VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোন চাৰিটা দলে খেলিব টি ২০ বিশ্বকাপৰ ফাইনেলতঃ সম্ভাৱনা ব্যক্ত কৰিলে শচীন তেণ্ডুলকাৰে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 20, 2022
in ক্ৰীড়া
কোন চাৰিটা দলে খেলিব টি ২০ বিশ্বকাপৰ ফাইনেলতঃ সম্ভাৱনা ব্যক্ত কৰিলে শচীন তেণ্ডুলকাৰে
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

চলিত সপ্তাহৰ শেষৰ ফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া ২০২২ চনৰ টি-২০ বিশ্বকাপক লৈ  সকলো ক্ৰিকেট অনুৰাগীৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে ৷  ডিফেণ্ডিং চেম্পিয়ন আৰু আয়োজক অষ্ট্ৰেলিয়াই উন্নত  প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব যদিও  যদিও ভাৰত, পাকিস্তান আৰু অন্যান্য বৃহৎ দলৰ পৰা এক শক্তিশালী প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। মহান ক্ৰিকেট তাৰকা শচীন টেণ্ডুলকাৰে ২০২২ চনৰ এই বিশ্ব মহাৰণত কোন  চাৰিটা দলে  ছেমি ফাইনেল খেলাৰ সম্ভাৱনা আছে তাৰ প্ৰকাশ কৰিছে ৷

তেওঁ কয় -“মই স্পষ্টভাৱে বিচাৰিম যে ভাৰত চেম্পিয়ন হওক কিন্তু মোৰ মতে  শীৰ্ষ চাৰিটা  দল হ’ব ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড। “দেওবাৰে মেলবৰ্ণত পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব  ভাৰতে।টেণ্ডুলকাৰে লগতে কয়, “হয়, আমাৰ হাতত বহুত ভাল সুযোগ আছে। এই দলটো ভালদৰে ভাৰসাম্যপূৰ্ণ আৰু আমি ভবাতকৈ অধিক ভাল প্ৰদর্শন কৰাৰ সম্ভাৱনা আছে ৷ “

যশপ্ৰীত বুমৰাহ দলৰ পৰা  বাদ পৰা সন্দর্ভত তেওঁ কয় -“এজন শ্ৰেষ্ঠ দ্ৰুত বলাৰ নাথাকিলে স্পষ্টভাৱে দলটোত প্ৰভাৱ পৰিব। বুমৰাহ সদায় এনে এজন ব্যক্তি যিয়ে  মূল একাদশৰ অন্যতম মুখ্য খেলুৱৈ, এজন ষ্ট্ৰাইক বলাৰ আৰু এজন সফল প্ৰদৰ্শনকাৰী। কিন্তু ইতিবাচক কথাটো হ’ল দলটো আগবাঢ়ি গৈছে ৷ কাৰণ আপুনি বিপৰ্যয়ৰ বাবে স্থবিৰ  হ’ব নোৱাৰে। তেওঁৰ সলনি মহম্মদ ছামীও অভিজ্ঞ আৰু সক্ষম তথা  বিগত সময়ছোৱাত ভাল প্ৰদৰ্শন কৰা এজন ক্ৰিকেটাৰ । “

Previous Post

“আজিৰ পৰা ৰঙীণ সাজ পিন্ধিবা, কপালত ফোঁট ল’ব পাৰিবা; বগা সাজ নিপিন্ধিবা”

Next Post

এচিৰ তাপমাত্ৰা ১৭-১৮ ডিগ্ৰীলৈ হ্ৰাস কৰি কম্বল উৰি আমেজ লোৱাসকললৈ কি পৰামর্শ আগবঢ়ালে প্ৰধানমন্ত্ৰী মোদীয়ে ! জিমলৈ যোৱাসকলৰ বাবেও আছে টিপছ

Related Posts

এছিয়ান গেমছত পুনৰ সাফল্য অসম সন্তানৰ, ছেমিফাইনেলত দৌৰবিদ অম্লান বৰগোহাঁই
ক্ৰীড়া

এছিয়ান গেমছত পুনৰ সাফল্য অসম সন্তানৰ, ছেমিফাইনেলত দৌৰবিদ অম্লান বৰগোহাঁই

October 1, 2023
বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা
ক্ৰীড়া

বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা

September 30, 2023
এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলিনাই, সহজ জয়ৰে ছেমিফাইনেলত প্ৰৱেশ
ক্ৰীড়া

এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলিনাই, সহজ জয়ৰে ছেমিফাইনেলত প্ৰৱেশ

September 30, 2023
বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!
ক্ৰীড়া

বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

September 29, 2023
শ্বুটিঙত  পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান
ক্ৰীড়া

শ্বুটিঙত পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান

September 29, 2023
পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে
ক্ৰীড়া

পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে

September 28, 2023
Next Post
এচিৰ তাপমাত্ৰা ১৭-১৮ ডিগ্ৰীলৈ হ্ৰাস কৰি কম্বল উৰি আমেজ লোৱাসকললৈ কি পৰামর্শ আগবঢ়ালে প্ৰধানমন্ত্ৰী মোদীয়ে ! জিমলৈ যোৱাসকলৰ বাবেও আছে  টিপছ

এচিৰ তাপমাত্ৰা ১৭-১৮ ডিগ্ৰীলৈ হ্ৰাস কৰি কম্বল উৰি আমেজ লোৱাসকললৈ কি পৰামর্শ আগবঢ়ালে প্ৰধানমন্ত্ৰী মোদীয়ে ! জিমলৈ যোৱাসকলৰ বাবেও আছে টিপছ

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7