VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৩৬ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে শীর্ষচ্যুত আনন্দ, দেশৰ এক নম্বৰ হ’ব ১৭ বছৰীয়া খেলুৱৈ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 5, 2023
in ক্ৰীড়া
৩৬ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে শীর্ষচ্যুত আনন্দ, দেশৰ এক নম্বৰ হ’ব ১৭ বছৰীয়া খেলুৱৈ
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

৩৬ বছৰৰ পাছত ভাৰতৰ শ্ৰেষ্ঠ দবা খেলুৱৈৰ খিতাপ হেৰুওৱাৰ দিশে গতি কৰিছে বিশ্বনাথন আনন্দ। পাঁচবাৰৰ বিশ্ব চেম্পিয়নগৰাকীয়ে দ্বিতীয় স্থানলৈ আগবাঢ়িব। ১৭ বছৰীয়া ডমৰাজু গুকেশ ভাৰতীয় দবা খেলুৱৈৰ ভিতৰত শীৰ্ষস্থানলৈ উন্নীত হ’ব। আজাৰবাইজানৰ বাকুত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডত গুকেশৰ জয়ে ভাৰতীয় দবা খেলুৱৈৰ ভিতৰত শীৰ্ষস্থান নিশ্চিত কৰে। অৱশ্যে বিশ্ব দবা ফেডাৰেচন ৰেংকিঙত ভাৰতীয়ৰ ভিতৰত আনন্দ এতিয়াও শীৰ্ষত আছে। ছেপ্টেম্বৰৰ আৰম্ভণিতে ফেডাৰেচনে প্ৰকাশ কৰিবলগীয়া নতুন ৰেংকিঙত শীৰ্ষস্থান দখল কৰিব গুকেশ। ১৭ বছৰীয়া গ্ৰেণ্ডমাষ্টাৰগৰাকীয়ে যোৱা এপ্ৰিল মাহত ফিডৰ ৰেংকিঙত শীৰ্ষ ১০০ ৰ ভিতৰত স্থান লাভ কৰিছিল।

 

ফেডাৰেচনৰ পৰৱৰ্তী ৰেংকিঙত বিশ্বৰ শীৰ্ষ ১০ গৰাকী দবা খেলুৱৈৰ ভিতৰত স্থান পাব গুকেশ। ভাৰতৰ তৃতীয় দবা খেলুৱৈ হিচাপে তেওঁ বিশ্বৰ শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰিব। আনন্দৰ বাহিৰে কেৱল পি হৰিকৃষ্ণৰ এই কৃতিত্ব আছে। যোৱা জুলাই মাহত গুকেশে ইলো ৰেটিংত আন এজন প্ৰাক্তন বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লছনক অতিক্ৰম কৰিছিল। চেন্নাইৰ এইগৰাকী স্থানীয় খেলুৱৈয়ে ২৭৫০ ইলো ৰেটিং লাভ কৰা বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা খেলুৱৈ হিচাপেও গৌৰৱ লাভ কৰিছে।

 

বিশ্ব দবাত গুকেশৰ উত্থানও উল্লাসৰ সৃষ্টি কৰিছে। ৩৬ বছৰৰ পাছত ভাৰতীয়ৰ ভিতৰত দ্বিতীয় স্থানলৈ নামি অহাৰ বাবে তেওঁৰ কোনো আক্ষেপ নাই। আনন্দই কয়, “কেৱল মই নহয়, যোৱা ডেৰ বছৰত গুকেশে বহু লোকৰ লগত নিজৰ প্ৰতিভাৰ পৰিচয় দিছে।”

 

এতিয়া আনন্দ ফেডাৰেচনৰ ৰেংকিঙত নৱম স্থানত আছে। তেওঁৰ ইলো ৰেটিং হৈছে ২৭৫৪। ১১ নম্বৰত আছে গুকেশ। ২৭ বছৰীয়া দবা খেলুৱৈগৰাকীৰ ইলো ৰেটিং হৈছে ২৭৫১। একেৰাহে ৩৬ বছৰ ভাৰতীয় দবা শাখাৰ শীৰ্ষত থকাৰ পাছত অহা মাহত দ্বিতীয় স্থানলৈ নামি আহিব ৫৩ বছৰীয়া আনন্দ ৷

​​

 

Previous Post

বিয়াত বহিব কভি খুচী কভি গমৰ শৈশৱৰ পূজা, দৰা কোন?

Next Post

নীল আৰ্মষ্ট্ৰংৰ জন্মদিনতে চন্দ্ৰ দেশলৈ যাব চন্দ্ৰযান-৩

Related Posts

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?
ক্ৰীড়া

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?
ক্ৰীড়া

শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?

September 20, 2023
গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী
ক্ৰীড়া

গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

September 13, 2023
ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে
ক্ৰীড়া

ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে

September 6, 2023
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল
ক্ৰীড়া

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল

August 29, 2023
এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক,  নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা
ক্ৰীড়া

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

August 23, 2023
Next Post
নীল আৰ্মষ্ট্ৰংৰ জন্মদিনতে চন্দ্ৰ দেশলৈ যাব চন্দ্ৰযান-৩

নীল আৰ্মষ্ট্ৰংৰ জন্মদিনতে চন্দ্ৰ দেশলৈ যাব চন্দ্ৰযান-৩

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7