VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ফিটনেছৰ অভাৱত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া ছিৰিজৰ পৰা বাহিৰ হ’ল যছপ্ৰীত বুমৰাহ

voicedesk by voicedesk
January 9, 2023
in ক্ৰীড়া
ফিটনেছৰ  অভাৱত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া ছিৰিজৰ পৰা বাহিৰ হ’ল যছপ্ৰীত বুমৰাহ
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

ফিটনেছৰ  অভাৱত পুনৰ  শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ’ল যছপ্ৰিত বুমৰাহ ৷  ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বুমৰাহক শ্ৰীলংকাৰ বিৰুদ্ধে ৩খন মেচৰ শৃংখলাৰ বাবে ভাৰতৰ এদিনীয়া দললৈ পুনৰ আহ্বান জনাইছিল। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ মেচত ভাৰতৰ হৈ শেষবাৰৰ বাবে খেলিছিল বুমৰাহে। তাৰ পিছৰ পৰাই তেওঁ ভাৰতৰ হৈ এছিয়া কাপ আৰু টি-২০ বিশ্বকাপকে ধৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় মেচত অংশ ল’ব নোৱাৰিলে। শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ দলত  স্থান লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও পেচাৰগৰাকীয়ে সম্পূৰ্ণ ফিটনেছলৈ ঘূৰি আহিবলৈ অধিক সময়ৰ প্ৰয়োজন হ’ব ৷

এছিয়া কাপ আৰু টি-২০ বিশ্বকাপৰ দলত বুমৰাহৰ অনুপস্থিতিত যথেষ্ট প্ৰভাৱ পৰিছিল ৷ ইয়াৰ পূৰ্বে বিচিচিআইৰ এক বিবৃতিত ব’ৰ্ডে শ্ৰীলংকা ছিৰজৰ বাবে ভাৰতৰ ৰষ্টাৰত বুমৰাহৰ নাম সংযোজন কৰিছিল। বিজ্ঞপ্তিটোত লিখা আছিল- “সর্বভাৰতীয় বাছনি কমিটীয়ে শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক মাষ্টাৰকাৰ্ড ৩ মেচৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ এদিনীয়া দলত পেচাৰ জস্প্ৰিত বুমৰাহক অন্তৰ্ভুক্ত কৰিছে।”

২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা বুমৰাহ ক্ৰিকেট খেলৰ পৰা আঁতৰি আছে ৷  পিঠিৰ আঘাতৰ বাবে আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপৰ পৰা তেওঁ বাহিৰ হৈছিল।

শ্ৰীলংকাৰ এদিনীয়া খেলৰ বাবে ভাৰতৰ দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, সূৰ্য্যকুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল , ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ, ম. ছামি, মহম্মদ  ছিৰাজ, উমৰাণ মালিক, আৰ্ছদীপ সিং।

 

Previous Post

বিমান যাত্ৰী সকলৰ বাবে এক সুখবৰ

Next Post

আজি বলীউডৰ জনপ্ৰিয় অভিনেতা তথা পৰিচালক ফাৰহান আখতাৰৰ ৪৯ সংখ্যক জন্মদিন

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
আজি বলীউডৰ জনপ্ৰিয় অভিনেতা তথা পৰিচালক ফাৰহান আখতাৰৰ ৪৯ সংখ্যক জন্মদিন

আজি বলীউডৰ জনপ্ৰিয় অভিনেতা তথা পৰিচালক ফাৰহান আখতাৰৰ ৪৯ সংখ্যক জন্মদিন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7