VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মানচেষ্টাৰৰ ঘৰ বিক্ৰী কৰিব ৰোনাল্ডোৱে , আছে চুইমিং পুল, জিম, চিনেমা হল! দাম কিমান জানেনে ?

voicedesk by voicedesk
February 24, 2023
in ক্ৰীড়া
মানচেষ্টাৰৰ ঘৰ বিক্ৰী কৰিব ৰোনাল্ডোৱে , আছে চুইমিং পুল, জিম, চিনেমা হল! দাম কিমান জানেনে ?
0
SHARES
36
VIEWS
Share on FacebookShare on Twitter

মানচেষ্টাৰ ইউনাইটেডৰ সৈতে সম্পৰ্ক শেষ কৰি নিজৰ ঘৰ বিক্ৰী কৰিব বিচাৰিছে ক্রিষ্টিয়ানো ৰোনাল্ডোৱে। মানচেষ্টাৰৰ ঘৰটোৰ মূল্য ৫৫ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। ৰিয়েল ইষ্টেট এজেণ্টে ৰোনাল্ডোৰ ঘৰ বিক্ৰী কৰিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

 

মানচেষ্টাৰৰ বাহিৰৰ চেশ্বাৰত এটা বিলাসী ঘৰৰ মালিক ৰোনাল্ডো। ১৩ একৰ মাটিত নিৰ্মিত এই ঘৰটোত আছে চুইমিং পুল, অত্যাধুনিক জিম, টেনিছ ক’ৰ্ট, স্পা আৰু চিনেমা হল। ঘৰটোত ৭টা শোৱা কোঠা আছে। আছে এখন বাগিচাও৷ কিন্তু এতিয়ালৈকে কোনো গ্ৰাহক বিচাৰি পোৱা নাই বুলি জানিব পৰা গৈছে ।

 

মানচেষ্টাৰ এৰি যোৱাৰ পিছত ৰোনাল্ডোৱে এই ঘৰৰ পৰা নিজৰ প্ৰিয় কেইবাখনো গাড়ী পৰ্তুগালৰ লিছবনত থকা নিজৰ ঘৰলৈ পঠিয়াই দিছে। বর্তমান তেওঁ ছৌদি আৰৱৰ ক্লাব আল নাছেৰৰ হৈ ​​খেলে। ৰিয়াধলৈ যোৱাৰ পিছত তেওঁ কেইবা দিনো বিলাসী হোটেলত থকাৰ পাছত ৰিয়াধত নতুন ঘৰত প্ৰৱেশ কৰিছে ৷ ৰোনাল্ডোৰ সৈতে থাকিব তেওঁৰ মাতৃ, পত্নী আৰু সন্তান ৷

ব্ৰিটিছ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, যোৱা এমাহত ৰোনাল্ডোৱে হোটেলখনত থাকিবলৈ ডেৰ-দুই নিযুত পাউণ্ড খৰচ কৰিছিল। ভাৰতীয় মুদ্ৰাত সেয়া প্ৰায় ডেৰ কোটি টকা। শেহতীয়াকৈ তেওঁৰ মাতৃ ৰিয়াধলৈ আহিছিল ৰোনাল্ডোৰ লগত থাকিবলৈ। মাকৰ সৈতে নতুন ঘৰত বাস কৰে ৰোনাল্ডোৱে। অৱশ্যে চৌদি আৰৱত ৰোনাল্ডোৰ স্থায়ী ঘৰ ক’ত আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। য’তেই নাথাকক কিয়, ৰোনাল্ডোৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে ।

 

ৰিয়াধত ৰোনাল্ডোক ফোৰ ছিজন হোটেলৰ কিংডম টাৱাৰত ৰখা হৈছিল। দেশৰ অন্যতম শ্ৰেষ্ঠ বিলাসী হোটেল হিচাপে এই হোটেলখন পৰিচিত । দেশৰ আটাইতকৈ ধনী মানুহেহে ক্ৰয় কৰিব পৰা ছুইট এটাত তেওঁ আছিল। ৰিয়াধৰ এটা শ্ৰেষ্ঠ ছুইটত তেওঁক ৰখা হৈছিল। ৰোনাল্ডোৰ উপৰিও তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু নিৰাপত্তাৰক্ষীৰ বাবে আন ১৬টা কোঠা আছে। ৰোনাল্ডো বাস কৰা কোঠাটোৰ আয়তন ৩০০০ ফুট। এমাহৰ বাবে ভাড়াত দিয়া হৈছিল। মুঠ দুটা মহলাত আছিল ৰোনাল্ডো আৰু তেওঁৰ সঙ্গীসকল। ৰোনাল্ডোৰ কোঠাৰ কাষতে আছিল ব্যক্তিগত অফিচ, ডাইনিং ৰুম আৰু মিডিয়া ৰুম।

 

Previous Post

সঘনাই কপাইছে ভূমিকম্পই , এইবাৰ ইণ্ডোনেছিয়াত ৬.২ ৰিখটাৰ স্কেলৰ ভূমিকম্প

Next Post

১৩ বছৰৰ পিছত সংগীতানুষ্ঠানৰ বাবে ঘূৰি আহিছে বেকষ্ট্ৰীট বয়ছ! ভাৰতৰ ক’ত এই বেণ্ডটোৱে অনুষ্ঠান পৰিৱেশন কৰিব?

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
১৩ বছৰৰ পিছত সংগীতানুষ্ঠানৰ বাবে ঘূৰি আহিছে বেকষ্ট্ৰীট বয়ছ! ভাৰতৰ ক’ত এই বেণ্ডটোৱে অনুষ্ঠান পৰিৱেশন কৰিব?

১৩ বছৰৰ পিছত সংগীতানুষ্ঠানৰ বাবে ঘূৰি আহিছে বেকষ্ট্ৰীট বয়ছ! ভাৰতৰ ক’ত এই বেণ্ডটোৱে অনুষ্ঠান পৰিৱেশন কৰিব?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7