VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মায়ংক যাদৱ-ৰিয়ান পৰাগ “ইন”, হাৰ্দিক পাণ্ডিয়া-ঋষভ পন্ত “আউট” !টি-২০ বিশ্বকাপৰ ১৫ জনীয়া দলক লৈ কোনে কৰিলে এই ভৱিষ্যৎবাণী

voicedesk by voicedesk
April 25, 2024
in ক্ৰীড়া
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
0
SHARES
4.7k
VIEWS
Share on FacebookShare on Twitter

 

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ চলি থকা ছিজনৰ মাজতে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই চলিত সপ্তাহৰ শেষৰ ফালে বি চি চি আইৰ নিৰ্বাচকসকলৰ সৈতে সাক্ষাৎ কৰি আগন্তুক টি-২০ বিশ্বকাপৰ দলৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। আইচিচিয়ে অংশগ্ৰহণকাৰী দলসমূহৰ বাবে দল জমা দিয়াৰ সময়সীমা হিচাপে ১ মে’ নিৰ্ধাৰণ কৰিছে। ভাৰতৰ টি-২০ বিশ্বকাপ ২০২৪ দল নিৰ্বাচনৰ সময়সীমা ওচৰ চাপি অহাৰ লগে লগে একেটা বিষয়তে কেইবাজনো বিশেষজ্ঞই নিজৰ মতামত ব্যক্ত কৰিছে। ভাৰত আৰু চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন বেটছমেন অম্বতি ৰায়ুডুৱেও বিশ্বকাপৰ বাবে নিজৰ ১৫ জনীয়া সাম্ভাৱ্য দল প্ৰকাশ কৰিছে ৷

 

চলি থকা আই পি এলৰ ছিজনতশোচনীয় প্ৰদৰ্শনৰ বাবে বিতর্কত সোমাই পৰা তাৰকা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া ৰায়ডুৰ ১৫ জনীয়া দলৰ তালিকাত নাই ৷ এই ছিজনত প্ৰথমবাৰৰ বাবে এম আইৰ নেতৃত্ব দি আছে হাৰ্দিকে ৷  ৰোহিত শৰ্মাৰ ঠাইত অধিনায়ক হিচাপে নিযুক্তি দিছে যদিও তেওঁৰ অধিনায়কত্ব আৰু প্ৰদৰ্শন অত্যন্ত দূর্বল বুলিয়েই বিবেচিত হৈছে ৷

 

বিচিচিআইয়ে আইপিএলৰ কোনো নতুন প্ৰদৰ্শনকাৰী বাছি লোৱাৰ সম্ভাৱনা নাই বুলি খবৰ ওলাইছে যদিও ৰায়ুডুৱে তেওঁৰ ভৱিষ্যদ্বাণী কৰা দলত এল এছ জিৰ পেচাৰ মায়াংক যাদৱ আৰু ৰাজস্থান ৰয়েলছৰ অল ৰাউণ্ডাৰ তথা অসম সন্তান ৰিয়ান পৰাগৰ দৰে খেলুৱৈক অন্তৰ্ভুক্ত কৰিছে । আই পি এল কেৰিয়াৰৰ উল্লেখযোগ্য আৰম্ভণিৰ পিছত মায়াংকে ২ জুনত আৰম্ভ হ’বলগীয়া আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা সকলোৱে ব্যক্ত কৰিছে ৷

 

ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, বিৰাট কোহলী আৰু সূৰ্যকুমাৰে শীৰ্ষ চাৰিটা স্থানত স্থান দিছে যদিও ৰায়ুডুৱে ৰক্ষকৰ ভূমিকাত ঋষভ পন্ত, কে এল ৰাহুল আৰু সঞ্জু চেমছনৰ দৰে খেলুৱৈক বাদ দিছে। তাৰ পৰিৱৰ্তে তেওঁ প্ৰবীণ দীনেশ কাৰ্তিকক উইকেট ৰক্ষক হিচাপে বাছি লৈছিল।

 

টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে অম্বাতি ৰায়ুডুৰ ভাৰতীয় দল:

 

ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীনেশ কাৰ্তিক, ৰিংকু সিং, শিৱম ডুবে, ৰিয়ান পৰাগ, ৰবীন্দ্ৰ জাদেজা, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মায়ংক যাদৱ, আৰ্শদীপ সিং আৰু মহম্মদ চিৰাজ।

 

 

Previous Post

ম’হঘূলি চাপৰিৰ বিখ্যাত ফাট বিহুৰ বিষয়ে জানেনে ? কেতিয়াৰ পৰা আৰম্ভ হ’ব এইবছৰৰ বিহু !

Next Post

অৰুণাচলত ধাৰাষাৰ বৰষুণ, পাহাৰৰ পৰা নামি অহা ঢলে উটুৱাই নিলে ৰাষ্ট্ৰীয় ঘাইপথ, সংযোগ বিচ্ছিন্ন দিবাং উপত্যকাৰ

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
অৰুণাচলত ধাৰাষাৰ বৰষুণ, পাহাৰৰ পৰা নামি অহা ঢলে উটুৱাই নিলে ৰাষ্ট্ৰীয় ঘাইপথ, সংযোগ বিচ্ছিন্ন দিবাং উপত্যকাৰ

অৰুণাচলত ধাৰাষাৰ বৰষুণ, পাহাৰৰ পৰা নামি অহা ঢলে উটুৱাই নিলে ৰাষ্ট্ৰীয় ঘাইপথ, সংযোগ বিচ্ছিন্ন দিবাং উপত্যকাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7