VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিওটা ফর্মেটৰ শৃংখলাত অসম কন্যা উমা ছেত্ৰীৰ স্থান লাভ

voicedesk by voicedesk
May 31, 2024
in ক্ৰীড়া
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিওটা ফর্মেটৰ শৃংখলাত অসম কন্যা উমা ছেত্ৰীৰ স্থান লাভ
0
SHARES
233
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিওটা ফর্মেটত খেলিবলগীয়া মহিলা দল ঘোষণা কৰা হৈছে ৷ ১৬ জুনত আৰম্ভ হ’ব এই শৃংখলা ৷  দলটোৰ নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে আৰু উপ অধিনায়ক হিচাপে থাকিব স্মৃতি মান্ধনা। ইফালে, এদিনীয়া দললৈ ঘূৰি আহিল টপ অৰ্ডাৰ বেটছমেন প্ৰিয়া পুনিয়া। তিনিওটা ফর্মেটতে অর্থাৎ টেষ্ট, এদিনীয়া আৰু টি-২০ দলত স্থান লাভ কৰিছে অসম কন্যা উমা ছেত্ৰীয়ে ৷ তেওঁক উইকেট ৰক্ষখ হিচাপে দলত স্থান দিয়া হৈছে ৷ ইয়াৰ পূর্বেও তেওঁ ভাৰতীয় দলৰ হৈ খেলিছিল ৷

 

যোৱা বছৰ সফল ডব্লিউ পি এলৰ পিছত ভাৰতৰ হৈ খেলা আৰু এপ্ৰিল-মে’ মাহত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা পাঁচখন মেচৰ টি-২০ শৃংখলাতো স্থান লাভ কৰা বাওঁহাতৰ স্পিনাৰ ছাইকা ইছাকক ষ্টেণ্ডবাইত ৰখা হৈছে। এই শৃংখলাত এখন টেষ্ট, তিনিখন এদিনীয়া আৰু টি-২০ খেল অনুষ্ঠিত হ’ব। এদিনীয়া খেলসমূহ বেংগালুৰুত অনুষ্ঠিত হ’ব ৷ আনহাতে চেন্নাইত অনুষ্ঠিত হ’ব  টেষ্ট আৰু টি-২০ মেচ । ২০১৪ চনৰ নৱেম্বৰ মাহত শেষবাৰৰ বাবে দুয়োটা দলে টেষ্ট খেলিছিল।এদিনীয়া খেলখন আইচিচি মহিলা চেম্পিয়নশ্বিপ ২০২২–২০২৫ৰ অংশ আছিল ।

 

খেলৰ সময়সূচী

১৬ জুন, ২০২৪ – দেওবাৰ, ১:৩০ বজাত, বেংগালুৰু: প্ৰথম এদিনীয়া

১৯ জুন, ২০২৪ – বুধবাৰ, ১:৩০ বজাত, বেংগালুৰু: দ্বিতীয় এদিনীয়া

২৩ জুন, ২০২৪ – দেওবাৰ, ১:৩০ বজাত, বেংগালুৰু: তৃতীয় এদিনীয়া

 

২৮ জুন, ২০২৪ – ১ জুলাই, ২০২৪ – শুকুৰবাৰৰ পৰা সোমবাৰলৈ, পুৱা ৯:৩০ বজালৈ, চেন্নাই:  টেষ্ট

 

৫ জুলাই, ২০২৪ – শুকুৰবাৰ, সন্ধিয়া ৭:০০ বজাত, চেন্নাই: প্ৰথম টি২০

৭ জুলাই, ২০২৪ – দেওবাৰ, সন্ধিয়া ৭:০০ বজাত, চেন্নাই: দ্বিতীয় টি২০

৯ জুলাই, ২০২৪ – মঙলবাৰ, সন্ধিয়া ৭:০০ বজাত, চেন্নাই: তৃতীয় টি২০

 

 

Previous Post

পর্যটকৰ বাবে বন্ধ হৈ পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Next Post

আমেৰিকাত উপস্থিত হৈ বিচলিত ভাৰতীয় দল, অনুশীলনৰ ব্যৱস্থাত অসন্তুষ্ট ৰোহিত শর্মা

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
আমেৰিকাত উপস্থিত হৈ বিচলিত ভাৰতীয় দল, অনুশীলনৰ ব্যৱস্থাত অসন্তুষ্ট ৰোহিত শর্মা

আমেৰিকাত উপস্থিত হৈ বিচলিত ভাৰতীয় দল, অনুশীলনৰ ব্যৱস্থাত অসন্তুষ্ট ৰোহিত শর্মা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7