VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতৰ এছিয়া কাপৰ দল ঘোষণা, এখন নতুন মুখসহ ১৭ জনীয়া দলত কোন কোন আছে?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 21, 2023
in ক্ৰীড়া
ভাৰতৰ এছিয়া কাপৰ দল ঘোষণা, এখন নতুন মুখসহ ১৭ জনীয়া দলত কোন কোন আছে?
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

 

এছিয়া কাপৰ ১৭ জনীয়া দল ঘোষণা কৰিছে ভাৰতে। দেশৰ মাটিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ কথা মনত ৰাখি এই দলটো বাছনি কৰা হৈছে। ভাৰতীয় দললৈ উভতি আহিছে  দুগৰাকী ক্ৰিকেটাৰ শ্ৰেয়াছ আয়েৰ আৰু কে এল ৰাহুল। দলৰ নতুন মুখ তিলক বাৰ্মা। ৰিজাৰ্ভ ক্ৰিকেটাৰ হিচাপে ৰখা হৈছে সঞ্জু চেমছনক।

 

সোমবাৰে বিচিচিআইৰ বাছনি সমিতিৰ বৈঠক অনুষ্ঠিত হয় । পাঁচজন নিৰ্বাচকৰ উপৰিও দলীয় প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু অধিনায়ক ৰোহিত  শর্মা তাত উপস্থিত থাকে।  নেচনেল ক্ৰিকেট একাডেমীৰ এজন বিষয়াও  উপস্থিত আছিল বৈঠকত । আহত ক্ৰিকেটাৰসকলৰ শাৰীৰিক অৱস্থাৰ তথ্য তেওঁ প্ৰদান কৰে । পিছত আগৰকাৰ আৰু ৰোহিতে সংবাদমেলযোগে দলটোৰ কথা ঘোষণা কৰে।

 

ভাৰতৰ ১৭ জনীয়া দল : ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, শুভমন গিল, লোকেশ ৰাহুল (উইকেটকীপাৰ), শ্ৰেয়াছ আয়াৰ, হাৰ্দিক পাণ্ডিয়া (উপ অধিনায়ক), ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, ঈশান কিষাণ (উইকেটকীপাৰ), অক্ষৰ পেটেল, শাৰদুল ঠাকুৰ, সূৰ্য্যকুমাৰ যাদৱ, তিলক বাৰ্মা, প্ৰসিদ্ধ কৃষ্ণ, সঞ্জু চেমচন (ৰিজাৰ্ভ)।

Previous Post

প্ৰেমিকাক বিচাৰি দক্ষিণ কোৰিয়াৰ পৰা ভাৰতলৈ আহিল যুৱতী, উত্তৰ প্ৰদেশত সম্পন্ন হ’ল বিবাহ

Next Post

পিতৃৰ ছবিয়ে স্পর্শ কৰিছে ৩০০ কোটিৰ ঘৰ, এইবাৰ ৰূপালী পর্দাত ভৰি দিব ছানী দেউলৰ কণিষ্ঠ পুত্ৰ ৰাজবীৰে

Related Posts

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?
ক্ৰীড়া

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?
ক্ৰীড়া

শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?

September 20, 2023
গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী
ক্ৰীড়া

গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

September 13, 2023
ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে
ক্ৰীড়া

ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে

September 6, 2023
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল
ক্ৰীড়া

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল

August 29, 2023
এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক,  নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা
ক্ৰীড়া

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

August 23, 2023
Next Post
পিতৃৰ ছবিয়ে স্পর্শ কৰিছে  ৩০০ কোটিৰ ঘৰ, এইবাৰ ৰূপালী পর্দাত ভৰি দিব ছানী দেউলৰ কণিষ্ঠ পুত্ৰ ৰাজবীৰে

পিতৃৰ ছবিয়ে স্পর্শ কৰিছে ৩০০ কোটিৰ ঘৰ, এইবাৰ ৰূপালী পর্দাত ভৰি দিব ছানী দেউলৰ কণিষ্ঠ পুত্ৰ ৰাজবীৰে

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7