VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভূমিকম্পত প্ৰাণ হেৰুৱালে তুৰস্কৰ ফুটবলাৰে, দুদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পিছত ধ্বংসাৱশেষৰ তলত উদ্ধাৰ মৃতদেহ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 8, 2023
in ক্ৰীড়া
ভূমিকম্পত প্ৰাণ হেৰুৱালে  তুৰস্কৰ ফুটবলাৰে, দুদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পিছত ধ্বংসাৱশেষৰ তলত উদ্ধাৰ মৃতদেহ
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

তুৰস্কত হোৱা ভয়ানক ভূমিকম্পত সেই দেশৰ এজন ফুটবলাৰৰ মৃত্যু হৈছে। যোৱা কেইদিনমানৰ পৰা ফুটবলাৰ গৰাকী নিৰুদ্দেশ হৈ আছিল। আৰক্ষী আৰু উদ্ধাৰকাৰী দলে তেওঁক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখে ৷ অৱশেষত ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰা হয় তেওঁৰ মৃতদেহ। তেওঁৰ মৃত্যুৰ কথা তেওঁৰ ক্লাবে টুইটাৰযোগে ঘোষণা কৰে।

তুৰ্কী গ’লৰক্ষকগৰাকীৰ নাম আহমেদ আয়ুপ তুৰ্কছালান। আগতে তেওঁ য়েনি মালত্যস্পৰৰ হৈ খেলিছিল। মঙলবাৰে নিশা তেওঁৰ ক্লাবে লিখিছে, ‘ভূমিকম্পৰ বাবে আমাৰ গ’লৰক্ষক আহমেদ আয়ুপ তুৰ্কছালানে প্ৰাণ হেৰুৱাইছে। আমি তেওঁক কেতিয়াও পাহৰিব নোৱাৰো।”

তুৰ্কছালানে গোটেই ফুটবল কেৰিয়াৰত বিভিন্ন তুৰ্কী ক্লাবত খেলি আহিছে। বুগাছপ’ৰ, ওছমানলিস্প’ৰ, উমৰানিয়েস্প’ৰত খেলাৰ পিছত য়েনীয়ে মায়াটিছপৰত যোগদান কৰে। ইয়াৰ পূৰ্বে তেওঁৰ পত্নী কুব্ৰাক উদ্ধাৰ কৰা হৈছিল। ভূমিকম্পৰ বাবে তুৰস্কৰ সকলো ফুটবল খেল স্থগিত ৰখা হৈছে।

 

তুৰ্কছালানৰ মৃত্যু হৈছে যদিও খ্ৰীষ্টিয়ান আটছুৰক উদ্ধাৰ কৰা হৈছে। তুৰস্কৰ ভূমিকম্পৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল চেলছীৰ প্ৰাক্তন ফুটবলাৰগৰাকী। মঙলবাৰে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ভূমিকম্পৰ পিছতে তুৰস্কত বহু লোকৰ মৃত্যু হয়। সমৰ্থকসকলৰ মনতো আটছুক বিচাৰি নোপোৱাৰ ভয় গঢ় লৈ উঠিছিল। অৱশেষত তেওঁক উদ্ধাৰ কৰা হয়। গুৰুতৰভাৱে আহত হৈছে আটছুৰ।

 

ঘানাৰ ফুটবলাৰ আটছু। তেওঁ চেলচিয়া আৰু নিউকেষ্টল নামৰ দুটা ক্লাবত খেলিছিল। এতিয়া আটছুৱে তুৰ্কীৰ ক্লাব হাটাইস্পৰৰ হৈ খেলে। ভূমিকম্পৰ প্ৰভাৱ ভয়াৱহ হৈ পৰিছে কহৰামনমাৰাছ অঞ্চলৰ ক্লাবটো। তাতেই আবদ্ধ হৈ পৰে ৩১ বছৰীয়া ফুটবলাৰগৰাকী। এজন তুৰ্কী সাংবাদিকে কৈছিল, “খ্ৰীষ্টান আটছু জীয়াই আছে। তেওঁক উদ্ধাৰ কৰা হয়। ভূমিকম্পৰ পিছত তেওঁ ধ্বংসাৱশেষৰ মাজত আবদ্ধ হৈ পৰে। তেওঁৰ উশাহ-নিশাহৰ সমস্যা হৈছে। সোঁ ভৰিখন আঘাতপ্ৰাপ্ত হৈছে। আটছুকে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।”

 

কেৱল আটছুই নহয়, ক্লাবৰ ক্ৰীড়া পৰিচালক টানেৰ ছাভুটও আবদ্ধ হৈ পৰিছিল। আটছুকে বিচাৰি পোৱা গৈছে যদিও তেওঁৰ সন্ধান এতিয়াও চলি আছে। ধ্বংসাৱশেষত তেওঁ আবদ্ধ হৈ থকাৰ সন্দেহ। ২৪ ঘন্টাৰ ভিতৰতে তুৰস্কত সংঘটিত হয় কেইবাটাও ভূমিকম্প।

Previous Post

বিয়াৰ পিছত মুম্বাইলৈ ঘূৰি অহা নাই সিদ্ধার্থ-কিয়াৰা, নৱবিবাহিত দম্পত্তীৰ কি নতুন পৰিকল্পনা?

Next Post

আমি লিখাৰ বাবে ব্যৱহাৰ কৰা কাগজ কেনেকৈ তৈয়াৰ কৰা হয়

Related Posts

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ  ৰোনাল্ডো,  সকলোৰে চকু  পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব
ক্ৰীড়া

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ ৰোনাল্ডো, সকলোৰে চকু পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব

March 31, 2023
প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত
ক্ৰীড়া

প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত

March 31, 2023
বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?
ক্ৰীড়া

বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?

March 30, 2023
বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?
ক্ৰীড়া

বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

March 30, 2023
বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন
মুখ্য সংবাদ

বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

March 29, 2023
আই পি এলত  ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !
ক্ৰীড়া

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

March 29, 2023
Next Post
আমি লিখাৰ বাবে ব্যৱহাৰ কৰা কাগজ কেনেকৈ তৈয়াৰ কৰা হয়

আমি লিখাৰ বাবে ব্যৱহাৰ কৰা কাগজ কেনেকৈ তৈয়াৰ কৰা হয়

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7