VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভয়াৱহ দূর্ঘটনাত পতিত ক্ৰিকেটাৰ ঋষভ পন্ট, কথমপি ৰক্ষা প্ৰাণ, দূর্ঘটনাৰ পাছত দপদপকৈ জ্বলি উঠিল ডেৰকোটি টকীয়া মার্চিডিচ বাহন

voicedesk by voicedesk
December 30, 2022
in ক্ৰীড়া
ভয়াৱহ দূর্ঘটনাত পতিত ক্ৰিকেটাৰ ঋষভ পন্ট, কথমপি ৰক্ষা প্ৰাণ, দূর্ঘটনাৰ পাছত দপদপকৈ জ্বলি উঠিল ডেৰকোটি টকীয়া মার্চিডিচ বাহন
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

এক ভয়াৱহ দূর্ঘটনাত পতিত হোৱা ক্ৰিকেটাৰ ঋষভ পন্টৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে  ৷ ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত দিল্লীৰ পৰা উত্তৰাখণ্ডৰ ৰুৰকীলৈ গৈ থকা অৱস্থাতে দূর্ঘটনাটো সংঘটিত হয় ৷ ঋষভৰ বিলাসী গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে’ৰ ডিভাইডাৰত পুৱা প্ৰায় ৫:৩০ বজাত খুন্দা মাৰে। তেওঁ নিজেই গাড়ী চলাই আহিছিল। ৰুৰকী মহম্মদপুৰ জাটৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।দূর্ঘটনাৰ সময়ত বাহনখনত অকলে আছিল ক্ৰিকেটাৰ গৰাকী ৷

দূর্ঘটনাৰ পাছত তেওঁক উদ্ধাৰ কৰি ৰুৰকিৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত তাৰ পৰাই তেওঁক ডেৰাডুনৰ মেক্স হাস্পতালত ভৰ্তি কৰা হয় ৷ জানিব পৰা মতে গাড়ী চলাই থাকোঁতে ঋষভৰ টোপনি অহাৰ বাবেই পঠ দূর্ঘটনাটো সংঘটিত হয় ৷ । ডিজিপি  অশোক কুমাৰে প্ৰকাশ কৰা অনুসৰি  টোপনি অহাৰ বাবে ঋষভৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে। ঋষভৰ চিকিৎসাৰ সকলো খৰচ উত্তৰাখণ্ড চৰকাৰে বহন কৰিব। এই কথা ঘোষণা কৰিছিল সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী পূষ্কৰ সিং ধামীয়ে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ক্ৰিকেটাৰগৰাকীৰ চিকিৎসাৰ সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছে। ঋষভক চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সেৰে অন্য ঠাইলৈ লৈ যোৱা হ’ব পাৰে। আৰক্ষীয়ে জনোৱা মতে, ক্ৰিকেটাৰগৰাকীয়ে  তেওঁৰ ডেৰ কোটি টকীয়া বিলাসী মাৰ্চিডিজ গাড়ী চলাই আহিছিল ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে গাড়ীখনত অগ্নিকাণ্ড সংঘটিত হয়। ক্ৰিকেটাৰগৰাকীয়ে ২০১৭ চনত ক্ৰয় কৰিছিল এখন মাৰ্চিডিজ বেঞ্জ জিএলচি এছইউভি। তেতিয়া তেওঁৰ বয়স আছিল ১৯ বছৰ। মাৰ্চিডিজৰ এই মডেলটো হৈছে অন্যতম বিলাসী এছ ইউ ভি গাড়ী। এই গাড়ীৰ ইঞ্জিন অতি শক্তিশালী। গাড়ীখনত উন্নত ব্যৱস্থা আছে। দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে কেইবাটাও সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

গাড়ীখনত জুই লগাৰ পাছতে নিজকে জুইৰ পৰা ৰক্ষা কৰিবলৈ  বেটছমেনজনে নিজেই দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ উইণ্ডশ্বিল্ড ভাঙি ওলাই আহে ৷ সময়মতে ওলাই নাহিলে তাতোকৈ ভয়ংকৰ দুৰ্ঘটনা এটা হ’ব পাৰিলেহেঁতেন। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু মিনিটৰ ভিতৰতে ঋষভৰ গাড়ীত অগ্নিকাণ্ড সংঘটিত হয়। পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে গৈ জুই নিৰ্বাপন কৰে। দুৰ্ঘটনাত ঋষভে মূৰ, পিঠি আৰু আঁঠু আঘাতপ্ৰাপ্ত হয়। বাওঁ চকুৰ ওপৰত তেও আঘাত পাইছে ।

অৱশ্যে চিকিৎসকে তেওঁ বিপদমুক্ত বুলি প্ৰকাশ কৰে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে দলত নাই ঋষভ। কিছুদিন পিছত পণ্টে বেংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীলৈ যোৱাৰ কথা আছিল। অৱশ্যে দুৰ্ঘটনাৰ বাবে তেওঁ কেইবাদিনো জিৰণি ল’ব লগা হ’ব পাৰে।

 

 

Previous Post

স্নাতকোত্তৰৰ শিক্ষাগ্ৰহণ কৰি থকা এগৰাকী শিক্ষিতা যুৱতীয়ে বাচি লৈছে স্বাৱলম্বীতাৰ পথ

Next Post

নতুন বছৰত দৰ্শকক বিশেষ উপহাৰ দিবলৈ সাজু হৈছে দক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগ

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
নতুন বছৰত দৰ্শকক বিশেষ উপহাৰ দিবলৈ সাজু হৈছে দক্ষিণাত্যৰ  চলচ্চিত্ৰ উদ্যোগ

নতুন বছৰত দৰ্শকক বিশেষ উপহাৰ দিবলৈ সাজু হৈছে দক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7