VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ছৌদি আৰব এৰি যোৱাৰ জল্পনা-কল্পনাৰ মাজতে ৰোনাল্ডোৰ অভিলেখ, চি আৰ ৭ য়ে ৰছিলে ইতিহাস

voicedesk by voicedesk
May 28, 2024
in ক্ৰীড়া
ছৌদি আৰব এৰি যোৱাৰ জল্পনা-কল্পনাৰ মাজতে ৰোনাল্ডোৰ অভিলেখ, চি আৰ ৭ য়ে ৰছিলে ইতিহাস
0
SHARES
133
VIEWS
Share on FacebookShare on Twitter

৩৯ বছৰ বয়সতো ক্রিষ্টিয়ানো ৰোনাল্ডোৱে আকৌ এবাৰ দেখুৱাই দিলে যে তেওঁৰ গ’ল দিয়াৰ ক্ষমতা কমি যোৱা নাই৷ সুদক্ষ এই ফুটবলাৰ ৰাকীয়ে পুনৰ এবাৰ ইতিহাস ৰচনা কৰিলে। ছৌদি প্ৰ’ লীগৰ ইতিহাসত এটা ছিজনত সৰ্বাধিক গ’ল দিছে ৰোনাল্ডোৱে। সোমবাৰে লীগৰ অন্তিমখন খেলত আল নাছেৰে আল ইটেহাদক ৪-২ গ’লত পৰাস্ত কৰে। সেই মেচত ৰোনাল্ডোৱে দুটা গ’ল দিছিল। ফলত এই ছিজনত তেওঁ ৩৫টা গ’ল দিয়ে।

 

মৰক্কোৰ ষ্ট্ৰাইকাৰ আব্দেৰজাক হামদাল্লাই ২০১৮-১৯ ছিজনত ৩৪টা গ’ল দিছিল । সেইটোৱেই আছিল  সেই ছিজনত সৰ্বাধিক গ’ল । তেতিয়াই সেই অভিলেখ ভংগ কৰিলে ৰোনাল্ডোৱে। এই ছিজনত আল নাছেৰৰ হৈ সকলো প্ৰতিযোগিতাতে ৫০টা গ’ল দিছে ৰোনাল্ডোৱে। এইবাৰ আল নাছেৰে এটা ছিজনত ১০০টাতকৈ অধিক গ’ল দিছে। তাৰ আধা অংশ ৰোনাল্ডোৰ ভৰিৰ পৰা আহিছিল।

 

ইতিহাস ৰচনা কৰিলে ৰোনাল্ডোৱে। চাৰিখন ভিন্ন দেশৰ হৈ তেওঁ এটা ছিজনত সৰ্বাধিক গ’ল দিয়া ফুটবলাৰ হিচাপে পৰিগণিত হৈছে ৷ ইংলেণ্ড (মানচেষ্টাৰ ইউনাইটেড), স্পেইন (ৰিয়েল মাদ্রিদ), ইটালী (জুভেন্টাছ)ৰ পাছত এইবাৰ ছৌদি আৰৱৰ হৈ এটা ছিজনত সৰ্বাধিক গ’ল দিয়ে চি আৰ ৭-এ।

 

ইয়াৰ মাজতে ৰোনাল্ডোৱে ছৌদি আৰৱ এৰি যোৱাৰ প্ৰস্তুতি চলাইছে ৷জানিব পৰা মতে জাৰ্মান ক্লাব বেয়াৰ লেভাৰকুচেনে ৰোনাল্ডোৰ সৈতে আলোচনা আৰম্ভ কৰিছে। এইবাৰ বুণ্ডেছলিগাত জয়লাভ কৰে লেভাৰকুচেনে। ফলত অহা ছিজনত চেম্পিয়নছ লীগত খেলিব। লেভাৰকুচেনৰ প্ৰশিক্ষক জাভি এল’নছ’ৰ সৈতে দীৰ্ঘদিন ধৰি মাদ্ৰিদত খেলি আহিছে ৰোনাল্ডোৱে।

Previous Post

পোনপ্ৰথমবাৰৰ বাবে কেতিয়া উদযাপন কৰা হৈছিল বিশ্ব ঋতুস্ৰাৱ স্বাস্থ্য দিৱস?

Next Post

অনন্ত-ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিং হ’ব ইটালীত, সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে ছাকিৰাই ল’ব ৭৫ কোটি টকাৰ পাৰিশ্ৰমিক

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
অনন্ত-ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিং হ’ব ইটালীত, সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে  ছাকিৰাই ল’ব ৭৫ কোটি টকাৰ পাৰিশ্ৰমিক

অনন্ত-ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিং হ’ব ইটালীত, সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে ছাকিৰাই ল’ব ৭৫ কোটি টকাৰ পাৰিশ্ৰমিক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7