VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰিয়েল মাদ্রিদত এমবাপে কিমান টকা মাননি পাব? কিমান নম্বৰৰ জার্চিত দেখা যাব বিশ্বকাপ বিজয়ী ফুটবলাৰ গৰাকীক?

voicedesk by voicedesk
June 5, 2024
in ক্ৰীড়া
ৰিয়েল মাদ্রিদত এমবাপে কিমান টকা মাননি  পাব? কিমান নম্বৰৰ জার্চিত দেখা যাব বিশ্বকাপ বিজয়ী ফুটবলাৰ গৰাকীক?
0
SHARES
4.2k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে নিশা ৰিয়েল মাদ্রিদত যোগদান কৰে কাইলিয়ান এমবাপে৷ সুদক্ষ ফুটবলাৰ এমবাপে পাঁচটা ছিজনৰ বাবে যোগদান কৰিছে ৰিয়েল মাদ্ৰিদত ৷ ইয়াৰ পাছতে প্ৰকাশ পাইছে ৰিয়েল মাদ্ৰিদত ফুটবলাৰ গৰাকীয়ে লাভ কৰিবলগীয়া পাৰিশ্ৰমিকৰ পৰিমান ৷

 

পেৰিছ চেণ্ট জাৰ্মেইনত থকাৰ সময়ত এমবাপে বছৰি ৭২ লাখ ইউৰো বা ৬৫৫ কোটি   লাভ কৰিছিল। ৰিয়েল মাদ্রিদত বছৰি ১৫ লাখ ইউৰো বা ১৩৬ কোটি টকা লাভ কৰিব তেওঁ ৷

 

কিন্তু কেবল এই দৰমহাই নহয়, আন এক বিশাল পৰিমানৰ ধনো তেওঁ ৰিয়েল মাদ্ৰিদৰ পৰা লাভ কৰিব ৷ ৰিয়েল মাদ্রিদে চুক্তিবদ্ধ উপহাৰ হিচাপে লাভ কৰিব ১০ কোটি ইউৰো বা ৯০৯ কোটি টকা তেওঁ লাভ কৰিব ৷ ইয়াৰ উপৰিও তেওঁৰ ফটোৰ ৮০ শতাংশ অধিকাৰ লাভ কৰিব। ৰিয়েলে লাভ কৰিব মাত্ৰ ২০ শতাংশ। কম টকাতে ৰিয়েললৈ আহিবলৈ সন্মত হয় এমবাপে। ইয়াৰ পিছতো তেওঁ ক্লাবৰ আটাইতকৈ দামী ফুটবলাৰ হিচাপে পৰিগণিত হ’ব।

 

ইয়াৰ উপৰিও এমবাপে ফ্ৰান্সৰ জাতীয় দল বা পি এছ জিৰ বাবে ১০ নম্বৰৰ জাৰ্চি পিন্ধে। কিন্তু ৰিয়েল মাদ্রিদত সেই জার্চি পিন্ধিছে লুকা মড্ৰিচে। গতিকে এমবাপে নতুন ক্লাবত ৯ নম্বৰৰ জাৰ্চি পৰিধান কৰিব । সংবাদ মাধ্যমৰ মতে তেওঁ ১০ নম্বৰৰ জাৰ্চি বিচৰা নাছিল। এই জাৰ্চি পূৰ্বে কৰিম বেনজেমাই পিন্ধিছিল। মড্ৰিচ আৰু এবছৰ ক্লাবত থাকিব। ফলত এমবাপে কমেও এবছৰ ৯ নম্বৰৰ জাৰ্চি পিন্ধি খেলিব লাগিব।

 

Previous Post

‘নীট’ৰ ফলাফল ঘোষণা : উত্তৰ-পূবৰ ছাত্ৰীৰ শীৰ্ষত ত্রিশিতা কাকতি

Next Post

পেট ঠাণ্ডা কৰাৰ উপৰিও জাতিলাউয়ে অতিৰিক্ত তেজৰ শর্কৰা নিয়ন্ত্ৰণত সহায় কৰে, শৰীৰৰ কি কি ৰোগ নিয়ন্ত্ৰণত থাকে জানেনে ?

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
পেট ঠাণ্ডা কৰাৰ উপৰিও জাতিলাউয়ে অতিৰিক্ত তেজৰ শর্কৰা নিয়ন্ত্ৰণত সহায় কৰে, শৰীৰৰ কি কি ৰোগ নিয়ন্ত্ৰণত থাকে জানেনে ?

পেট ঠাণ্ডা কৰাৰ উপৰিও জাতিলাউয়ে অতিৰিক্ত তেজৰ শর্কৰা নিয়ন্ত্ৰণত সহায় কৰে, শৰীৰৰ কি কি ৰোগ নিয়ন্ত্ৰণত থাকে জানেনে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7