VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলৰ বাবে ভাল খবৰ, ৰেংকিঙত উন্নীত হৈছে দুই ক্ৰিকেটাৰ

voicedesk by voicedesk
May 31, 2024
in ক্ৰীড়া
টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলৰ বাবে ভাল খবৰ, ৰেংকিঙত উন্নীত হৈছে দুই  ক্ৰিকেটাৰ
0
SHARES
885
VIEWS
Share on FacebookShare on Twitter

 

টি-২০ বিশ্বকাপ সমাগত । তাৰ আগতে ভাৰতীয় দলৰ বাবে ভাল খবৰ। দলটোৰ দুই ক্ৰিকেটাৰ আর্শদীপ সিং আৰু অক্ষৰ পেটেলে আইচিচিৰ ৰেংকিঙত স্থান লাভ কৰিছে ৷

 

টি-২০ বলাৰৰ তালিকাত এখোজ ওপৰলৈ উঠিছে অক্ষৰ। চতুৰ্থ স্থানৰ পৰা তিনি নম্বৰলৈ উন্নীত হৈছে তেওঁ। অক্ষৰৰ ৰেটিং হৈছে ৬৬০। বলাৰৰ তালিকাত ১৯ নম্বৰ স্থানত আছিল আর্শদ্বীপ। তিনিটা স্থান আগুৱাই তেওঁ ১৬ নম্বৰত স্থান লাভ কৰিছে ৷ এই বাওঁহাতৰ পেচাৰগৰাকীৰ ৰেটিং হৈছে ৬০৭।

 

শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছে আন এজন ভাৰতীয় বলাৰে। তেওঁ হৈছে ৰবি বিষ্ণয়। তেওঁ এখোজ আগুৱাই  পাঁচ নম্বৰত স্থান লাভ কৰিছে ৷  তেওঁৰ ৰেটিং হৈছে ৬৫৯।  শীৰ্ষ দহৰ ভিতৰত থাকিলেও এই লেগ স্পিনাৰজনে  ভাৰতৰ টি-২০ বিশ্বকাপ দলত স্থান লাভ কৰা নাই ৷

 

বেটছমেনৰ তালিকাত শীৰ্ষ স্থানত আছে সূৰ্যকুমাৰ যাদৱ। শীৰ্ষ দহৰ ভিতৰত থকা  আন এজন ভাৰতীয় বেটছমেন হৈছে যশস্বী জয়ছোৱাল। অল ৰাউণ্ডাৰৰ শীৰ্ষ দহৰ তালিকাত একমাত্ৰ হাৰ্দিক পাণ্ডিয়াই স্থান লাভ কৰিছে । অষ্টম স্থানত আছে হার্দিক।

 

 

Previous Post

ধূলিৰ পৰা এলাৰ্জী হৈছে নেকি? কিদৰে ছাফা কৰি ৰাখিলে ধূলিৰ পৰা মুক্তি পাব আপুনি ?

Next Post

গৰুৰ গাখীৰ খালে ‘বাৰ্ড ফ্লু’ হ’ব পাৰেনে? এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই কি কয় ?

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
গৰুৰ গাখীৰ খালে ‘বাৰ্ড ফ্লু’ হ’ব পাৰেনে? এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই কি কয় ?

গৰুৰ গাখীৰ খালে ‘বাৰ্ড ফ্লু’ হ’ব পাৰেনে? এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই কি কয় ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7