VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বকাপৰ তিনিমাহ আগতে বাংলাদেশৰ অধিনায়ক হঠাৎ অৱসৰ ঘোষণা , কান্দোনত ভাগ পৰিল তামিম

voicedesk by voicedesk
July 6, 2023
in ক্ৰীড়া
বিশ্বকাপৰ তিনিমাহ আগতে বাংলাদেশৰ অধিনায়ক হঠাৎ অৱসৰ ঘোষণা , কান্দোনত ভাগ পৰিল  তামিম
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ তিনিমাহ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে বাংলাদেশ ক্ৰিকেট টীমৰ অধিনায়ক তামিম ইকবালে। বাংলাদেশৰ এদিনীয়া ক্ৰিকেট অধিনায়কগৰাকীয়ে বৃহস্পতিবাৰে সংবাদমেলযোগে অৱসৰৰ কথা ঘোষণা কৰে।

 

বৃহস্পতিবাৰে চট্টগ্ৰামত সংবাদমেল আহ্বান কৰে তামিমে। তাত উপস্থিত সাংবাদিকসকলে কল্পনাও কৰিব পৰা নাছিল যে তেওঁ হঠাতে এনে সিদ্ধান্ত ল’ব। হঠাতে ১৬ বছৰীয়া কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে তামিমে। তেওঁ নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। চকুলো টুকি অৱসৰ ঘোষণা  কৰা  তামিমে কোনো কাৰণ স্পষ্টভাৱে প্ৰকাশ কৰা নাই  ।

তামিমৰ পিছত বাংলাদেশৰ এদিনীয়া অধিনায়ক কোন হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। শৃংখলাৰ বাকী অংশৰ দায়িত্ব চাকিব আল হাছান বা লিটন দাসক দিয়া হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। কাৰণ লিটন বাংলাদেশৰ টেষ্ট ক্ৰিকেটৰ অধিনায়ক। আনহাতে ছাকিব টি-২০ ক্ৰিকেটৰ অধিনায়ক। বিশ্বকাপৰ তিনিমাহ পূৰ্বে তামিমৰ এই সিদ্ধান্তই বহু প্ৰশ্নৰ উত্থাপন কৰিছে। নিজৰ ইচ্ছামতে তামিমে অৱসৰ ল’লে নে ইয়াৰ আঁৰত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ কিবা ভূমিকা আছে তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে ৷

Previous Post

‘মুলান’ খ্যাত গায়িকা কোকো লীৰ মৃত্যু , ভুগিছিল হতাশাত

Next Post

কেদাৰনাথ মন্দিৰ চৌহদত বনাব নোৱাৰিব ভিডিঅ’ অথবা ৰিল,কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা উত্তৰাখণ্ড আৰক্ষীৰ

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
কেদাৰনাথ মন্দিৰ চৌহদত  বনাব নোৱাৰিব ভিডিঅ’ অথবা ৰিল,কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা উত্তৰাখণ্ড আৰক্ষীৰ

কেদাৰনাথ মন্দিৰ চৌহদত বনাব নোৱাৰিব ভিডিঅ’ অথবা ৰিল,কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা উত্তৰাখণ্ড আৰক্ষীৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7