VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বৃহস্পতিবাৰে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত-ইংলেণ্ড, খেলৰ দিনা বৰষুণৰ সম্ভাৱনা কিমান?

voicedesk by voicedesk
June 25, 2024
in ক্ৰীড়া
বৃহস্পতিবাৰে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত-ইংলেণ্ড, খেলৰ দিনা বৰষুণৰ সম্ভাৱনা কিমান?
0
SHARES
46
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে । ছেমি ফাইনেলত বিগত বর্ষৰ চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতে । ইংলেণ্ডৰ দলটোত আই পি এলত খেলা কেইবাগৰাকীও ক্ৰিকেটাৰ আছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছতো আত্মবিশ্বাসী হৈছে ভাৰতীয় দলটো। কিন্তু ছেমি ফাইনেল মেচখন অনুষ্ঠিত হ’বনে ?  তাক লৈ শংকাৰ সৃষ্টি হৈছে ৷ বৃহস্পতিবাৰৰ খেলখনত বৰষুণৰ আগজাননী দিয়া হৈছে ৷

 

২৭ জুনৰ নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভাৰত বনাম ইংলেণ্ডৰ খেলখন। গিয়ানাত অনুষ্ঠিত হ’ব এই খেলখন। বৃহস্পতিবাৰে বৰষুণৰ সম্ভাৱনা ৮৮ শতাংশ। খেলপথাৰখনৰ পানী নিষ্কাশন ব্যৱস্থাও বৰ ভাল নহয়। মেচৰ আগতে যদি প্ৰচণ্ড বৰষুণ হয় তেন্তে আউটফিল্ড তিতি থাকিব পাৰে। তেনে ক্ষেত্ৰত খেলখন অনুষ্ঠিত হোৱাত পলম হ’ব। খেলৰ সময়ত বৰষুণ দিলে খেলা সম্ভৱ নহয়। মেচখনত পৰিত্যক্ত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

 

সেইদিনা টি-২০ বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল। ভাৰতীয় সময় অনুসৰি পুৱাৰ ভাগত অনুষ্ঠিত হ’ব ৷ সেই মেচখনৰ বাবে ৰিজাৰ্ভ ডে’ আছে। অৰ্থাৎ কিবা কাৰণত ভাৰতীয় সময় মতে বৃহস্পতিবাৰে পুৱা নহ’লেও শুকুৰবাৰে পুৱা খেলখন অনুষ্ঠিত হ’ব। কিন্তু দ্বিতীয় ছেমি ফাইনেল খেলিব ভাৰতে। সেই মেচখনৰ বাবে কোনো ৰিজাৰ্ভ ডে’ নাই। কিন্তু প্ৰয়োজন হ’লে ২৫০ মিনিট পৰ্যন্ত অতিৰিক্ত সময়ৰ মেচৰ চেষ্টা কৰিব পাৰিব।

Previous Post

গুৱাহাটীত গণশিল্পী বিক্ৰম সিং য়েইনৰ ৪৫ সংখ্যক মৃত্যু তিথি উদযাপন

Next Post

১৬খন দেশৰ মাজেৰে ১৮৩০০ কিলোমিটাৰ গাড়ী চলাই মাতৃক সাক্ষাৎ, লণ্ডনৰ পৰা ভাৰতলৈ গাড়ী চলাই আহিল যুৱক

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
১৬খন দেশৰ মাজেৰে ১৮৩০০ কিলোমিটাৰ গাড়ী চলাই মাতৃক সাক্ষাৎ, লণ্ডনৰ পৰা ভাৰতলৈ গাড়ী চলাই আহিল যুৱক

১৬খন দেশৰ মাজেৰে ১৮৩০০ কিলোমিটাৰ গাড়ী চলাই মাতৃক সাক্ষাৎ, লণ্ডনৰ পৰা ভাৰতলৈ গাড়ী চলাই আহিল যুৱক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7