VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হাৰ্দিক নহয় টি-২০ত অধিনায়কৰ দায়িত্ব হিচাপে লাভ কৰিব আন এজন ক্ৰিকেটাৰে, প্ৰশিক্ষক গম্ভীৰেও দিছে সন্মতি ?

voicedesk by voicedesk
July 17, 2024
in ক্ৰীড়া
হাৰ্দিক নহয় টি-২০ত অধিনায়কৰ দায়িত্ব হিচাপে লাভ কৰিব আন এজন ক্ৰিকেটাৰে, প্ৰশিক্ষক গম্ভীৰেও দিছে সন্মতি ?
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

 

টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ উপ অধিনায়ক হিচাপে আছিল হাৰ্দিক পাণ্ডিয়া। অধিনায়ক ৰোহিত শৰ্মাই টি-২০ ফর্মেটৰ পৰা অৱসৰ লোৱাৰ লগে লগে নেতৃত্বৰ দৌৰত আগবাঢ়ি আছিল হাৰ্দিক। অৱশ্যে গৌতম গম্ভীৰে নতুন প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণৰ পাছত হার্দিকক অধিনায়ক হিচাপে নির্বাচিত কৰাটো অনিশ্চিত হৈ পৰিছে ৷ ভাৰতৰ পৰৱৰ্তী টি-২০ অধিনায়ক হিচাপে আন এজন ব্যক্তিৰ নাম প্ৰায় চূড়ান্ত হৈছে।

 

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কগৰাকীয়ে জাতীয় দলটোক চিৰদিনৰ বাবে নেতৃত্ব দিবলৈ কিছু দিন অপেক্ষা কৰিব লাগিব। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সূত্ৰ অনুসৰি সূৰ্যকুমাৰ যাদৱ হ’ব টি-২০ দলৰ অধিনায়ক হ’বলৈ গৈ আছে। যদি সকলো ঠিকে থাকে তেন্তে ২০২৬ চনৰ টি-২০ বিশ্বকাপলৈকে তেওঁক এই দায়িত্ব প্ৰদান কৰা হ’ব । এদিন বা দুদিনৰ ভিতৰত টি-২০ দলৰ অধিনায়ক হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব সূৰ্যকুমাৰৰ নাম। প্ৰশিক্ষক গম্ভীৰেও এই সিদ্ধান্তৰ সৈতে একমত। ২০ অভাৰ ক্ৰিকেটত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনে শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাৰ দায়িত্ব ল’ব। হার্দকো দলত থাকিব। তেওঁক উপ-অধিনায়ক হিচাপে দেখা পোৱাৰ সম্ভাৱনা আছে।

 

এদিনীয়া বিশ্বকাপৰ পাছত সূৰ্যকুমাৰে ভাৰতীয় দলটোক দুখন টি-২০ শৃংখলাত নেতৃত্ব দিছিল। অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭খন মেচত অধিনায়ক সূৰ্যকুমাৰে অগ্ৰগতি লাভ কৰি ৫খনত জয়লাভ কৰে। ফলত আই পি এলৰ আন এজন সতীৰ্থৰ নেতৃত্বত পুনৰ জাতীয় দলত খেলিব লাগিব মুম্বাইৰ অধিনায়ক হার্দিকে।

 

২০২২ চনৰ টি-২০ বিশ্বকাপৰ পাছত ৰোহিতৰ অনুপস্থিতিত কেইবাখনো টি-২০ মেচত হাৰ্দিকে ভাৰতক নেতৃত্ব দিছিল। কিন্তু ক্ৰিকেটাৰ হাৰ্দিকৰ ধাৰাবাহিকতাৰ অভাৱ দেখা গৈছে । ২০ জুলাইত ঘোষণা হ’ব পাৰে শ্ৰীলংকাৰ শৃংখলা দল।

Previous Post

ভাৰতীয় অৰ্থনীতিৰ ঘটিব বিকাশ ! ৭ শতাংশলৈ জিডিপি বৃদ্ধিৰ ভৱিষ্যৎবাণী মুদ্ৰা নিধিৰ

Next Post

ৰক্তচাপ উচ্চ নে নিম্ন? কিমান সময়ত আপুনি জুখিলে সঠিক ফলাফল লাভ কৰিব ?

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
ৰক্তচাপ উচ্চ নে নিম্ন?  কিমান সময়ত আপুনি জুখিলে সঠিক ফলাফল লাভ কৰিব ?

ৰক্তচাপ উচ্চ নে নিম্ন? কিমান সময়ত আপুনি জুখিলে সঠিক ফলাফল লাভ কৰিব ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7