VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আই পি এলত অভিলেখ অভিষেকৰ, ভংগ কৰিলে কোহলিৰ ৮ বছৰীয়া নজিৰ

voicedesk by voicedesk
May 20, 2024
in ক্ৰীড়া
আই পি এলত অভিলেখ অভিষেকৰ, ভংগ কৰিলে কোহলিৰ ৮ বছৰীয়া নজিৰ
0
SHARES
71
VIEWS
Share on FacebookShare on Twitter

বৰ্তমানৰ আই পি এলত নিজৰ প্ৰদর্শনেৰে উজলি উঠিছে  অভিষেক শৰ্মাই।  ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এই বাওঁহাতৰ অ’পেনাৰ জনে ভংগ কৰিলে বিৰাট কোহলিৰ ৮ বছৰীয়া নজিৰ ।

 

তেওঁ পঞ্জাব কিংছৰ বিৰুদ্ধে ২৮ বলত ৬৬ ৰানৰ ইনিংছ খেলিছিল। তেওঁ মাত্ৰ ২১টা বলত অৰ্ধশতক অৰ্জন কৰে। এই বাওঁহতীয়া বেটছমেনজনে ইনিংছত ৫টা ছিক্স কোবাই ৷ অভিষেকে এই ছিজনত মুঠ ৪১টা ছিক্স কোবাইছে ৷ তেওঁ আই পি এলৰ ইতিহাসত এটা ছিজনত সৰ্বাধিক ছয় সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।

 

ইয়াৰ পূৰ্বে এই অভিলেখ কোহলিৰ হাতত আছিল। ২০১৬ চনত তেওঁ ৩৮টা ছিক্স কোবাইছিল। অৱশ্যে এই ছিজনত কোহলিয়ে নিজৰ অভিলেখ ভংগ কৰিব পাৰে। এই ছিজনত এতিয়ালৈকে কোহলীয়ে ৩৭টা ছিক্স কোবাইছে ৷ অৰ্থাৎ প্লে অফত এলিমিনেটৰত ২টা ছিক্স কোবালে বিৰাটে নিজৰ অভিলেখ ভংগ কৰিব।

 

ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা ছিজনত সৰ্বাধিক ছিক্সৰ ৰেকৰ্ড গঢ়িছে ক্ৰীছ গেলে। ২০১২ চনত তেওঁ ৫৯টা ছয় কৰিছিল। ২০১৩ চনত ৫১টা ছয় আৰু ২০১১ চনত ৪৪টা ছিক্স কোবাই ৷গেইলৰ পিছতে আছে কলকাতা নাইট ৰাইডাৰ্ছৰ আন্দ্ৰে ৰাছেল। ২০১৯ চনত তেওঁ ৫২টা ছিক্স কোবাইছিল ৷ ইংলেণ্ডৰ জোছ বাটলাৰে ২০২২ চনত ৪৪টা ছিক্স কোবাইছিল ৷

 

অভিষেকে এই ছিজনত ১৩খন মেচত ৪৬৭ ৰান সংগ্ৰহ কৰে। তেওঁ গড়ে ৩৮.৯২ আৰু ষ্ট্ৰাইক ৰেট ২০৯.৪১ ৰান সংগ্ৰহ কৰে। অভিষেকে তিনিটা অর্ধশতক অৰ্জন কৰে। হায়দৰাবাদৰ প্লে অফ দৌৰৰ আঁৰত তেওঁ মুখ্য ভূমিকা পালন কৰিছিল।

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

হেলিকপ্টাৰ দূর্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰেইছিৰ মৃত্যু, প্ৰাণ হেৰুৱালে বৈদেশিক মন্ত্ৰীয়েও

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
হেলিকপ্টাৰ দূর্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰেইছিৰ মৃত্যু, প্ৰাণ হেৰুৱালে বৈদেশিক মন্ত্ৰীয়েও

হেলিকপ্টাৰ দূর্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰেইছিৰ মৃত্যু, প্ৰাণ হেৰুৱালে বৈদেশিক মন্ত্ৰীয়েও

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7