VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বৰ আটাইতকৈ দামী জোতাযোৰৰ মূল্য কিমান জানেনে ?

এই  জোতা নিৰ্মাণত প্ৰয়োগ কৰা হৈছে  ২৪ কেৰেট সোণ

voicedesk by voicedesk
November 15, 2022
in ক্ৰীড়া
বিশ্বৰ আটাইতকৈ দামী জোতাযোৰৰ  মূল্য কিমান জানেনে ?
0
SHARES
66
VIEWS
Share on FacebookShare on Twitter

আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হ’ল ক্ৰীড়া। কিছুমান মানুহে সুস্থ সবল  হৈ থকাৰ বাবেও নিজৰ  দৈনন্দিন কাম-কাজৰ তালিকাত  ক্ৰীড়াক অন্তৰ্ভুক্ত কৰে। আনহাতে বহুতে আকৌ ফুটবল আৰু বাস্কেটবলক নিজৰ চখ হিচাপে  গণ্য কৰে।  প্ৰায়ে এনে লোক কোনো বিশেষ খেলুৱৈৰ অনুৰাগীও হয়। সেয়েহে বহুসময়ত তেওঁলোকে সেই নিৰ্দিষ্ট খেলুৱৈ সকলৰ খেলা  সামগ্ৰী কিনিবৰ  বাবে হাজাৰ হাজাৰ টকা খৰচ কৰে।

‘লাইফষ্টাইল নামা’ নামে এটি সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি আজি এনে  ৫যোৰ মূল্যবান জোতাৰ বিষয়ে  জনাব খুজিছোঁ  ৷ কাৰণ এই  জোতা কেইযোৰ কেইগৰাকীমান বিশ্ববিখ্যাত খেলুৱৈ বা চেলিব্ৰিটিয়ে পিন্ধা ।

চলিড গ’ল্ড অৱ’ এক্স এয়াৰ জৰ্ডান-

বিশ্বৰ আটাইতকৈ দামী এই স্নিকাৰ যোৰ হৈছে ‘চলিড গ’ল্ড অৱ’ এক্স এয়াৰ জৰ্ডান’, যাৰ মূল্য ২০ লাখ ডলাৰ। ভাৰতীয় মুদ্ৰাত এই মূল্য ১৪.৮৬ কোটি টকা।  ২০১৬ চনত অন্যতম জনপ্ৰিয় ৰেপাৰ ড্ৰেকৰ বাবে নিৰ্মাণ কৰা হৈছিল এই জোতা। উল্লেখযোগ্য যে এই  জোতা নিৰ্মাণত প্ৰয়োগ কৰা হৈছে  ২৪ কেৰেট সোণ।

মাইকেল জৰ্ডানৰ গেম ৱাৰ্ণ কনভাৰ্ছ ফাষ্টব্ৰেক-

২০১৭ চনত নিলামত এইযোৰ জোতা  বিক্ৰী হৈছিল ১৯০,৩৭৩ ডলাৰ (১.৪১ কোটি টকা)ত। এই স্নিকাৰযোৰ হৈছে বিক্ৰীৰ বাবে মুকলি হোৱা প্ৰথম এথলীট জোতা।  বিখ্যাত বাস্কেটবল খেলুৱৈ মাইকেল জৰ্ডানে এই জোতাৰ ওপৰত নিজৰ অটোগ্ৰাফ দিছিল। ইয়াৰ ফলত এই জোতাযোৰে এক স্বকীয়তা লাভ কৰিছিল। ইয়াত লিখা আছে “১৯৮২ এনচিএএ চেম্পিয়নশ্বিপ” ৷ ইয়াৰ পৰা বুজা যায় যে ১৯৮২ চনৰ এনচিএএ চেম্পিয়নশ্বিপ ছিজনত নৰ্থ কেৰ’লিনা বিশ্ববিদ্যালয়ত এইজন খেলুৱৈয়ে এই স্নিকাৰ পিন্ধিছিল।সেয়েহে এই জোতাৰ মূল্য আন জোতাৰ তুলনাত অধিক ৷

বুচেমি ১০০মিমি ডাইমণ্ড-

যুৱ আমেৰিকান ব্ৰেণ্ড বুচেমি ১০০মিমি ডাইমণ্ড নামৰ এই স্নিকাৰ যোৰ সোণ আৰু হীৰাৰে তৈয়াৰী। এই মডেলটো ২০১৬ চনত মুকলি কৰা হৈছিল যাৰ মূল্য আছিল ১৩২,০০০ ডলাৰ (৯.৮১ কোটি টকা)।  ইয়াক কেৱল বগা আৰু ক্লাছিক ৰঙা-বাদামী ৰঙেৰে তৈয়াৰ কৰা হৈছে । ইয়াৰ প্ৰকৃত আকৰ্ষণ হৈছে ১৮ কেৰেট সোণৰ ব্যৱহাৰ।

এয়াৰ জৰ্ডান ১২ (ফ্লু গেম-

এয়াৰ জৰ্ডান ১২ (ফ্লু গেম) স্নিকাৰৰ মূল্য ১০৪,০০০ ডলাৰ (৭.৭৩ কোটি টকা)।  এই জোতাযোৰৰ আছে এক নিজস্ব ইতিহাস । ১৯৯৬/৯৭ চনত এনবিএ ফাইনেলত ইউটা জাজৰ বিৰুদ্ধে মাইকেল জৰ্ডানে এই জোতাযোৰ  পিন্ধিছিল। খেলৰ অন্তত খেলুৱৈগৰাকীয়ে স্নিকাৰযোৰত চহী কৰি এজন অনুৰাগীক দিয়াৰ পিছত এই স্নিকাৰ নিলামত বিক্ৰী কৰা হয়।

এয়াৰ জৰ্ডান ১২ অ’ভিঅ’ (ড্ৰেক এডিচন)-

এই মডেলটো ২০১৬ চনত মাইকেল জৰ্ডান আৰু অ’ভিঅ’ ৰেপাৰ ড্ৰেকৰ সহযোগত নিৰ্মাণ কৰা হৈছিল। যাৰ মূল্য ১ লাখ ডলাৰ (৭.৪৩ কোটি টকা)। মুক্তিৰ পিছত এই জোতাযোৰ বহু ক্ৰীড়া তাৰকা, ৰেপাৰ আৰু অন্যান্য চেলিব্ৰিটিসকলৰ ষ্টেটাছ আইটেম হৈ পৰে। জোতাযোৰৰ ড্ৰেক ভেৰিয়েন্টটো বগা আৰু সোণালী ৰঙেৰে ডিজাইন কৰা হৈছে। জাপানৰ পতাকাত সূৰ্য্যৰ ৰশ্মিৰ ছবিৰ পৰাই ইয়াৰ ডিজাইনৰ ধাৰণা আহিছিল বুলি জানিব পৰা যায় ।

Previous Post

এটা ভিডিঅ’ই প্ৰমাণ কৰিছে যে ভাৰতীয় সাজ-পোছাক আন দেশৰ লোকৰ বাবেও কিমান আদৰণীয়

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7