VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বৰ সবর্বহৎ ধনী ব’র্ড বিচিচিআইৰ হাতত কিমান ধন আছে জানেনে ? বিশ্বৰ শীর্ষ ১০ খন ধনী ক্ৰিকেট ব’র্ডৰ বিষয়ে জানো আহকচোন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 10, 2023
in ক্ৰীড়া
বিশ্বৰ সবর্বহৎ ধনী ব’র্ড বিচিচিআইৰ হাতত কিমান ধন আছে জানেনে ? বিশ্বৰ শীর্ষ ১০ খন ধনী ক্ৰিকেট ব’র্ডৰ বিষয়ে জানো আহকচোন
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

বিশ্বত ক্ৰিকেট খেলা দেশসমূহৰ ভিতৰত ভাৰতীয় ক্ৰিকেট ব’ৰ্ড হৈছে আটাইতকৈ ধনী ব’র্ড । বিচিচিআইৰ হাতত থকা ধনৰ পৰিমাণ বিশ্বৰ কেইবাখনো ব’ৰ্ডৰ মুঠ ধনতকৈ অধিক। কাৰ হাতত কিমান ধন আছেনে জানেনে ?

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডঃ তালিকাৰ শীৰ্ষত আছে বিচিচিআই। ২০২৩ চনত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ হাতত থকা ধনৰ পৰিমাণ ১৬,৩৬৮ কোটি। আই পি এলৰ দৰে প্ৰতিযোগিতাৰ পৰা বি চি চি আইয়ে ভাল উপাৰ্জন কৰে। সেইবাবেই এই ব’ৰ্ডৰ হাতত থকা ধনৰ পৰিমাণ বেছি।

দক্ষিণ আফ্ৰিকা ক্ৰিকেট ব’ৰ্ডঃ এই ক্ৰিকেট ব’ৰ্ড এই তালিকাত দ্বিতীয় স্থানত আছে। ২০২৩ চনত এই ব’ৰ্ডৰ হাতত থকা ধনৰ পৰিমাণ ৬৪৬ কোটি।

ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডঃ ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ হাতত থকা ধনৰ পৰিমাণ ৪৮২ কোটি। এই তালিকাত ৩ নম্বৰ স্থানত আছে বিশ্ব চেম্পিয়ন ক্ৰিকেট ব’ৰ্ড।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডঃ দেশৰ আৰ্থিক অৱস্থা বেয়া হ’লেও পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ জমা সম্পূৰ্ণ খালী নহয়। বাবৰ আজমৰ ক্ৰিকেট ব’ৰ্ড এই তালিকাত চতুৰ্থ স্থানত আছে। তেওঁলোকৰ হাতত আছে ৪৫০ কোটি টকা।

বাংলাদেশ ক্ৰিকেট ব’ৰ্ডঃ পাকিস্তানৰ ঠিক তলত বাংলাদেশ ক্ৰিকেট ব’ৰ্ড। বাংলাদেশ প্ৰিমিয়াৰ লীগৰ দৰে প্ৰতিযোগিতাই চাকিব আল হাছানৰ ব’র্ডলৈ বহু ধন আনিছে। ২০২৩ চনত বিচিবিৰ হাতত আছে ৪১৭ কোটি টকা।

জিম্বাবুৱে ক্ৰিকেট ব’ৰ্ডঃ ধনৰ ক্ষেত্ৰত বহু পিছ পৰি থকা নাই জিম্বাবুৱে ক্ৰিকেট ব’র্ড। এই ব’ৰ্ডৰ হাতত আছে ৩১০ কোটি টকা।

অষ্ট্ৰেলিয়া ক্ৰিকেট ব’ৰ্ডঃ বিশ্বকাপৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ সফল ক্ৰিকেট ব’ৰ্ড হোৱাৰ পিছতো তেওঁলোকৰ হাতত বিশেষ ধন নাই। ২০২৩ চনত অষ্ট্ৰেলিয়ান ক্ৰিকেট ব’ৰ্ডৰ কোষাগাৰত আছে ১৯৬ কোটি টকা।

শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডঃ তেওঁলোকৰ দেশৰ আৰ্থিক অৱস্থাও বৰ ভাল নহয়। ব’ৰ্ডৰ হাতত ধনৰ ক্ষেত্ৰতো তেওঁলোক বহু পিছ পৰি আছে। শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ হাতত আছে ১৩০ কোটি টকা।

ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডঃ ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰসকলে দেশৰ হৈ খেলিবলৈ পৰ্যাপ্ত ধন নাপায় বাবেই বিশ্বৰ বিভিন্ন লীগত খেলে। আন্দ্ৰে ৰাছেলৰ ব’ৰ্ডত আছে ১২২ কোটি টকা।

নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডঃ  বিশ্বৰ বহু শ্ৰেষ্ঠ ক্ৰিকেটাৰ এই দেশৰ পৰা ওলাই আহিছে। কিন্তু তেওঁলোকে পৰ্যাপ্ত ধন পায়নে? এই দেশৰ ক্ৰিকেট ব’ৰ্ডৰ হাতত আছে মাত্ৰ ৭৫ কোটি টকা। ধনৰ ক্ষেত্ৰত কেন উইলিয়ামছনৰ ক্ৰিকেট ব’ৰ্ড ১০ নম্বৰত আছে।

Previous Post

ওজন-কলেষ্টৰেল নিয়ন্ত্ৰণ কৰিব বিচাৰিছে নেকি ? দৈৰ লগত কিচমিচ মিহলি কৰি খাওক, পাব একাধিক উপকাৰ

Next Post

বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ, ঔপন্যাসিক প্ৰয়াত প্ৰদীপ শইকীয়াৰ ষষ্ঠ বাৰ্ষিক মৃত্যু দিৱস উদযাপন

Related Posts

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান
ক্ৰীড়া

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান

June 1, 2023
মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি
ক্ৰীড়া

মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি

May 31, 2023
সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা
ক্ৰীড়া

সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

May 31, 2023
ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?
ক্ৰীড়া

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?

May 30, 2023
যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ
ক্ৰীড়া

যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ

May 30, 2023
মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ
ক্ৰীড়া

মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

May 29, 2023
Next Post
বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ, ঔপন্যাসিক প্ৰয়াত প্ৰদীপ শইকীয়াৰ ষষ্ঠ বাৰ্ষিক মৃত্যু দিৱস উদযাপন

বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ, ঔপন্যাসিক প্ৰয়াত প্ৰদীপ শইকীয়াৰ ষষ্ঠ বাৰ্ষিক মৃত্যু দিৱস উদযাপন

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7