VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কমনৱেলথ গেমছৰ পৰা কিয় নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল জনপ্ৰিয় বক্সাৰ এম চি মেৰী কম?

বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছৰ পৰা কিয় নাম প্ৰত্যাহাৰ কৰিছিল খেলুৱৈগৰাকীয়ে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 11, 2022
in ক্ৰীড়া
কমনৱেলথ গেমছৰ পৰা কিয় নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল জনপ্ৰিয়  বক্সাৰ এম চি মেৰী কম?
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰীড়া জগতৰ বাবে এক দুখজনক খবৰ ৷ভৰিত পোৱা আঘাতৰ বাবে শুকুৰবাৰে কমনৱেলথ গেমছৰ ৪৮ কিলোগ্ৰাম ট্ৰায়েলৰ মাজতে নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে অভিজ্ঞ আৰু জনপ্ৰিয় ভাৰতীয় বক্সাৰ এম চি মেৰী কম। ৪৮ কিলোগ্ৰাম ছেমি ফাইনেলৰ প্ৰথম ৰাউণ্ডত ছয়বাৰকৈ বিশ্ব চেম্পিয়ন হচাপে পৰিগণিত হোৱা খেলুৱৈগৰাকীৰ খেল  প্ৰত্যাহাৰৰ লগে লগে হাৰিয়ানাৰ নীতুৱে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত কমনৱেলথ গেমছৰ ট্ৰায়েলৰ ফাইনেলত প্ৰৱেশ কৰে। উল্লেখযোগ্য যে যোৱা কমনৱেলথ গেমছৰ (২০১৮) স্বৰ্ণ পদক বিজয়ী মেৰী কম বাউটৰ প্ৰথম ৰাউণ্ডত ৰিঙত পৰিছিল।

তথাপিও ৩৯ বছৰীয়া বক্সাৰগৰাকীয়ে নিজৰ সমস্ত শক্তিৰে  উঠি প্ৰতিযোগিতা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু অলপ পিছতে তেওঁৰ ভাৰসাম্য ৰক্ষা কৰাত ব্যৰ্থ হ’ল আৰু বাওঁ ভৰি সাৱটি বহি পৰে মেৰী কম। তাৰ পিছত তেওঁ ৰিঙৰ বাহিৰলৈ যাব লগা হয় আৰু ৰেফাৰীয়ে নীতুক বিজয়ী ঘোষণা কৰে। এগৰাকী সফল ভাৰতীয় বক্সাৰ এম চি মেৰী কমে অহা মাহত বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছত মনোনিবেশ কৰিবৰ বাবেই  বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছৰ পৰাও  নাম প্ৰত্যাহাৰ কৰিছিল।

Previous Post

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ নিকটৱৰ্তী বাওঁবাৰীত অঘটন

Next Post

বোকাখাত আৰক্ষীৰ আন এক সাফল্য

Related Posts

কিয় ‘কমেণ্টেটৰ’ৰ ভূমিকাৰ পৰা অব্যাহতি ল’ব লগা হ’ল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে ?
ক্ৰীড়া

কিয় ‘কমেণ্টেটৰ’ৰ ভূমিকাৰ পৰা অব্যাহতি ল’ব লগা হ’ল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে ?

June 29, 2022
ভাৰতৰ ক্ৰীড়া জগতৰ বাবে  এক  দুঃখবৰ
ক্ৰীড়া

ভাৰতৰ ক্ৰীড়া জগতৰ বাবে এক দুঃখবৰ

June 28, 2022
‘অভিষেক  আৰু জ্যোতি’ৰ আশ্চৰ্যকৰ প্ৰদৰ্শন
ক্ৰীড়া

‘অভিষেক আৰু জ্যোতি’ৰ আশ্চৰ্যকৰ প্ৰদৰ্শন

June 25, 2022
কিংবদন্তী ডিয়েগো মাৰাডোনাই মেছিক তেওঁৰ উত্তৰাধিকাৰী হিচাপে প্ৰশংসা কৰিছিল
ক্ৰীড়া

কিংবদন্তী ডিয়েগো মাৰাডোনাই মেছিক তেওঁৰ উত্তৰাধিকাৰী হিচাপে প্ৰশংসা কৰিছিল

June 24, 2022
সাঁতোৰবিদ মিখাইল ৰোমানচুক, বন্দুকৰ সলনি যি খেলেৰে দেখুৱালে যে ইউক্ৰেইনৰ লোকসকল দুৰ্বল নহয়
ক্ৰীড়া

সাঁতোৰবিদ মিখাইল ৰোমানচুক, বন্দুকৰ সলনি যি খেলেৰে দেখুৱালে যে ইউক্ৰেইনৰ লোকসকল দুৰ্বল নহয়

June 23, 2022
এফ আই এইচ প্ৰ’ হকী লীগৰ দুটা পৰ্যায়ৰ খেলখনত ভাৰতীয় মহিলা হকী দলৰ সুন্দৰ আৰম্ভণি
ক্ৰীড়া

এফ আই এইচ প্ৰ’ হকী লীগৰ দুটা পৰ্যায়ৰ খেলখনত ভাৰতীয় মহিলা হকী দলৰ সুন্দৰ আৰম্ভণি

June 22, 2022
Next Post
বোকাখাত আৰক্ষীৰ আন এক সাফল্য

বোকাখাত আৰক্ষীৰ আন এক সাফল্য

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7