহিল গাড়ী

voicedesk by voicedesk
February 16, 2023
in ক্ৰীড়া
দিল্লীৰ টেষ্টমেচক লৈ উত্তেজিত কোহলি, ঘৰৰ পৰা ষ্টেডিয়ামলৈ অনুশীলনৰ বাবে  নিজেই চলাই আহিল গাড়ী
0
SHARES
40
VIEWS
Share on FacebookShare on Twitter

দীঘলীয়া বিৰতিৰ অন্তত  দিল্লীত অনুষ্ঠিত হ’ব টেষ্ট মেচ। ইয়াক লৈ উত্তেজিত হৈ পৰিছে  বিৰাট কোহলী। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত খেলিবলৈ নামি অহাৰ পূৰ্বে উত্তেজিত হৈ পৰিছে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকী। ঘৰৰ পৰা নিজেই গাড়ী চলাই অনুশীলন কৰিবলৈ আহিছিল কোহলি । ক্ৰিকেটাৰ গৰাকীয়ে সেই ছবি ইতিমধ্যে পোষ্ট কৰিছে ছছিয়েল মিডিয়াত ৷

কোহলীয়ে শেষবাৰৰ বাবে ২০১৯ চনৰ মাৰ্চ মাহত কোটলাত খেলিছিল। সেয়া আছিল এদিনীয়া মেচ। পিছৰ মাহত তেওঁ দিল্লীৰ বিৰুদ্ধে আই পি এলত আৰ চি বিৰ হৈ খেলিছিল। দিল্লী তেওঁৰ ঘৰুৱা খেলপথাৰ। এই ক্ষেত্ৰত তেওঁৰ শৈশৱৰ বহু স্মৃতি আছে। ৰঞ্জীৰ বাহিৰেও বিভিন্ন বয়সৰ স্তৰত ঘৰুৱা ক্ৰিকেটত বহু মেচ খেলিছিল। ১৭ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টত সকলোৰে দৃষ্টি তেওঁৰ ওপৰত থাকিব।

কোহলীয়ে পোষ্ট কৰা ছবিখনত তেওঁক প্ৰেকটিছ জাৰ্চি পিন্ধা দেখা গৈছে। তেওঁ লগতে লিখিছে, “বহুদিনৰ বিৰতিত দিল্লীত ষ্টেডিয়ামলৈ গাড়ী চলাই যাত্ৰা। বৰ নষ্টালজিক অনুভৱ হৈছে।” কোহলীৰ ঘৰ মুম্বাইত। কিন্তু দিল্লীতো তেওঁৰ ঘৰ আছে, য’ত মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকল থাকে। সেই ঘৰৰ পৰাই কোহলি অনুশীলন কৰিবলৈ আহিছে।

ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে প্ৰথমবাৰৰ বাবে নিজৰ নামেৰে নামাকৰণ কৰা পেভিলিয়নৰ সন্মুখত খেলিবলৈ ওলাইছে। আগন্তুক টেষ্টত সেই গেলেৰীত বহিব অষ্ট্ৰেলিয়াৰ অনুৰাগী। অৰুণ জেটলী ষ্টেডিয়ামত এই পৰ্যন্ত সকলো ফৰ্মেটতে ১১খন খেল খেলিছে কোহলীয়ে। ৭১৫ ৰান তেওঁ সংগ্ৰহ কৰে।  ২০১৭ চনৰ ডিচেম্বৰ মাহত এই খেলপথাৰত শেষবাৰৰ বাবে টেষ্ট খেলিছিল। শ্ৰীলংকাৰ বিৰুদ্ধে সেই খেলখনত তেওঁ ২৪৩ ৰান সংগ্ৰহ কৰিছিল। এই খেলপথাৰত ৩ খন টেষ্টত ৪৬৭ ৰান সংগ্ৰহ কৰিছে কোহলিয়ে । দীৰ্ঘদিন ধৰি টেষ্টত শতক অৰ্জন কৰিব পৰা নাই কোহলিয়ে ।

Previous Post

প্ৰিমিয়াৰ লীগৰ শীৰ্ষস্থানৰ পৰা আঁতৰিল আর্চেনাল, এইবাৰ আধিপত্য মানচেষ্টাৰ চিটিৰ

Next Post

চীনক ৰুধিবলৈ সীমান্তত শক্তি বৃদ্ধি কৰিব ভাৰতে, গঠন কৰিব নতুন বেটেলিয়ন, সীমান্ত অঞ্চলৰ উন্নয়নৰ বাবে ব্যয় কৰিব ৪৮০০ কোটি টকা

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
চীনক ৰুধিবলৈ সীমান্তত শক্তি বৃদ্ধি কৰিব ভাৰতে, গঠন কৰিব নতুন বেটেলিয়ন, সীমান্ত অঞ্চলৰ উন্নয়নৰ বাবে ব্যয় কৰিব ৪৮০০ কোটি টকা

চীনক ৰুধিবলৈ সীমান্তত শক্তি বৃদ্ধি কৰিব ভাৰতে, গঠন কৰিব নতুন বেটেলিয়ন, সীমান্ত অঞ্চলৰ উন্নয়নৰ বাবে ব্যয় কৰিব ৪৮০০ কোটি টকা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7