VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মোদী চৰকাৰক অন্ধ আৰু বধিৰ আখ্যা প্ৰতিবাদী মল্লযুঁজাৰুৰ,বিজেপিৰ ৪৩ গৰাকী মহিলা সাংসদলৈ পত্ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 16, 2023
in ক্ৰীড়া
মোদী চৰকাৰক অন্ধ আৰু বধিৰ আখ্যা প্ৰতিবাদী মল্লযুঁজাৰুৰ,বিজেপিৰ ৪৩ গৰাকী মহিলা সাংসদলৈ পত্ৰ
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্ৰিজভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ কৰাৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে মল্লযুঁজাৰুসকলে। বজৰং পুনিয়া, সাক্ষী মালিক, বিনেশ ফোগাটে অভিযোগ কৰে যে ব্ৰিজভূষণৰ বিৰুদ্ধে একাধিক প্ৰমাণ পোৱাৰ পিছতো চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাই। এইবাৰ সাক্ষী, বিনেশে বিজেপিৰ মহিলা সাংসদসকলৰ কাষ চাপিছে

৷যন্তৰ মন্তৰত এখন সংবাদমেলযোগে বিনেশে কয় “ আমি ২২ দিন অনশন কৰি আছো। কিন্তু বিজেপিৰ এগৰাকী মহিলা সাংসদ আমাৰ ওচৰলৈ নাহিল। গতিকে আমি ইমেইল আৰু চিঠিৰ জৰিয়তে ৪৩ গৰাকী মহিলা সাংসদৰ ওচৰত আমাৰ আবেদন জনাইছিলো। আশা কৰো এইবাৰ তেওঁলোক আমাৰ লগত থাকিব।“

 

বিনেশে আৰু অভিযোগ কৰে যে চৰকাৰখন সকলো জানিও অন্ধ আৰু বধিৰৰ ভাও ধৰিছে । তেওঁ কয়, ‘চৰকাৰে বেটি পঢ়াও বেটি বাচাওৰ কথা কয়। আমিও ছোৱালী। আমাৰ লগত অন্যায় কৰা হৈছে। তাৰ যথেষ্ট প্ৰমাণ মই দিছো। চৰকাৰৰ ওচৰত আবেদন কৰিছো। কিন্তু চৰকাৰ অন্ধ আৰু বধিৰ। হয়তো ব্ৰিজভূষণৰ শক্তিৰ বাবে সকলোৱে নিমাত হৈ আছে। কিন্তু আমাৰ আন্দোলন চলি থাকিব।“

 

ইফালে ভাৰতীয় অলিম্পিক সন্থাই আগবাঢ়ি আহিছে। মল্লযুঁজৰ সংগঠন পৰিচালনাৰ দায়িত্ব লৈছে। ১২ মে’ত অলিম্পিক সংগঠনটোৱে এখন পত্ৰযোগে মল্লযুঁজ সংগঠনটোৰ সকলো দায়িত্ব ল’ব বুলি উল্লেখ কৰে। সংগঠনটোৰ সকলো নথি-পত্ৰ তেওঁলোকৰ ওচৰত জমা দিবলৈ অনুৰোধ জনোৱা হৈছে। এই পদক্ষেপক মল্লযুঁজাৰুসকলে আদৰণি জনায়। তেওঁলোকে এইবাৰ ন্যায় পাব বুলি আশা কৰিছে। বজৰঙে কয়, “এয়া আমাৰ ন্যায়ৰ পথৰ প্ৰথম পদক্ষেপ।আমাৰ যুঁজখন মাত্ৰ আৰম্ভ হৈছে। ন্যায় নোপোৱালৈকে সেই যুঁজখন চলি থাকিব।”

 

অলিম্পিক সংস্থাটোৱে কয় যে তেওঁলোকৰ তিনিজনীয়া কমিটীয়ে এতিয়াৰ বাবে সকলো কাম চম্ভালিব। আগন্তুক ৪৫ দিনৰ ভিতৰত মল্লযুঁজৰ সংগঠনত নতুন সমিতি গঠন কৰা হ’ব। ইয়াৰ পিছত সেই কমিটীৰ হাতত ক্ষমতা অৰ্পণ কৰা হ’ব।

Previous Post

হোটেলৰ কোঠাৰ পৰা ৰহস্যজনক অৱস্থাত উদ্ধাৰ কোৰিয়ান পপ ষ্টাৰ হেই ছুৰ মৃতদেহ

Next Post

নগাঁৱৰ জখলাবন্ধাৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণ মৃত্যু

Related Posts

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ
ক্ৰীড়া

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
মেছিৰ আগমনৰ খবৰ প্ৰকাশৰ পাছতে  টিকটৰ দাম বৃদ্ধি হ’ল  ১৪০০ গুণ ,আমেৰিকাত এতিয়া মেছি উন্মাদনা ?
ক্ৰীড়া

মেছিৰ আগমনৰ খবৰ প্ৰকাশৰ পাছতে টিকটৰ দাম বৃদ্ধি হ’ল ১৪০০ গুণ ,আমেৰিকাত এতিয়া মেছি উন্মাদনা ?

June 9, 2023
আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি  পাকিস্তানৰ ব’ৰ্ডৰ
ক্ৰীড়া

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি পাকিস্তানৰ ব’ৰ্ডৰ

June 8, 2023
কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী,  মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে
ক্ৰীড়া

কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী, মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে

June 7, 2023
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টেষ্টত অভিলেখ গঢ়িব পাৰে এই দুজন ভাৰতীয় ক্ৰিকেটাৰে ?
ক্ৰীড়া

বুধবাৰৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, কোন সময়ৰ পৰা আৰম্ভ হ’ব মেচ ?

June 6, 2023
ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?
ক্ৰীড়া

ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?

June 5, 2023
Next Post
নগাঁৱৰ জখলাবন্ধাৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণ মৃত্যু

নগাঁৱৰ জখলাবন্ধাৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণ মৃত্যু

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7