VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আই পি এলৰ প্ৰতিখন মেচ প্ৰচাৰৰ বাবদ প্ৰদান কৰিব লাগিব ৫৭.৫ কোটি , কোনে ক্ৰয় কৰিলে মিডিয়া ৰাইটছ্

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 14, 2022
in ক্ৰীড়া
আই পি এলৰ প্ৰতিখন মেচ প্ৰচাৰৰ বাবদ  প্ৰদান কৰিব লাগিব ৫৭.৫ কোটি , কোনে ক্ৰয় কৰিলে মিডিয়া ৰাইটছ্
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

পৰৱৰ্তী আই পি এল (২০২৩-২৭)ৰ  প্ৰচাৰৰ বাবে টিভি আৰু ডিজিটেল অধিকাৰৰ মুঠ  মূল্য দুগুণতকৈও অধিক বৃদ্ধি পাইছে ৷ জনপ্ৰিয় আই পি এলৰ প্ৰচাৰৰ বাবে টি ভি আৰু ডিজিটেল মিডিয়া কতৃত্ব  মুঠ ৩৯,৭৭৫ কোটি টকা (প্ৰায় ৫.১০ বিলিয়ন মাৰ্কিন ডলাৰ)ত বিক্ৰী কৰা হৈছে  । আই পি এলৰ অধিকাৰ ই-নিলামৰ দ্বিতীয় দিন সোমবাৰে টিভি আৰু ডিজিটেল অধিকাৰৰ বাবে সৰ্বাধিক দৰদামকাৰী নিশ্চিত হোৱাৰ পিছত মিডিয়া ৰাইটছ বিক্ৰী কৰা হয় ৷   প্ৰতিখন মেচৰ টি ভিত প্ৰচাৰৰ বাবে  ৫৭.৫ কোটি টকা (প্ৰায় ৭.৩৬ মিলিয়ন ডলাৰ) প্ৰদান কৰিব লাগিব ৷ আনহাতে পেকেজ বিৰ অর্থাৎ ডিজিটেল প্ৰচাৰৰ বাবে সৰ্বাধিক ৫০ কোটি টকাৰ টকা প্ৰতিখন মেচত প্ৰদান কৰিব লাগিব ৷ ষ্টাৰ ইণ্ডিয়াই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী পাঁচটা ছিজনৰ বাবে টেলিভিছনৰ প্ৰচাৰ অধিকাৰ লাভ কৰিছে ৷

Previous Post

“সোনকালে সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ ওচৰত ক্ষমা বিচাৰিব!

Next Post

কি ৰহস্য লুকাই আছে ডেকাগাঁৱৰ দীপজ্যোতি বৰাৰ মৃত্যুৰ আঁৰত ?

Related Posts

কিংবদন্তী ডিয়েগো মাৰাডোনাই মেছিক তেওঁৰ উত্তৰাধিকাৰী হিচাপে প্ৰশংসা কৰিছিল
ক্ৰীড়া

কিংবদন্তী ডিয়েগো মাৰাডোনাই মেছিক তেওঁৰ উত্তৰাধিকাৰী হিচাপে প্ৰশংসা কৰিছিল

June 24, 2022
সাঁতোৰবিদ মিখাইল ৰোমানচুক, বন্দুকৰ সলনি যি খেলেৰে দেখুৱালে যে ইউক্ৰেইনৰ লোকসকল দুৰ্বল নহয়
ক্ৰীড়া

সাঁতোৰবিদ মিখাইল ৰোমানচুক, বন্দুকৰ সলনি যি খেলেৰে দেখুৱালে যে ইউক্ৰেইনৰ লোকসকল দুৰ্বল নহয়

June 23, 2022
এফ আই এইচ প্ৰ’ হকী লীগৰ দুটা পৰ্যায়ৰ খেলখনত ভাৰতীয় মহিলা হকী দলৰ সুন্দৰ আৰম্ভণি
ক্ৰীড়া

এফ আই এইচ প্ৰ’ হকী লীগৰ দুটা পৰ্যায়ৰ খেলখনত ভাৰতীয় মহিলা হকী দলৰ সুন্দৰ আৰম্ভণি

June 22, 2022
কোন কোন খেলুৱৈৰ নাম সন্নিবিষ্ট হৈছে  ‘কমনৱেলথ গেম্ছ ২০২২’ৰ তালিকাত ?
ক্ৰীড়া

কোন কোন খেলুৱৈৰ নাম সন্নিবিষ্ট হৈছে ‘কমনৱেলথ গেম্ছ ২০২২’ৰ তালিকাত ?

June 21, 2022
ৰোনাল্ডোৰ ছুপাৰ কাৰ দুর্ঘটনাগ্ৰস্ত
ক্ৰীড়া

ৰোনাল্ডোৰ ছুপাৰ কাৰ দুর্ঘটনাগ্ৰস্ত

June 21, 2022
৮ মাহত ৬ জন অধিনায়কৰ সালসলনি –প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে কি ক’লে অভিজ্ঞতা সন্দর্ভত
ক্ৰীড়া

৮ মাহত ৬ জন অধিনায়কৰ সালসলনি –প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে কি ক’লে অভিজ্ঞতা সন্দর্ভত

June 20, 2022
Next Post
কি ৰহস্য লুকাই আছে ডেকাগাঁৱৰ দীপজ্যোতি বৰাৰ মৃত্যুৰ আঁৰত  ?

কি ৰহস্য লুকাই আছে ডেকাগাঁৱৰ দীপজ্যোতি বৰাৰ মৃত্যুৰ আঁৰত ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7