VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব কেকেআৰ, কি কি বিষয়ে চিন্তিত কৰিছে দলটোক ?

voicedesk by voicedesk
May 21, 2024
in ক্ৰীড়া
ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব কেকেআৰ, কি কি বিষয়ে চিন্তিত কৰিছে দলটোক ?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে আই পি এলৰ প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ফাইনেলত প্ৰৱেশৰ যুঁজ  দিব কলকাতা নাইট ৰাইডার্ছে। আজিৰ মেচৰ পূর্বে কেইবাটায়ো বিষয়ক লৈ চিন্তিত হৈ পৰিছে কলকাতা ৷

 

কে কে আৰ শিবিৰক চিন্তিত কৰা প্ৰথম কথাটো হ’ল সফল ওপেনিং যুটিটোৰ বিচ্ছেদ। সুনীল নাৰাইন আৰু ফিল ছল্টৰ যুটিয়ে এইবাৰ বেছিভাগ মেচতে কেকেআৰৰ ইনিংছক সুদৃঢ় ভিত্তিত থিয় কৰাইছে। ছল্ট ঘৰলৈ উভতি যোৱাৰ লগে লগে সফল ওপেনিং যুটিটো ভাঙি গৈছে।

 

ইপিনে  লীগত কেকেআৰৰ শেষৰ দুখন মেচত বৰষুণৰ বাবে এটাও বল খেলিব পৰা নাছিল। ১১ মে’ত ইডেন গাৰ্ডেনত অনুষ্ঠিত মুম্বাই ইণ্ডিয়ানছৰ খেলখনৰ পিছত পুনৰ খেলিব নোৱাৰিলে শ্ৰেয়াছৰ দলে । ইমান দিন খেলিব নোৱাৰাটোৱে ক্ৰিকেটাৰৰ ফৰ্মত প্ৰভাৱ পেলাব পাৰে। প্লে অফৰ পূৰ্বে কেকেআৰে প্ৰয়োজনীয় পৰীক্ষাৰ সুযোগো নাপালে। গতিকে এই পৰ্যায়ত যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাত দলটোৱে অসুবিধা পাব পাৰে।

 

তৃতীয় চিন্তাটো হ’ল যোৱা ১০ দিনত দলটোৱে অত্যধিক ভ্ৰমণ কৰিবলগীয়া হৈছিল। কলকাতাৰ পৰা আহমেদাবাদলৈ। তাৰ পৰা কলকাতালৈ। আকৌ কলকাতাৰ পৰা গুৱাহাটীলৈ। তাৰ পৰা আকৌ আহমেদাবাদ। যিহেতু মেচ খেলাৰ কোনো সুযোগ নথকাৰ বাবে অনুশীলন ব্যাহত হৈ পৰে। সঘনাই ভ্ৰমণৰ ফলত ভাগৰুৱা হৈ পৰে ক্ৰিকেটাৰসকল ।

 

এই তিনিটা কথাই হায়দৰাবাদৰ বিৰুদ্ধে খেলপথাৰলৈ নমাৰ পূৰ্বে কেকেআৰ শিবিৰক চিন্তিত কৰি তুলিছে ৷কলকাতাৰ বাবে আন এক উদ্বেগ হ’ল  পেট কামিন্সৰ দলৰ অপেনিং যুটী ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মা ৷  নীতিশ কুমাৰ ৰেড্ডী, হাইনৰিচ ক্লাচেনৰ দৰে বেটছমেনো ফৰ্মত আছে। পুনৰ কামিন্সৰ বাহিৰে বলাৰসকলৰ মাজত টি নটৰাজনে প্ৰায় প্ৰতিখন মেচতে বিপক্ষৰ বেটছমেনক অশান্তি দি আহিছে।

 

প্ৰতিদ্বন্দ্বী হিচাপে হায়দৰাবাদ একেবাৰেই সহজ নহয়। লগতে কেকেআৰ শিবিৰৰ কেইবাটাও বিষয় আছে যিবোৰ যোৱা ১০ দিনত ইয়াৰ বিৰুদ্ধে গৈছে। স্বাভাৱিকতে পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰি প্লে অফত প্ৰৱেশ কৰা কেকেআৰে মঙলবাৰে আহমেদাবাদৰ ২২ গজত কঠিন পৰীক্ষাৰ সন্মুখীন হ’ব পাৰে।

Previous Post

বিশ্ব পেৰা এথলেটিকছত বিশ্ব অভিলেখ গঢ়ি সোণৰ পদক জয় পেৰা এথলীটছৰ

Next Post

ছিংগাপুৰত দুগুণলৈ বৃদ্ধি কৰোণাৰ নতুন ভেৰিয়েণ্ট ‘ফ্লাৰ্ট’ত আক্ৰান্তৰ সংখ্যা, মাস্ক পৰিধান কৰিবলৈ নির্দেশ

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
ছিংগাপুৰত দুগুণলৈ বৃদ্ধি কৰোণাৰ নতুন ভেৰিয়েণ্ট ‘ফ্লাৰ্ট’ত আক্ৰান্তৰ সংখ্যা, মাস্ক পৰিধান কৰিবলৈ নির্দেশ

ছিংগাপুৰত দুগুণলৈ বৃদ্ধি কৰোণাৰ নতুন ভেৰিয়েণ্ট ‘ফ্লাৰ্ট’ত আক্ৰান্তৰ সংখ্যা, মাস্ক পৰিধান কৰিবলৈ নির্দেশ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7