VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২১ বছৰীয়া পৰিক্ৰমাৰ অন্ত পেলাই জাৰ্ছিৰ নম্বৰ সলনি হ’ল মেছিৰ

voicedesk by voicedesk
August 12, 2021
in ক্ৰীড়া
২১ বছৰীয়া পৰিক্ৰমাৰ অন্ত পেলাই জাৰ্ছিৰ নম্বৰ সলনি হ’ল মেছিৰ
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

এতিয়াৰ পৰা ফুটবল তাৰকা লিয়নেল মেছিক বিশ্ববাসীয়ে দেখা পাব নতুন জাৰ্ছি নম্বৰত। ঠিকনা সলনি কৰি মেছিয়ে ১০ নম্বৰ পৰিৱৰ্তে পিন্ধিব ৩০ নম্বৰৰ নতুন জাৰ্ছি।

বিশ্বৰ ক্ৰীড়া প্ৰেমীৰ মাজৰ তীব্ৰ উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত নতুনকৈ চুক্তিবদ্ধ হোৱা ক্লাৱৰ নাম ঘোষণা কৰিলে বিশ্বখ্যাত ফুটবলাৰ গৰাকীয়ে।

আন্তঃৰাষ্ট্ৰীয় খেলৰ পৃথিৱীত দুভৰিৰ যাদুৰে ক্ৰীড়াপ্ৰেমীক মোহাচ্ছন্ন কৰি ৰখা ফুটবলাৰ গৰাকীয়ে প্যাৰিছ ছেণ্ট জাৰ্মেইনৰ সৈতে এটা বছৰত ৩৫ মিলিয়ন ইউৰোত দুবছৰৰ বাবে চুক্তিবদ্ধ হৈছে।

পূৰ্বে বাৰ্চিলোনা ক্লাৱৰ হৈ খেলা আৰ্জেন্টাইন ফুটবল তাৰকা গৰাকীয়ে বাৰ্চিলোনাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱাৰ মুহুৰ্ত্বত কান্দি উঠা দেখা গৈছিল।

২১ টা বছৰ বাৰ্চিলোনাৰ হৈ খেলা ফুটবলাৰ গৰাকীক ক্ৰীড়াপ্ৰেমীয়ে দেখা পাইছিল ১০ নম্বৰ জাৰ্ছিত । এতিয়া নতুন ক্লাৱত খেলুৱৈ গৰাকীয়ে পিন্ধিব ৩০ নম্বৰ জাৰ্ছি।

ঠিকনা সলনি হলেও দুভৰিৰ যাদু প্ৰত্যক্ষ কৰিবলৈ উৎকণ্ঠিত হৈ পৰিছে বিশ্বৰ অগণন ফুটবলপ্ৰেমী।

উল্লেখ যোগ্য যে যোৱা ১১ জুনৰ পৰা ১০ জুলাইলৈকে অনুষ্ঠিত হোৱা কোপা ফুটবল কাপত আৰ্জেন্টিনা চেম্পিয়ন হোৱাৰ লগতে মেছিয়ে লাভ কৰিছিল বহু প্ৰত্যাশিত সোণৰ জোতা।

Previous Post

বিশ্ব হস্তী দিৱসঃ প্ৰয়োজনীয়তা আহি পৰিছে হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত

Next Post

আই পি চি চিৰ প্ৰতিবেদনঃ সাগৰৰ জলস্তৰ বৃদ্ধিয়ে বুৰাই পেলাব ভাৰতৰ ১২ খন চহৰ

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
আই পি চি চিৰ প্ৰতিবেদনঃ সাগৰৰ জলস্তৰ বৃদ্ধিয়ে বুৰাই পেলাব ভাৰতৰ ১২ খন চহৰ

আই পি চি চিৰ প্ৰতিবেদনঃ সাগৰৰ জলস্তৰ বৃদ্ধিয়ে বুৰাই পেলাব ভাৰতৰ ১২ খন চহৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7