VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰোহিত-কোহলী নহয়, আন দুজন ক্ৰিকেটাৰে ভাৰতৰ হৈ বিশ্বকাপ জয় কৰিব! যুৱৰাজে কাক কাক স্থান দিয়াতো বিচাৰে বিশ্বকাপ টীমত ?

voicedesk by voicedesk
April 27, 2024
in ক্ৰীড়া
ৰোহিত-কোহলী নহয়, আন দুজন ক্ৰিকেটাৰে ভাৰতৰ হৈ বিশ্বকাপ জয় কৰিব! যুৱৰাজে কাক কাক স্থান দিয়াতো বিচাৰে বিশ্বকাপ টীমত ?
0
SHARES
726
VIEWS
Share on FacebookShare on Twitter

কেইদিনমানৰ পিছত নিৰ্বাচিত হ’ব টি-২০ বিশ্বকাপ দল। তাৰ আগতে বহুতে নিজৰ প্ৰিয় ভাৰতীয় দলটো বাছি লৈছে। যুৱৰাজ সিঙেও কৰিছে বিশ্বকাপ দলক লৈ ভৱিষ্যৎবাণী ৷ ২০০৭ চনত ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ী দলৰ শ্ৰেষ্ঠ অল-ৰাউণ্ডাৰ আছিল যুৱৰাজ । ৬ বলত ৬টা ছয়ৰ পৰা আৰম্ভ কৰি যুৱৰাজৰ বেটেৰে বহু কৃতিত্বৰ সৃষ্টি হৈছিল। সেই যুৱৰাজৰ মতে ভাৰতৰ বিশ্বকাপ দলত দুজনৰ স্থান অতি উজ্জ্বল।

 

আইচিচিক দিয়া এক সাক্ষাৎকাৰত যুৱৰাজে কয় যে ভাৰতৰ জয়ৰ চাবিকাঠি সূৰ্যকুমাৰ যাদৱৰ হাতত থাকিব। তেওঁৰ খেলৰ ধৰণে ১৫ বলতে মেচৰ ৰং সলনি কৰিব পাৰে। ভাৰতে বিশ্বকাপ জয় কৰিবলৈ হ’লে সূৰ্য্যই ভাল বেটিং কৰাটো প্ৰয়োজন।

 

যুৱৰাজে বেটৰ সৈতে সূৰ্য্যৰ ওপৰত নিৰ্ভৰ কৰাৰ সমান্তৰালকৈ বলাৰ হিচাপে যশপ্ৰীত বুমৰাহৰ নাম উল্লেখ কৰে কৰে। যুৱৰাজে কয়, ‘বুমৰাহে বলৰ সৈতে অতি ফলপ্ৰসূ ভূমিকা পালন কৰিব। দলত এজন লেগ স্পিনাৰ দেখা পালে ভাল পাম। যুজবেন্দ্ৰ চাহালৰ দৰে কোনোবা এজনক দলত অন্তৰ্ভুক্ত কৰিব পাৰি। তেওঁ ভাল বলিং কৰিছে ।”

 

ভাৰতৰ উইকেটৰক্ষক কোন হ’ব সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। যুৱৰাজে কয়, ‘দীনেশ কাৰ্তিকে ভাল খেলিছে। ২০২২ চনত আই পি এলত ভাল খেলাৰ পিছত তেওঁক বিশ্বকাপলৈ লৈ যোৱা হয়। কিন্তু তাত খেলিব নোৱাৰিলে। আৰু যদি কাৰ্তিকক প্ৰথম একাদশত খেলোৱা নহয়, তেন্তে তেওঁক দলত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন নাই। তেওঁতকৈ ঋষভ পন্ত আৰু সঞ্জু চেমচনক লোৱাই ভাল। তেওঁলোক ফৰ্মত আছে।”

 

যুৱৰাজৰ মতে, ভৱিষ্যতে তাৰকা হ’বলৈ শিৱম ডুবেৰ সকলো উপাদান আছে। তেওঁ কয়, ‘মই ডুবেক টি-২০ বিশ্বকাপৰ দলত চাবলৈ  বিচাৰিম। তেওঁ ধাৰাবাহিকভাৱে দলত স্থান পোৱা নাই। মেচৰ ৰং সলনি কৰাৰ ক্ষমতা তেওঁৰ আছে। বহুতে এইবাৰ খেলিছে। কিন্তু বাকীসকলৰ পৰা ডুবে পৃথক ৷ মই তেওঁক ভাৰতৰ টি-২০ বিশ্বকাপ দলত চাব বিচাৰিম।’

Previous Post

চাৰি ৰাজ্যত ভয়াৱহ গৰমৰ পূৰ্বাভাস, উত্তৰ-পূর্বাঞ্চলত হ’ব বৰষুণৰ আগজাননী মৌচম ভৱনৰ

Next Post

ৰাজনীতিৰ কথা ক’বলৈ কিয় ভয় কৰে বিদ্যা বালানে ?

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
ৰাজনীতিৰ কথা ক’বলৈ কিয় ভয় কৰে বিদ্যা বালানে ?

ৰাজনীতিৰ কথা ক’বলৈ কিয় ভয় কৰে বিদ্যা বালানে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7