VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেশৰ জার্চিত ১০০ টা গ’ল দি মেছিৰ নতুন নজিৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 29, 2023
in ক্ৰীড়া
দেশৰ জার্চিত ১০০ টা গ’ল দি মেছিৰ নতুন নজিৰ
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

দেশৰ জাৰ্চিত পুনৰ উজলি উঠিছে  লিয়নেল মেছি। দেশৰ মাটিত দ্বিতীয়খন প্ৰদৰ্শনীমূলক মেচতো তেওঁ উংকৃষ্ট প্ৰদর্শন কৰিলে ৷ কুৰাছাৱাৰ বিৰুদ্ধে প্ৰদৰ্শনীমূলক খেলখনত তেওঁ হেট্ৰিক অৰ্জন কৰে। ইয়াৰ লগে লগে মেছিয়ে আন এক নজিৰ গঢ়ি তুলিলে। দেশৰ জাৰ্চিত ১০০টা গ’ল দি এই নজিৰ গঢ়ে । কোনো দেশৰ হৈ ১০০ টা গ’ল দিয়া বিশ্বৰ তৃতীয়জন ফুটবলাৰ হিচাপে তেওঁ এই নজিৰ গঢ়িছে। তালিকাৰ প্ৰথম স্থানত আছে ক্রিষ্টিয়ানো ৰোনাল্ডো। তেওঁৰ পিছত ইৰাণৰ আলী দেই। মেছিয়ে এই দুয়োজন খেলুৱৈক স্পৰ্শ কৰিলে। বুধবাৰে পুৱাৰ খেলখনত আৰ্জেণ্টিনাই কুৰাচাওক ৭-০ গ’লত পৰাস্ত কৰে।

 

খেলখনৰ ২০ মিনিটৰ ভিতৰতে মেচখনৰ প্ৰথমটো গ’ল আৰু আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ১০০তম গ’লটো দিয়ে মেছিয়ে। পেনাল্টি বক্সৰ ভিতৰত জিওভানি ল’ৱে চেলছ’ৰ পাছ লাভ কৰে। ইয়াৰ পিছত কুৰাছাৱাৰ দুজন ডিফেণ্ডাৰক পৰাস্ত কৰি বলটো তেওঁ নেটত সোমাই দিয়ে। আন্তঃৰাষ্ট্ৰীয় মঞ্চত ৰোনাল্ডোৰ  গ’লৰ সংখ্যা ১২২টা ৷ আলীয়ে ১০৯টা গ’ল দিয়ে। মেছিৰ গ’লৰ সংখ্যা ১০২টা ৷

 

দুৰ্বল কুৰছাৱাৰ বিৰুদ্ধে আৰ্জেণ্টিনাই আধিপত্য বিস্তাৰ কৰে। প্ৰথমাৰ্ধত মেছিয়ে হেট্ৰিক কৰে। অৱশ্যে দ্বিতীয়াৰ্ধত আৰ্জেণ্টিনাক অলপ লঘু খেলা দেখা গ’ল। প্ৰদৰ্শনীমূলক খেলখনৰ প্ৰথমাৰ্ধত আধিপত্য প্ৰদৰ্শন কৰাৰ পিছত দ্বিতীয়াৰ্ধত মেছিয়ে অতিৰিক্ত কষ্ট কৰিব বিচৰা নাছিল। অৱশ্যে আৰ্জেণ্টিনাৰ দৰ্শক দলটোৰ প্ৰদৰ্শনত উৎসাহিত হৈ পৰে।

 

 

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

মেক্সিকোত শৰণার্থী শিবিৰত অগ্নিকাণ্ডত ৩৯ জন লোকৰ মৃত্যু,কেনেকৈ সংঘটিত হ’ল অগ্নিকাণ্ড !!

Related Posts

ৰোহিতক দেখিলেও কোহলীক নেদেখিবও পাৰে টি-২০ বিশ্বকাপত ! কি ভাবিছে বিচিচিআইয়ে !!
ক্ৰীড়া

ৰোহিতক দেখিলেও কোহলীক নেদেখিবও পাৰে টি-২০ বিশ্বকাপত ! কি ভাবিছে বিচিচিআইয়ে !!

December 7, 2023
দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?
ক্ৰীড়া

দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?

November 30, 2023
জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক
ক্ৰীড়া

জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক

November 29, 2023
হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!
ক্ৰীড়া

হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!

November 27, 2023
আজি  গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ
ক্ৰীড়া

আজি গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ

November 27, 2023
সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত  কৌশিক ফুকন
ক্ৰীড়া

সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত কৌশিক ফুকন

November 27, 2023
Next Post
মেক্সিকোত শৰণার্থী শিবিৰত অগ্নিকাণ্ডত ৩৯ জন লোকৰ মৃত্যু,কেনেকৈ সংঘটিত হ’ল অগ্নিকাণ্ড !!

মেক্সিকোত শৰণার্থী শিবিৰত অগ্নিকাণ্ডত ৩৯ জন লোকৰ মৃত্যু,কেনেকৈ সংঘটিত হ’ল অগ্নিকাণ্ড !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7