VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পাকিস্তানক পৰাস্ত কৰিবলৈ নিউজিলেণ্ডে ব্যৱহাৰ কৰিব পাকিস্তানৰ অস্ত্ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 4, 2023
in ক্ৰীড়া
পাকিস্তানক পৰাস্ত কৰিবলৈ নিউজিলেণ্ডে ব্যৱহাৰ কৰিব পাকিস্তানৰ অস্ত্ৰ
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

নিউজিলেণ্ডে পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব পাৰে ৷  সেই শৃংখলাত ছাকলিন মুস্তাকক নিউজিলেণ্ড দলৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক দলত আনি নিউজিলেণ্ডে সেই দেশত খেলখন উন্নত ধৰণেৰে খেলাৰ  পৰিকল্পনা কৰিবলৈ চেষ্টা কৰিব। এই ছিৰিজত কিৱি দলটোক নেতৃত্ব দিব টম লেথামে।

 

নিউজিলেণ্ড দলৰ প্ৰশিক্ষক গেৰী ষ্টীডে কয় যে মুস্তাকক দলত অন্তৰ্ভুক্ত কৰা উচিত।  প্ৰশিক্ষকগৰাকীয়ে কয়, ‘মুস্তাকৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰে আমাক অধিক শক্তি প্ৰদান কৰিব। পাকিস্তানৰ পৰিস্থিতি বুজিবলৈ আমাৰ বাবে মুস্তাক গুৰুত্বপূৰ্ণ। লগতে আমাৰ দলৰ স্পিন বলিঙৰ উন্নতি হ’ব যদিহে আমাৰ হাতত মুস্তাক থাকে।’

 

আই পি এলৰ প্ৰথমখন খেলত আঘাতপ্ৰাপ্ত হৈছিল কেন উইলিয়ামছন। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ হৈ খেলি থকাৰ সময়ত তেওঁৰ আঁঠুত আঘাত পাইছিল। তেওঁ আই পি এলত খেলিব নোৱাৰে। তেওঁৰ ঠাইত লাথামে নেতৃত্ব দিব। নিউজিলেণ্ডে পাকিস্তানৰ বিৰুদ্ধে পাঁচখন টি-২০ আৰু তিনিখন এদিনীয়া খেলিব। ১৪ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব এই ছিৰিজ ৷

 

যোৱা বছৰ পাকিস্তানে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলৈ গৈছিল। । ষ্টীডে কয়, ‘যোৱা ছিজনত আমি পাকিস্তানৰ বিৰুদ্ধে কেইবাখনো মেচ খেলিছিলো। যিখন দেশত খেলি নাথাকক কিয়, পাকিস্তান সদায় এটা শক্তিশালী দল। এদিনীয়া বিশ্বকাপৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে খেলিলে আমাৰ অভিজ্ঞতা বৃদ্ধি পাব। আমাৰ ক্ৰিকেটাৰসকলে বহু কথা শিকিব পাৰে। যিটো বিশ্বকাপৰ বছৰত বহুত প্ৰয়োজনীয়।”

Previous Post

৫ দশকৰ ভিতৰত সৰ্বাধিক মুদ্ৰাস্ফীতিৰ কৱলত পাকিস্তান, জনতাৰ হাহাকাৰ

Next Post

অতি সোনকালে হোৱাটছএপ ব্যৱহাৰকাৰীয়ে লাভ কৰিব আন এক সুবিধা

Related Posts

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান
ক্ৰীড়া

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান

June 1, 2023
মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি
ক্ৰীড়া

মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি

May 31, 2023
সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা
ক্ৰীড়া

সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

May 31, 2023
ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?
ক্ৰীড়া

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?

May 30, 2023
যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ
ক্ৰীড়া

যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ

May 30, 2023
মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ
ক্ৰীড়া

মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

May 29, 2023
Next Post
অতি সোনকালে  হোৱাটছএপ ব্যৱহাৰকাৰীয়ে লাভ কৰিব আন এক সুবিধা

অতি সোনকালে হোৱাটছএপ ব্যৱহাৰকাৰীয়ে লাভ কৰিব আন এক সুবিধা

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7