VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পেৰিছ অলিম্পিকৰ এথলেটিকছত নিশ্চিত হ’ল আন দুই দলৰ অংশগ্ৰহণ, কোনে অর্জন কৰিলে যোগ্যতা !

voicedesk by voicedesk
May 6, 2024
in ক্ৰীড়া
পেৰিছ অলিম্পিকৰ এথলেটিকছত নিশ্চিত হ’ল আন দুই দলৰ অংশগ্ৰহণ, কোনে অর্জন কৰিলে যোগ্যতা !
0
SHARES
135
VIEWS
Share on FacebookShare on Twitter

ডেৰ-দুই মাহৰ পাছত পেৰিছ অলিম্পিক আৰম্ভ হ’ব । তাত খেলিবলৈ আৰু দুটা ভাৰতীয় দলে যোগ্যতা অৰ্জন কৰে। এথলেটিকছত ভাৰতৰ পুৰুষ-মহিলাৰ  এটাকৈ দলে অলিম্পিকত খেলিব। পুৰুষ আৰু মহিলাৰ ৪x৪০০ মিটাৰ ৰিলে দৌৰত বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিছে ৷বিশ্ব এথলেটিকছ ৰিলেত দ্বিতীয় ৰাউণ্ডৰ হিটত দুয়োটা দলে দ্বিতীয় স্থান দখল কৰে। ফলত তেওঁলোকে অলিম্পিকত সুযোগ লাভ কৰাটো নিশ্চিত হয় ৷

 

মহিলা দলে প্ৰথমে যোগ্যতা অৰ্জন কৰে। ৰূপৌল চৌধুৰী, এম আৰ পূৱম্মা, জ্যোতিকা শ্ৰী দণ্ডী আৰু শুভা বেংকটেচনৰ দলে ৩ মিনিট ২৯.৩৫ ছেকেণ্ডত দৌৰ সমাপ্ত কৰে। জামাইকাৰ পিছতে (৩ মিনিট ২৮.৫৪ ছেকেণ্ড) অন্ত পেলায় তেওঁলোকে ।

 

পিছত মহম্মদ আনাছ ইয়াহ্যা, মহম্মদ আজমল, আৰোকিয়া ৰাজীৱ আৰু আমোজ জেকবৰ পুৰুষৰ দলটোৱেও অলিম্পিকৰ টিকট লাভ কৰে। ভাৰতীয় পুৰুষ দলটোৱে আমেৰিকাৰ পিছতে ২ মিনিট ৫৯.৯৫ ছেকেণ্ডত দৌৰ সমাপ্ত কৰে ৷ এই দুটা দলৰ পিছত ১৯ গৰাকী ভাৰতীয় খেলুৱৈয়ে পেৰিছ অলিম্পিকৰ টিকট নিশ্চিত কৰিছে। ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ চলিব পেৰিছ অলিম্পিক। ১ আগষ্টৰ পৰা আৰম্ভ হ’ব এথলেটিকছ।

Previous Post

মণিপুৰত শিলাবৃষ্টি- ধুমুহাত ব্যাহত জনজীৱন, ক্ষতিগ্ৰস্ত শ-শ বিঘা কৃষিভূমিৰ শস্য-আহত বহুলোক

Next Post

কাইলৈ তৃতীয় পর্যায়ৰ ভোটগ্ৰহণ, চাৰি লোকসভা সমষ্টিত স্থানীয় বন্ধ ঘোষণা

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
আচৰণ বিধি বলবৎ হোৱাৰ  পিছত টুইটাৰত ভোট বিচৰাটোও গণ্য কৰা হ’ব উলংঘা! নিৰ্বাচন আয়োগৰ নতুন নিয়ম

কাইলৈ তৃতীয় পর্যায়ৰ ভোটগ্ৰহণ, চাৰি লোকসভা সমষ্টিত স্থানীয় বন্ধ ঘোষণা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7