VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘মোক ল’বই লাগিব, ভাৰতীয় দলত সুযোগ পাম’-আত্মবিশ্বাসী ৰিয়ান পৰাগৰ মন্তব্য

voicedesk by voicedesk
May 31, 2024
in ক্ৰীড়া
‘মোক ল’বই লাগিব, ভাৰতীয় দলত সুযোগ পাম’-আত্মবিশ্বাসী ৰিয়ান পৰাগৰ মন্তব্য
0
SHARES
3.1k
VIEWS
Share on FacebookShare on Twitter

ধাৰাবাহিকভাৱে আইপিএলত ভাল প্ৰদর্শনেৰে দৃষ্টি আকর্ষণ কৰিছে অসম সন্তান ৰিয়ান পৰাগে । ৰাজস্থান ৰয়েলছৰ মিডল অৰ্ডাৰত বেটিং কৰি দৃষ্টি আকৰ্ষণ কৰিছে ৰিয়ান পৰাগে। ভাৰতৰ টি-২০ বিশ্বকাপ দলত স্থান নাপালেও তেওঁ নিশ্চিত যে এদিন তেওঁ ভাৰতীয় দলত সুযোগ পাব। সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত পৰাগে কয় –“ মোক কোনোবা নহয় কোনোবা সময়ত ল’বই লাগিব।  মোৰ বিশ্বাস আছে এদিন ভাৰতীয় দলত খেলিম। কেতিয়া খেলিম সেইটো নাজানো ৷ তাক লৈ আমি চিন্তা কৰা নাই ৷”

 

 

বিগত কেইটামান ছিজনত সুযোগ পোৱাৰ পিছতো পৰাগে নিজৰ শ্ৰেষ্ঠখিনি দিব পৰা নাছিল ৰিয়ান পৰাগে । কিন্তু ভাৰতীয় দলত খেলাৰ ক্ষেত্ৰত অসম সন্তান গৰাকী তেতিয়াও আত্মবিশ্বাসী আছিল। পৰাগে কয় –“ মই যেতিয়া ৰান কৰিব পৰা নাছিলো তেতিয়াও মই এটা সাক্ষাৎকাৰত কৈছিলো যে মই ভাৰতৰ হৈ খেলিম। মোৰ নিজৰ ওপৰত বিশ্বাস আছে। মই গৰ্ব কৰা নাই। কিন্তু ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰা দিনটোৰ পৰা মোৰ এটাই লক্ষ্য ৷ সেই লক্ষ্য এদিন পূৰণ হ’বই।”

 

 

এইবাৰ আই পি এলত পৰাগে ১৬খন খেলত ৫৭৩ ৰান সংগ্ৰহ কৰিছে । ১৪৯.২১ ষ্ট্ৰাইক ৰেটত ৰান সংগ্ৰহ কৰে তেওঁ । চাৰিটা অর্ধশতক অর্জন কৰিছে ৷ কমলা ৰঙৰ টুপীৰ তালিকাত তেওঁ তৃতীয় স্থান লাভ কৰে। পৰাগৰ ধাৰাবাহিকতাৰ পিছত সুনীল গাভাস্কাৰৰ দৰে বিশেষজ্ঞই কয় যে তেওঁ পৰাগক ভাৰতীয় দলত চাব বিচাৰে ৷ পৰাগৰো সেই বিশ্বাস আছে। ভাৰতীয় দলত ৰিয়ান পৰাগে খেলিব বুলি আশাবাদী অসমৰ ৰাইজো ৷

Previous Post

ধাৰাসাৰ বৰষুণৰ ফলত প্লাৱিত হৈছে ৰে’লপথ, বিচ্ছিন্ন উত্তৰ-পূবৰ চাৰিখন ৰাজ্য

Next Post

পর্যটকৰ বাবে বন্ধ হৈ পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
১৫ অক্টোবৰত পর্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পর্যটকৰ বাবে বন্ধ হৈ পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7