VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ব্ৰাজিলৰ হৈ আৰু নেখেলিবও পাৰে নেইমাৰে, বিশ্বকাপৰ পৰা বাহিৰ হৈয়ে অৱসৰৰ ইংগিত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 10, 2022
in ক্ৰীড়া
ব্ৰাজিলৰ হৈ আৰু নেখেলিবও পাৰে নেইমাৰে, বিশ্বকাপৰ পৰা বাহিৰ হৈয়ে অৱসৰৰ ইংগিত
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে পৰাস্ত হৈ বিশ্বকাপৰ পৰা বিদায় ল’বলগীয়া হ’ল ৫ বাৰকৈ বিশ্ব চেম্পিয়ন ব্ৰাজিলে ৷ টাইব্ৰেকাৰত পৰাস্ত হোৱাৰ পাছতে কালি নিশা কান্দোনত  ভাগি পৰা দেখা গ’ল তাৰকা ফুটবলাৰ নেইমাৰক। সতীর্থ কেচেমিৰ’ই তেওঁক সান্ত্বনা দিবলৈ চেষ্টা কৰে যদিও চকুলো টুকি টুকিয়েই খেলপথাৰৰ পৰা বিদায় ল’বলগীয়া হয় নেইমাৰে । ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে পেনাল্টিত পৰাস্ত হৈ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হ’ল ব্ৰাজিল। ইয়াৰ পিছতে নেইমাৰে অৱসৰৰ বিষয়ে ইংগিত প্ৰদান কৰে ৷ ২০২২ চনৰ বিশ্বকাপৰ পৰা নিজৰ দলটো বাহিৰ হোৱাৰ পিছত  ব্ৰাজিলৰ হৈ যৌথ অগ্ৰণী গ’লদাতাগৰাকীয়ে কয়, “মই জাতীয় দলৰ কোনো দুৱাৰ বন্ধ কৰা নাই, কিন্তু মই ঘূৰি অহাৰ ১০০ শতাংশ নিশ্চয়তাও দিয়া নাই। মোৰ বাবে আৰু জাতীয় দলৰ বাবে কি উপযুক্ত সেই বিষয়ে অলপ বেছি চিন্তা কৰিব লাগিব ।’

শুকুৰবাৰে নিশা এডুকেশ্যন চিটি ষ্টেডিয়ামত পেনাল্টিত ২-৪ গ’লত পৰাস্ত হৈ নেইমাৰক মাটিত বাগৰি বাগৰি কন্দা দেখা গৈছিল। সতীৰ্থ থিগো ছিলভাই আহি তেওঁক বুজনি দিবলৈ চেষ্টা কৰে। নেইমাৰে বিশ্বাস কৰিব পৰা নাছিল যে ব্ৰাজিল পৰাস্ত হৈছে। কোনেও বিশ্বাস কৰিব পৰা নাছিল যে মাত্ৰ ১৫ মিনিটতে ব্ৰাজিলৰ সকলো যুঁজ শেষ হৈ গ’ল।

ব্ৰাজিলৰ হৈ  ৭৭ সংখ্যক গ’ল দি নেইমাৰে নতুন অভিলেখ ৰচনা কৰে ৷ তেওঁ বিশ্ববিশ্ৰুত ফুটবলাৰ পেলেৰ সৈতে সমতা স্থাপন কৰে । কিন্তু সেই সুখ বেছি সময় নাথাকিল। নেইমাৰে ৰড্ৰিগো আৰু পেড্ৰ’ৰ সৈতে পাছ খেলি গ’লৰ পথ মুকলি কৰে। ২০১৯ চনত তেওঁ কোপা আমেৰিকা জয় কৰিছিল। কিন্তু তেওঁ বিশ্বকাপ জয় কৰা নাই। তিনিবাৰকৈ বিশ্বকাপ খেলাৰ পিছতো ট্ৰফী হাতত তুলি লোৱাৰ সুযোগ নাপালে নেইমাৰে ৷  কিন্তু ইয়াৰ পিছত তেওঁ পুনৰ কেতিয়া ব্ৰাজিলৰ জাৰ্চি পিন্ধি খেলিব সেয়া স্পষ্ট হোৱা নাই। নেইমাৰে বিশ্বাস কৰিব পৰা নাছিল যে ক্ৰ’ৱেচিয়াই তেওঁলোকক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিব।

Previous Post

৫ আৰু ৬ জানুৱাৰিত জ্যোতি চিত্ৰবনত চলচ্চিত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল

Next Post

৪৫ বছৰ আগতে ধৰা পৰিছিল মহাজাগতিক সংকেত! কোনে ক’ৰ পৰা পঠিয়াইছিল এই সংকেত ! আছে নেকি আন গ্ৰহত জীৱ !!

Related Posts

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি  পাকিস্তানৰ ব’ৰ্ডৰ
ক্ৰীড়া

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি পাকিস্তানৰ ব’ৰ্ডৰ

June 8, 2023
কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী,  মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে
ক্ৰীড়া

কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী, মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে

June 7, 2023
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টেষ্টত অভিলেখ গঢ়িব পাৰে এই দুজন ভাৰতীয় ক্ৰিকেটাৰে ?
ক্ৰীড়া

বুধবাৰৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, কোন সময়ৰ পৰা আৰম্ভ হ’ব মেচ ?

June 6, 2023
ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?
ক্ৰীড়া

ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?

June 5, 2023
অমিত শ্বাহক প্ৰতিবাদী মল্লযুঁজাৰুৰ সাক্ষাৎ, ব্ৰীজভূষণৰ বিৰুদ্ধে শীঘ্ৰী চার্জশ্বীট দাখিল কৰাৰ নির্দেশ
ক্ৰীড়া

অমিত শ্বাহক প্ৰতিবাদী মল্লযুঁজাৰুৰ সাক্ষাৎ, ব্ৰীজভূষণৰ বিৰুদ্ধে শীঘ্ৰী চার্জশ্বীট দাখিল কৰাৰ নির্দেশ

June 5, 2023
ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে  ?
ক্ৰীড়া

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে ?

June 2, 2023
Next Post
৪৫ বছৰ আগতে ধৰা পৰিছিল মহাজাগতিক সংকেত! কোনে ক’ৰ পৰা পঠিয়াইছিল এই সংকেত ! আছে নেকি আন গ্ৰহত জীৱ !!

৪৫ বছৰ আগতে ধৰা পৰিছিল মহাজাগতিক সংকেত! কোনে ক’ৰ পৰা পঠিয়াইছিল এই সংকেত ! আছে নেকি আন গ্ৰহত জীৱ !!

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7