VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বুধবাৰৰ পৰা অলিম্পিকত ফুটবলৰ আৰম্ভণি, প্ৰথম দিনাই খেলপথাৰত নামিব ইউৰো বিজয়ী স্পেইন -কোপা আমেৰিকা জয়ী আৰ্জেণ্টিনা

voicedesk by voicedesk
July 24, 2024
in ক্ৰীড়া
বুধবাৰৰ পৰা অলিম্পিকত ফুটবলৰ আৰম্ভণি, প্ৰথম দিনাই খেলপথাৰত নামিব ইউৰো বিজয়ী স্পেইন -কোপা আমেৰিকা জয়ী আৰ্জেণ্টিনা
0
SHARES
60
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে অনুষ্ঠিত হ’ব অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান ৷ তাৰ দুদিন আগতে ফুটবলকে ধৰি কিছু খেল আৰম্ভ হ’ব । বুধবাৰে প্ৰথম দিনাই খেলপথাৰত প্ৰৱেশ কৰিব ইউৰো কাপ বিজয়ী স্পেইন আৰু কোপা আমেৰিকা বিজয়ী আৰ্জেণ্টিনা। স্পেইনে উজবেকিস্তানৰ বিৰুদ্ধে খেলিব। আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দ্বী হ’ব মৰক্কো।

 

১৬টা দলে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে। চাৰিটাকৈ দলৰ সৈতে চাৰিটা গোটত বিভক্ত। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব। তাৰ পৰাই ছেমি ফাইনেল আৰু ফাইনেল অনুষ্ঠিত হ’ব। ব্ৰঞ্জৰ পদকৰ বাবে মেচ অনুষ্ঠিত হ’ব। আৰ্জেণ্টিনাৰ গ্ৰুপত আছে মৰক্কো, ইৰাক আৰু ইউক্ৰেইন। স্পেইনৰ গ্ৰুপত উজবেকিস্তান, ইজিপ্ত আৰু ডমিনিকান ৰিপাব্লিক অন্তৰ্ভুক্ত হৈছে। ফ্ৰান্সৰ গ্ৰুপত আছে আমেৰিকা, গিনি আৰু নিউজিলেণ্ড। আনটো গোটৰ ভিতৰত আছে জাপান, পাৰাগুৱে, মালি আৰু ইজৰাইল।

 

 

অৱশ্যে ইউৰো বা কোপা আমেৰিকাৰ দলৰ প্ৰায় কোনো খেলুৱৈয়েই অলিম্পিক দলত নাথাকে। আৰ্জেণ্টিনাৰ দলটোত আছে ২০২২ চনৰ কাটাৰ বিশ্বকাপ বিজয়ী দলৰ চাৰিজন খেলুৱৈ। তেওঁলোক হ’ল জুলিয়ান আলভাৰেছ, নিকোলাছ অটামেণ্ডি, জেৰ’নিমো ৰুলি আৰু থিয়াগো আলমাডা। অলিম্পিকত সোণৰ পদক লাভ কৰিলে তেওঁলোকে নজিৰ গঢ়ি তুলিব পাৰে। প্ৰথমবাৰৰ বাবে বিশ্বকাপ আৰু অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিব। লগতে, একেৰাহে দুখন কোপা আমেৰিকা আৰু এটা বিশ্বকাপ আৰু তাৰ পিছত অলিম্পিকত সোণৰ পদক জয় কৰাটো আৰ্জেণ্টিনাৰ বাবে এক সোণালী অধ্যায় হ’ব পাৰে ৷

 

অলিম্পিক ফুটবল মূলতঃ ২৩ বছৰ অনুৰ্ধৰ ফুটবলাৰসকলে খেলে। তিনিজন জ্যেষ্ঠ ফুটবলাৰ একেলগে খেলিব পাৰিব। এই নিয়মৰ বাবেই আলভাৰেজ, অটামেণ্ডি আৰু ৰুলেই অলিম্পিক খেলাৰ যোগ্যতা অৰ্জন কৰিছে। আৰ্জেণ্টিনাক সোণৰ দাবীদাৰ হিচাপে গণ্য কৰা হৈছে । স্পেইন আৰু ফ্ৰান্সৰ মাজতো তীব্ৰ প্ৰতিদ্বন্দিতা হ’ব ৷

 

 

Previous Post

কি কি সামগ্ৰীৰ দাম হ্ৰাস পালে- অধিক দামত কিনিব লাগিব কি সামগ্ৰী ? নতুন বাজেট মতে কিমান টকা উপার্জন কৰিলে আদায় দিব লাগিব আয়কৰ ?

Next Post

পেৰিছত উপস্থিত অসম কন্যা লাভলীনা- ৩১ জুলাইত নামিব বক্সিং ৰিঙত

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
পেৰিছত উপস্থিত অসম কন্যা লাভলীনা-  ৩১ জুলাইত নামিব বক্সিং ৰিঙত

পেৰিছত উপস্থিত অসম কন্যা লাভলীনা- ৩১ জুলাইত নামিব বক্সিং ৰিঙত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7