VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৯১২৯ কোটি টকাৰ প্ৰস্তাৱ! পেৰিছ চেণ্ট জাৰ্মেইনে এমবাপেক নিজৰ লগত ৰাখিবলৈ দিব পাৰে এই পাৰিশ্ৰমিক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 22, 2023
in ক্ৰীড়া
৯১২৯ কোটি টকাৰ প্ৰস্তাৱ! পেৰিছ চেণ্ট জাৰ্মেইনে এমবাপেক নিজৰ লগত ৰাখিবলৈ দিব পাৰে এই পাৰিশ্ৰমিক
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

তাৰকা ফুটবলাৰ কাইলিয়ান এমবাপে পেৰিছ চেণ্ট জাৰ্মেইনত থাকিব নে নাই সেই বিষয়ে বহুদিনৰ পৰা জল্পনা-কল্পনা সৃষ্টি হৈ আহিছে । ফ্ৰান্সৰ ফুটবলাৰগৰাকীক ৰখাৰ বাবে পি এছ জিয়ে বৃহৎ আৰ্থিক প্ৰস্তাৱ আগবঢ়াব। ফ্ৰান্সৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এমবাপেক ১ বিলিয়ন ইউৰো অৰ্থাৎ প্ৰায় ৯১২৯ কোটি টকাৰ প্ৰস্তাৱ দিব পাৰে ক্লাৱটোৱে ।

 

পি এছ জিয়ে এমবাপেক নিজৰ লগত ৰাখিব বিচাৰিছে। সেইবাবেই তেওঁৰ সৈতে ১০ বছৰৰ চুক্তি কৰিব পাৰে কল্ৱটোৱে। সেই ১০ বছৰত এমবাপে ৯১২৯ কোটি টকা পাব, অৰ্থাৎ তেওঁৰ বাৰ্ষিক আয় হ’ব ৯১২ কোটি টকা। তেনে ক্ষেত্ৰত তেওঁ ৩৪ বছৰ বয়সলৈকে পি এছ জিত থাকিব। যদি সঁচা হয় তেন্তে ই হ’ব ক্ৰীড়াৰ ইতিহাসৰ আটাইতকৈ দামী চুক্তি হিচাপে পৰিগণিত হ’ব ।

 

বিগত কেইবছৰমানৰ পৰা পি এছ জিয়ে এমবাপেক লৈ ৰিয়েল মাদ্রিদৰ সৈতে প্ৰতিদ্বন্দিতাত নামি আহিছে ৷ পি এছ জিৰ প্ৰদৰ্শনত বিৰক্ত হৈ পৰিছে এমবাপে। তেওঁ নিজেই ক্লাবক অনুৰোধ জনাইছিল যে চুক্তিখন বৃদ্ধি নকৰিব। কিন্তু এই মুহূৰ্তত ফুটবলৰ আটাইতকৈ জনপ্ৰিয় যুৱ তাৰকাগৰাকীক ধৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে পি এছ জিয়ে।

 

 

এমবাপে পি এছ জিৰ হৈ এই পৰ্যন্ত ২৬০খন মেচ খেলিছে। ২১২টা গ’ল দিয়ে। ৯৮টা গ’লত সহায় কৰিছে । বিশ্বকাপ জয় কৰাৰ পিছতো এমবাপে এতিয়াও চেম্পিয়নছ লীগ জয় কৰিব পৰা নাই। এতিয়াও তেওঁ অনুশোচনা কৰে। ইউৰোপৰ ক্লাব পৰ্যায়ৰ আটাইতকৈ ডাঙৰ মঞ্চত সফলতা নোপোৱাৰ বাবে তেওঁ এতিয়াও অনুশোচনা কৰে। সেই অনুশোচনা সমাধানৰ বাবে ক্লাব সলনি কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে এমবাপেই।

Previous Post

অৰুণাচলত আৰম্ভ কৰি গুজৰাটত অন্ত,পূবৰ পৰা পশ্চিমলৈ পুনৰ ভাৰত জোৰো যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে

Next Post

‘দেশৰ শ্ৰেষ্ঠ আৰক্ষী থানা’ৰ পুৰস্কাৰ লাভ কৰা মণিপুৰৰ নংপোক ছেকমাই থানাৰ এক কিলোমিটাৰৰ ভিতৰত সংঘটিত হৈছিল ভয়াৱহ ঘটনা

Related Posts

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?
ক্ৰীড়া

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?
ক্ৰীড়া

শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?

September 20, 2023
গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী
ক্ৰীড়া

গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

September 13, 2023
ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে
ক্ৰীড়া

ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে

September 6, 2023
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল
ক্ৰীড়া

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল

August 29, 2023
এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক,  নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা
ক্ৰীড়া

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

August 23, 2023
Next Post
‘দেশৰ শ্ৰেষ্ঠ আৰক্ষী থানা’ৰ পুৰস্কাৰ লাভ কৰা মণিপুৰৰ  নংপোক ছেকমাই থানাৰ এক কিলোমিটাৰৰ ভিতৰত সংঘটিত হৈছিল ভয়াৱহ ঘটনা

‘দেশৰ শ্ৰেষ্ঠ আৰক্ষী থানা’ৰ পুৰস্কাৰ লাভ কৰা মণিপুৰৰ নংপোক ছেকমাই থানাৰ এক কিলোমিটাৰৰ ভিতৰত সংঘটিত হৈছিল ভয়াৱহ ঘটনা

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7