VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১৬ বছৰীয়া ফুটবলাৰৰ পৰাক্ৰমেৰে ফ্ৰান্সক হৰুৱাই ইউৰোৰ ফাইনেলত স্পেইন

voicedesk by voicedesk
July 10, 2024
in ক্ৰীড়া
১৬ বছৰীয়া ফুটবলাৰৰ পৰাক্ৰমেৰে ফ্ৰান্সক হৰুৱাই ইউৰোৰ ফাইনেলত স্পেইন

Cricket - ICC T20 World Cup 2024 - Group A - India v Pakistan - Nassau County International Cricket Stadium, New York, United States - June 9, 2024 India's Virat Kohli walks off the pitch due to rain REUTERS/Andrew Kelly

0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে মিউনিখত খোদিত হ’ল আন এক ইতিহাস ৷  ফ্ৰান্সক ২-১ গ’লত পৰাস্ত কৰি স্পেইনে পুনৰ ইউৰো ২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷  ১৬ বছৰীয়া লেমিন ইয়ামালৰ গ’লেৰে ফাইনেলত স্থান নিশ্চিত কৰিলে স্পেইনে ৷ লেমিন প্ৰতিযোগিতাখনৰ এতিয়ালৈকে আটাইটকৈ কণিষ্ঠ গ’লদাতা হিচাপে পৰিগণিত হয়।

 

তিনিবাৰৰ চেম্পিয়ন স্পেইনে ইউৰোত ছয়খন খেলত জয়লাভ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে ৷ইপিনে কাইলিয়ান এমবাপেৰ দৰে ফুটবলাৰ থকাৰ পাছতো ফ্ৰান্সে ফাইনেলত প্ৰৱেশ কৰিব নোৱৱাৰিলে ৷

 

আজি অনুষ্ঠিত হ’ব ইউৰোৰ দ্বিতীয়খন ছেমি ৷ য’ত মুখামুখি হ’ব নেদাৰলেণ্ডছ আৰু ইংলেণ্ড ৷ এই খেলখনত যিটো দলে জয়লাভ কৰিব তাৰ বিৰুদ্ধে ফাইনেল খেলিব স্পেইনে ৷

 

উল্লেখ্য যে কালি অনুষ্ঠিত খেলখনত দৃষ্টি কাঢ়িলে লেমিনে য়ামালে। ইমান দিনে সকলোৱে তেওঁক দুর্দ্দান্ত প্ৰতিভা বুলি অভিহিত কৰিছিল। স্পেইনৰ বিস্ময় বালকে দেখুৱাই দিলে যে তেওঁ কেৱল প্ৰতিভা হৈ থাকিবলৈ অহা নাই ৷ আহিছে ফুটবলৰ বিশ্বত নিজৰ আন এক যুগৰ সৃষ্টি কৰিবলৈ ৷  কাইলিয়ান এমবাপেৰ ফ্ৰান্সে ছেমি ফাইনেল এৰিবলগীয়া হৈছিল। অৱশ্যে ইউৰোত প্ৰথমবাৰৰ বাবে ফৰ্মত দেখা গ’ল এমবাপেক। স্পেইনৰ বিৰুদ্ধে যি খেল খেলিছিল তাৰ বাবেই তেওঁ শিৰ ওপৰলৈ কৰি খেলপথাৰ এৰিলে এমবাপেই ৷

 

 

Previous Post

পোহনীয়া জন্তুটোক সুস্থ কৰি ৰাখিবলৈ কোন তিনিবিধ ফল খুৱাব ?

Next Post

এই সপ্তাহতে ঘোষণা কৰা হ’ব ফ্ৰান্সত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী , অব্যাহত আলোচনা

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
এই সপ্তাহতে ঘোষণা কৰা হ’ব ফ্ৰান্সত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী , অব্যাহত আলোচনা

এই সপ্তাহতে ঘোষণা কৰা হ’ব ফ্ৰান্সত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী , অব্যাহত আলোচনা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7