VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অহা বছৰ এছিয়া কাপ অনুষ্ঠিত হ’ব ভাৰতত, ঘোষণা এছিয়ান ক্ৰিকেট সন্থাৰ

voicedesk by voicedesk
July 30, 2024
in ক্ৰীড়া
অহা বছৰ এছিয়া কাপ অনুষ্ঠিত হ’ব ভাৰতত, ঘোষণা এছিয়ান ক্ৰিকেট সন্থাৰ
0
SHARES
49
VIEWS
Share on FacebookShare on Twitter

অহা বছৰ ভাৰতত অনুষ্ঠিত হ’ব এছিয়া কাপ। ইয়াৰ দুবছৰৰ পিছত অৰ্থাৎ ২০২৭ চনত বাংলাদেশে এই প্ৰতিযোগিতা আয়োজন কৰিব। আনহাতে ভাৰতৰ প্ৰতিযোগিতা টি-২০ ফৰ্মেটত হ’ব, বাংলাদেশৰ প্ৰতিযোগিতা ৫০ অভাৰ ফৰ্মেটত অনুষ্ঠিত হ’ব। শেহতীয়াকৈ এই কথা ঘোষণা কৰে এছিয়ান ক্ৰিকেট সন্থা বা এচিচিয়ে।

 

২০২৬ চনত পুনৰ অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। সেই কথা মনত ৰাখি অহা বছৰ টি-২০ ফৰ্মেটত এছিয়া কাপৰ আয়োজন কৰা হ’ব। আকৌ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ কথা মনত ৰাখি এছিয়া কাপ ৫০ অভাৰৰ হ’ব। ভাৰত, বাংলাদেশ, শ্ৰীলংকা, পাকিস্তান, আফগানিস্তান আৰু আন এখন যোগ্যতা অৰ্জন কৰা দেশে দুয়োখন প্ৰতিযোগিতাতে খেলিব। মুঠ ১৩খন খেল অনুষ্ঠিত হ’ব।

 

মন কৰিবলগীয়া যে ৩৪ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিছে এছিয়া কাপ। ভাৰতে এতিয়ালৈকে মাত্ৰ এবাৰহে এছিয়া কাপ আয়োজন কৰিছে। ১৯৯০-৯১ চনত ভাৰতত এছিয়া কাপ অনুষ্ঠিত হৈছিল। যোৱা এছিয়া কাপ হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছিল। ভাৰতে শ্ৰীলংকাত  মেচ খেলিছিল। যদিও পাকিস্তান আয়োজক আছিল, ভাৰতে সেই দেশলৈ যাবলৈ অস্বীকাৰ কৰিছিল। ফলত এতিয়া প্ৰশ্ন হয় পাকিস্তানে অহা বছৰ এছিয়া কাপ খেলিবলৈ ভাৰতলৈ আহিব নে নাহে ?

 

দেওবাৰে শ্ৰীলংকাত মহিলা এছিয়া কাপৰ সামৰণি পৰে। ২০২৬ চনত পুনৰ অনুষ্ঠিত হ’ব মহিলা এছিয়া কাপ। সেয়াও টি২০ ফৰ্মেটত। অৱশ্যে আয়োজক দেশৰ নাম ঘোষণা কৰা হোৱা নাই। ২০২৪-২০২৭ বৰ্ষৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হ’ব পুৰুষৰ  ১৯ বছৰ অনুৰ্ধ এছিয়া কাপ।

 

Previous Post

লংকেশ্বৰ ধামত ৰুদ্ৰাক্ষৰ গছ ৰোপণ

Next Post

ছলমানৰ বাবে প্ৰাণ ওভতাই পাইছিল কণমানিয়ে, অস্থিমজ্জা দান কৰি ভাইজানৰ অভিলেখ

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
ছলমানৰ বাবে প্ৰাণ ওভতাই পাইছিল কণমানিয়ে, অস্থিমজ্জা দান কৰি ভাইজানৰ অভিলেখ

ছলমানৰ বাবে প্ৰাণ ওভতাই পাইছিল কণমানিয়ে, অস্থিমজ্জা দান কৰি ভাইজানৰ অভিলেখ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7